Type Here to Get Search Results !

In Article Ads

Assam 32,689 Posts Preparation || Current Affairs Question answer || Target Assam 32,689 Posts


 


✅ ভাৰতৰ প্ৰথম মহিলা ব্যক্তিত্ব


◈ অলিম্পিক পদক বিজয়ী ➭ কৰ্ণম মলেশ্বৰী

◈ বিমান পাইলট ➭ দৰবা বেনাৰ্জী

◈ মহাকাশচাৰী ➭ কল্পনা চাওলা

◈ মাউণ্ট এভাৰেষ্ট পৰ্বতাৰোহী ➭ বচন্দৰী পাল

◈ ইংৰাজী চেনেলৰ সাঁতোৰবিদ ➭ আৰতি সাহা

◈ "ভাৰত ৰত্ন" পোৱা সংগীত শিল্পী ➭ এম. উপবুলক্ষ্মী

◈ এছিয়ান গেমছৰ স্বৰ্ণ বিজয়ী ➭ কমলজিৎ সন্ধু

◈ বুকাৰ বঁটা বিজয়ী ➭ অৰুন্ধতী ৰায়

◈ WTA খিতাপ বিজয়ী ➭ ছানিয়া মিৰ্জা

 Plus Point Academy 

◈ নোবেল বঁটা বিজয়ী ➭ মাদাৰ টেৰেছা

◈ জ্ঞানপীঠ বঁটা বিজয়ী ➭ আশাপুণ দেৱী

◈ অশোক চক্ৰ গ্ৰহণকাৰী ➭ নিৰ্জা ভানোট

◈ ৰাষ্ট্ৰপতি ➭ শ্ৰীমতী প্ৰতিভা পাটিল

◈ প্ৰধানমন্ত্ৰী ➭ শ্ৰীমতী ইন্দিৰা গান্ধী

◈ ৰাজ্যপাল ➭ সৰোজিনী নাইডু

◈ শাসক (দিল্লীৰ সিংহাসন) ➭k ৰাজিয়া চুলতান

◈ আই পি এছ বিষয়া ➭ কিৰণ বেদী

◈ মুখ্যমন্ত্ৰী ➭ সুচেতা কৃপালানী (উত্তৰ প্ৰদেশ)

◈ উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ ➭ মীৰা চাহাব ফাতিমা বিবি

◈ ৰাষ্ট্ৰসংঘৰ ৰাষ্ট্ৰদূত ➭ বিজয়লক্ষ্মী পণ্ডিত

◈ কেন্দ্ৰীয় মন্ত্ৰী ➭ ৰাজকুমাৰী অমৃতা কৌৰ

◈ মিছ ইউনিভাৰ্ছ ➭ সুষমিতা সেন

◈ মিছ ৱৰ্ল্ড ➭ ৰীতা ফাৰিয়া

Quiz 2023  current affairs 2023



১) কোনে ব্ৰিটেইনৰ জীৱনজোৰা কৃতিত্ব সন্মান লাভ কৰে?

উত্তৰ : মনমোহন সিং

২) শেহতীয়াকৈ কোনখন চহৰক অন্ধ্ৰপ্ৰদেশৰ মুখ্যমন্ত্ৰীয়ে ৰাজ্যখনৰ নতুন ৰাজধানী হিচাপে ঘোষণা কৰে?

উত্তৰ : বিশাখাপট্টনম  
(Andhra Pradesh's Chief Minister Y S Jagan Mohan Reddy announced on Tuesday (January 31, 2023) that Visakhapatnam would serve as the state's new capital of Andhra Pradesh)

৩) কোনখন চহৰত খাদী উৎসৱ ২০২৩ উদ্বোধন কৰা হয়?
উত্তৰ : মুম্বাই

৪) কোনে ২০২৩ চনৰ এফ আই এইচ ৰাষ্ট্ৰীয় বঁটাৰে সন্মানিত হয়?

উত্তৰ : ভি কে পাণ্ডিয়ান

৫) কোনখন ৰাজ্য চৰকাৰে অভাৱগ্ৰস্ত ছোৱালীক সক্ষম আৰু স্বাৱলম্বী কৰিবলৈ সমগ্ৰ শিক্ষা অভিযান আৰম্ভ কৰে?

উত্তৰ : উত্তৰ প্ৰদেশ

৬) কাক ৰাষ্ট্ৰীয় খনিজ উন্নয়ন নিগমৰ ব্ৰেণ্ড এম্বেছাদৰ হিচাপে নিযুক্তি দিয়া হৈছে?

উত্তৰ : নিখাত জৰীণ

৭) ৰাষ্ট্ৰপতি ভৱনৰ মোগল উদ্যানৰ নাম সম্প্রতি কিলৈ সলনি কৰা হৈছিল?

উত্তৰ : অমৃত উদ্যান

৮) তলৰ কোনখন চহৰত এৰো ইণ্ডিয়া শ্ব’ ২০২৩ আয়োজন কৰা হ’ব?

উত্তৰ : বেংগালুৰু

৯) তলৰ কোনখন দেশৰ পৰা ভাৰতে ১২ টাতকৈ অধিক নাহৰফুটুকী বাঘ অনাৰ চুক্তি স্বাক্ষৰ কৰিছিল?

উত্তৰ : দক্ষিণ আফ্ৰিকা ।


Also Read


২৬ জুলাই ২০২৩ সাম্প্ৰতিক পৰিস্থিতি ✅


১/ টুইটাৰত ২.৫ কোটি ফ’ল’ৱাৰ থকা দেশৰ প্ৰথমজন মুখ্যমন্ত্ৰী কোন?- যোগী আদিত্যনাথ

২) শেহতীয়াকৈ কোনখন ৰাজ্যৰ মুখ্যমন্ত্রীয়ে কাৰাগাৰসমূহৰ নাম সলনি কৰি ‘সংশোধনী গৃহ’ কৰিছে? উত্তৰ প্ৰদেশ

৩/ মহাৰাষ্ট্ৰৰ উপ-মুখ্যমন্ত্ৰী দেৱেন্দ্ৰ ফাডনৱীছে কোন দেশত উন্মোচন কৰিছে ছাত্ৰপতি শিৱাজী মহাৰাজৰ প্ৰতিমূৰ্তি? মৰিচাছ

৪) শেহতীয়াকৈ কোনখন ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে ‘দিদিৰ সুৰক্ষা কৱচ’ অভিযান আৰম্ভ কৰিছে – পশ্চিম বংগ

৫) কোনখন ৰাজ্য চৰকাৰে ‘লাডলী বাহনা’ আঁচনি আৰম্ভ কৰাৰ কথা ঘোষণা কৰিছে? মধ্য প্ৰদেশ

৬) কোনখন ৰাজ্য চৰকাৰে ‘The Vision for All School Eye Health’ কাৰ্যসূচী আৰম্ভ কৰিছে? গোৱা

৭) কোনখন ৰাজ্য চৰকাৰে আৰম্ভ কৰিছে নতুন সেউজ পদক্ষেপ ‘মেৰো ৰুখ মেৰো সন্ততি’? ছিকিম

৮) জলাশয় সংৰক্ষণৰ বাবে কোনজন কেন্দ্ৰীয় মন্ত্ৰীয়ে আৰম্ভ কৰিছে ‘জলাশয় ৰক্ষা অভিযান’? – ভূপেন্দ্ৰ যাদৱ

৯) কোনখন দেশে ‘এছিয়া পেট্ৰ’কেমিকেল ইণ্ডাষ্ট্ৰী ছামিট ২০২৩’ আয়োজন কৰিব? ভাৰত

১০) কোনখন চহৰত প্ৰথম আন্তঃৰাষ্ট্ৰীয় কোৱাণ্টাম যোগাযোগ সন্মিলনৰ আয়োজন কৰা হৈছে? নতুন দিল্লী

১১.ভাৰতীয় কোনখন চহৰত দ্বিতীয় ‘যৌথ সেনাপতি সন্মিলন’ অনুষ্ঠিত হৈছে? ভোপাল

১২) কোনখন দেশৰ অক্সফৰ্ড বিশ্ববিদ্যালয়ত মানৱ-বন্যপ্ৰাণী সংঘাতৰ ওপৰত প্ৰথম বিশ্বব্যাপী সন্মিলনৰ আয়োজন কৰা হৈছে? ব্ৰিটেইন

১৩) ২০২৩ চনৰ ২৮ আৰু ২৯ এপ্ৰিলত কোনখন চহৰত খাদ্য সন্মিলন-২০২৩ৰ আয়োজন কৰা হৈছে? – হায়দৰাবাদ

১৪.এছ চি অ’ ইয়ং ৰাইটাৰ্ছৰ কম্প্ৰেছড বায়’গেছ (চি বি জি) সম্পৰ্কীয় দুদিনীয়া বিশ্ব সন্মিলন ক’ত অনুষ্ঠিত হয়?- নতুন দিল্লী

১৫) ভাৰতীয় কোনখন চহৰত SCO Millets Food Festival 2023 আয়োজন কৰা হৈছে?- মুম্বাই

১৬)ভাৰত-স্পেইন যুটীয়া অৰ্থনৈতিক সহযোগিতা আয়োগৰ দ্বাদশ অধিবেশন ক’ত অনুষ্ঠিত হৈছে? নতুন দিল্লী

১৭) শেহতীয়াকৈ কোনখন দেশে মৌমাখিৰ বাবে বিশ্বৰ প্ৰথমটো ভেকচিন ব্যৱহাৰৰ অনুমোদন দিছে? আমেৰিকা

১৮) ভাৰতীয় মূলৰ মহিলা মনপ্ৰীত মনিকা সিং কোন দেশৰ প্ৰথম মহিলা শিখ ন্যায়াধীশ হিচাপে পৰিগণিত হৈছে? আমেৰিকা

১৯.কোন দেশত বাস কৰা আৰ বনি গেব্ৰিয়েলে ২০২২ চনৰ মিছ ইউনিভাৰ্ছৰ মুকুট লাভ কৰিছে?- আমেৰিকা

২০) কোনখন দেশৰ পৰা দৌৰি অহা লশিন্দা দীমাছে এদশকৰ পাছত অলিম্পিকৰ স্বৰ্ণ পদক লাভ কৰিছে?- আমেৰিকা




ভাৰত চৰকাৰৰ গুৰুত্বপূৰ্ণ আঁচনিৰ নাম আৰু কাৰ্যকৰী কৰাৰ তাৰিখ সমুহ।


১/ নিটি আয়োগ - ১ জানুৱাৰী ২০১৫
২) হৃদয় যোজনা - ২১ জানুৱাৰী ২০১৫
৩/ বেটি বচাও বেটি পঢ়াও - ২২ জানুৱাৰী ২০১৫
৪/ সুকন্যা সমৃদ্ধি যোজনা - ২২ জানুৱাৰী ২০১৫
৫/ মুদ্ৰা বেংক যোজনা - ৮ এপ্ৰিল ২০১৫
৬) প্ৰধানমন্ত্ৰী সুৰক্ষা বীমা যোজনা - ৯ মে ২০১৫
৭) অটল পেঞ্চন যোজনা - ৯ মে ২০১৫
৮) প্ৰধানমন্ত্ৰী জীৱন জ্যোতি যোজনা - ৯ মে ২০১৫
৯) উস্তাদ যোজনা (USTAD) - ১৪ মে’ ২০১৫
১০) প্ৰধানমন্ত্ৰী আৱাস যোজনা - ২৫ জুন ২০১৫
১১) অমৰুট আঁচনি (আমৰুট) - ২৫ জুন ২০১৫
১২) স্মাৰ্ট চিটি প্লেন - ২৫ জুন ২০১৫
১৩) ডিজিটেল ইণ্ডিয়া মিছন - ১ জুলাই ২০১৫
১৪) স্কিল ইণ্ডিয়া মিছন - ১৫ জুলাই ২০১৫
১৫) দীনদয়াল উপাধ্যায় গ্ৰাম জ্যোতি যোজনা - ২৫ জুলাই ২০১৫
১৬) নতুন মহলা - ৮ আগষ্ট ২০১৫
১৭) সহজ যোজনা - ৩০ আগষ্ট ২০১৫
১৮) স্বাৱলম্বন স্বাস্থ্য আঁচনি - ২১ ছেপ্টেম্বৰ ২০১৫
১৯) মেক ইন ইণ্ডিয়া - ২৫ ছেপ্টেম্বৰ ২০১৫
২০) ইম্প্ৰিণ্ট ইণ্ডিয়া আঁচনি - ৫ নৱেম্বৰ ২০১৫
২১) সোণৰ মুদ্ৰাকৰণ আঁচনি - ৫ নৱেম্বৰ ২০১৫
২২) উদয় আঁচনি (উদয়) - ৫ নৱেম্বৰ ২০১৫
২৩) এক ৰেংক এক পেঞ্চন আঁচনি - ৭ নৱেম্বৰ ২০১৫
২৪) জ্ঞান যোজনা - ৩০ নৱেম্বৰ ২০১৫
২৫) কিলকাৰী আঁচনি - ২৫ ডিচেম্বৰ ২০১৫
২৬) নাগামি গংগে, প্ৰথম পৰ্যায়ৰ অভিযান আৰম্ভ - ৫ জানুৱাৰী ২০১৬
২৭) ষ্টাৰ্টআপ ইণ্ডিয়া - ১৬ জানুৱাৰী ২০১৬
২৮) প্ৰধানমন্ত্ৰী ফছল বীমা যোজনা - ১৮ ফেব্ৰুৱাৰী ২০১৬
২৯) সেতু ভাৰতম প্ৰকল্প - ৪ মাৰ্চ ২০১৬
৩০) ষ্টেণ্ড আপ ইণ্ডিয়া আঁচনি - ৫ এপ্ৰিল ২০১৬
৩১) গ্ৰামোদয় সে ভাৰত উদয় অভিযান - ১৪ এপ্ৰিল ২০১৬
৩২) প্ৰধানমন্ত্ৰী আজৱালা যোজনা - ১ মে ২০১৬
৩৩) প্ৰধানমন্ত্ৰী কৃষি সিনচাই যোজনা - ৩১ মে' ২০১৬
৩৪) ৰাষ্ট্ৰীয় দুৰ্যোগ ব্যৱস্থাপনা পৰিকল্পনা-১ জুন ২০১৬
৩৫) নাগামি গংগা কাৰ্যসূচী - ৭ জুলাই ২০১৬
৩৬) ভাৰতৰ বাবে গেছ - ৬ ছেপ্টেম্বৰ ২০১৬
৩৭) উদান যোজনা - ২১ অক্টোবৰ ২০১৬
৩৮) সৌৰ সুজালা যোজনা - ১ নৱেম্বৰ ২০১৬
৩৯) প্ৰধানমন্ত্ৰী যুৱ যোজনা - ৯ নৱেম্বৰ ২০১৬
৪০) ভীম এপ - ৩০ ডিচেম্বৰ ২০১৬
৪১) ভাৰতনেট প্ৰকল্পৰ পৰ্যায় - ২ - ১৯ জুলাই ২০১৭
৪২) প্ৰধানমন্ত্ৰী বায়া বন্দনা যোজনা - ২১ জুলাই ২০১৭
৪৩) আজীবিকা গ্ৰামিন এক্সপ্ৰেছ যোজনা - ২১ আগষ্ট ২০১৭
৪৪) প্ৰধানমন্ত্ৰী সহজ বিজলী হৰ ঘৰ যোজনা – সৌভাগ্য – ২৫ ছেপ্টেম্বৰ ২০১৭
৪৫) সাথী অভিযান - ২৪ অক্টোবৰ ২০১৭
৪৬) দীনদয়াল স্পাৰ্ছ যোজনা - ৩ নৱেম্বৰ ২০১৭



══════◄••❀••►══════

কেইটামান জানিবলগীয়া প্ৰয়োজনীয় প্ৰশ্নোত্তৰ।।


প্ৰশ্ন :-   সত্যাগ্রহ শব্দটোৰ অৰ্থ হৈছে?
A. সুবিচাৰ
B. অহিংস আন্দোলন
C. সত্য আৰু অহিংসা
উত্তৰ : C. সত্য আৰু অহিংসা

প্ৰশ্ন :-   ‘দিল্লী চলো’ শ্লোগানটো কাৰ?
A. বাল গংগাধৰ তিলক
B. সুভাষ চন্দ্ৰ বসু
C. লালবাহাদুৰ শাস্ত্ৰী
D. ওপৰৰ এটাও নহয়
উত্তৰ : B. সুভাষ চন্দ্ৰ বসু

প্ৰশ্ন :-   তলৰ কোনবিধৰ বাবে তাজমহলৰ প্রতি ভাবুকি আহি পৰিছে ?
A. ছালফাৰ ডাই অক্সাইড
B. ক্ল'ৰফ্লু'ৰ কাৰ্বন
C. কাৰ্বন মনক্সাইড
উত্তৰ : A. ছালফাৰ ডাই অক্সাইড

প্ৰশ্ন :-   ব্ৰাহ্ম সমাজৰ প্ৰতিষ্ঠাপক কোন ?
A. গোবিন্দ ৰানাডে
B. দয়ানন্দ সৰস্বতী
C. ৰাজা ৰামমোহন ৰয়।
D. ওপৰৰ এটাও নহয়
উত্তৰ : C. ৰাজা ৰামমোহন ৰয়।

প্ৰশ্ন :-   ভাৰতৰ প্ৰথম ভাইচৰয়………..
A. লৰ্ড ৱেলিংটন
B. বেণ্টিংক
C. লৰ্ড কেনিং
D. ওপৰৰ এটাও নহয়
উত্তৰ : C. লৰ্ড কেনিং

প্ৰশ্ন :-   "আগষ্ট বিপ্লৱ" কাক বুলি কোৱা হয়?
A. অসহযোগ আন্দোলন
B. ভাৰত ত্যাগ আন্দোলন
C. আইন অমান্য আন্দোলন
উত্তৰ : B. ভাৰত ত্যাগ আন্দোলন

প্ৰশ্ন :-   গেটৱে অৱ ইণ্ডিয়া-
A. জন্মু আৰু কাশ্মীৰ
B. চেন্নাই
C. দিল্লী
D. মুম্বাই
উত্তৰ : D. মুম্বাই

প্ৰশ্ন :-   ভাৰতৰ প্ৰথম কৃত্ৰিম উপগ্ৰহটোৰ নাম কি?
A. চন্দ্ৰযান-1
B. আৰ্যভট্ট
C. চন্দ্ৰযান-2
D. ওপৰৰ এটাও নহয়
উত্তৰ : B. আৰ্যভট্ট

প্ৰশ্ন :-   পৰাধীন ভাৰতৰ অসমৰ প্ৰথম প্ৰধানমন্ত্ৰী কোন আছিল?
A. গোপীনাথ বৰদলৈ
B. ছাৰ চৈয়দ মহম্মদ ছাদুল্লা
C. তৰুণৰাম ফুকন
উত্তৰ : B. ছাৰ চৈয়দ মহম্মদ ছাদুল্লা

প্ৰশ্ন :-   পাটলিপুত্ৰ কোন ঠাইৰ পুৰণি নাম-
A. পাটনা
B. পুনে
C. পুডুচেৰী
D. ওপৰৰ এটাও নহয়
উত্তৰ : A. পাটনা

প্ৰশ্ন :-   "ক্ৰিকেট মাই ষ্টাইল" নামৰ গ্ৰন্থখন কোনজন ভাৰতীয় ক্ৰিকেটাৰৰ ৰচনা?
A. সৌৰভ গাংগুলী
B. বিৰাট কহলী
C. কপিল দেৱ।
D. ৰিকি পণ্টিং
উত্তৰ : C. কপিল দেৱ।

প্ৰশ্ন :-   ‘আইন –ই –আকবৰী’ গ্ৰন্থ কোনে ৰচনা কৰিছিল?
A. আকব
B. আবুল ফজল
C. জাহাংগীৰ
D. ওপৰৰ এটাও নহয়
উত্তৰ : B. আবুল ফজল

প্ৰশ্ন :-   পাণিপথৰ প্ৰথম যুদ্ধ……………………..
A. 1526 চনত
B. 1528 চনত
C. 1524 চনত
D. ওপৰৰ এটাও নহয়
উত্তৰ : A. 1526 চনত

প্ৰশ্ন :-   ভাৰতত কিমানখন উচ্চ ন্যায়লয় আছে?
A. 21
B. 25
C. 23
D. 20
উত্তৰ : B. 25

প্ৰশ্ন :-  ভূপেন হাজৰিকা সেতুৰ দৈঘ্য-
A. 9.15 km
B. 9.14 km
C. 7.5 km
D. 10 km
উত্তৰ : A. 9.15 km

প্ৰশ্ন :-   ভাস্কৰ বৰ্মন কাৰ সমসাময়িক (Contemporary) আছিল?
A. হৰ্ষবৰ্দ্ধন
B. সমুদ্ৰ গুপ্ত
C. শ্ৰীগুপ্ত
D. ওপৰৰ এটাও নহয়
উত্তৰ : A. হৰ্ষবৰ্দ্ধন

প্ৰশ্ন :-  "India lives in its villages" কোনে কৈছিল?
A. ড্ৰনাল
B. বাৰাক অবামা
C. মহাত্মা গান্ধী
D. ওপৰৰ এটাও নহয়
উত্তৰ : C. মহাত্মা গান্ধী

প্ৰশ্ন :-  "বাথৌ পূজা" কোন জনগোষ্ঠীৰ?
A. কাৰ্বি
B. টিৱা
C. ৰাভা
D. বড়ো
উত্তৰ : D. বড়ো

প্ৰশ্ন :-  বাইবেল অসমীয়ালৈ অনুবাদ কৰিছিল-
A. কাশীনাথ তামুলী ফুকন
B. নাথান ব্ৰাউন
C. আত্মাৰাম শৰ্মাই
D. ওপৰৰ এটাও নহয়
উত্তৰ : C. আত্মাৰাম শৰ্মাই

প্ৰশ্ন :-   বাংলাদেশত ব্ৰহ্মপুত্ৰ নদীৰ নাম হৈছে-
A. পদ্মা
B. মেঘনা
C. যমুনা
D. ওপৰৰ এটাও নহয়
উত্তৰ : C. যমুনা

প্ৰশ্ন :-  সতী সাধনী কোন ৰাজ্য/বংশৰ আছিল?
A. চুতীয়া ৰাজ্যৰ
B. কোচ ৰাজ্যৰ
C. আহোম ৰাজ্যৰ
D. পাল বংশ
উত্তৰ : A. চুতীয়া ৰাজ্যৰ


══════◄••❀••►════

❇️ভাৰতীয় লোকপিয়লৰ কেইটামান বিশেষ প্ৰশ্নোত্তৰ।


🔘 নূন্যতম জনসংখ্যা থকা জিলাখন কোনখন?

উত্তৰ ➺ দিৱাং উপত্যকা (অৰুণাচল প্ৰদেশ)

🔘 কোনখন ৰাজ্যত অধিক জিলা আছে?

উত্তৰ ➺ উত্তৰ প্ৰদেশ

🔘 ভাৰতৰ সাক্ষৰতাৰ হাৰ কিমান?

উত্তৰ ➺ ৭৪.০%

🔘 ভাৰতৰ জনসংখ্যাৰ ঘনত্ব কিমান?

উত্তৰ ➺ ৩৮২ ব্যক্তি বৰ্গ কিলোমিটাৰ

🔘 পুৰুষৰ সাক্ষৰতাৰ হাৰ কিমান শতাংশ?

উত্তৰ ➺ ৮২.১৪%

🔘 মহিলাৰ সাক্ষৰতাৰ শতকৰা হাৰ কিমান?

উত্তৰ ➺ ৬৫.৪৬%

🔘 মহিলা সাক্ষৰতাৰ হাৰ সৰ্বাধিক কোন ৰাজ্য?

উত্তৰ ➺ কেৰালা (৯২.০ %), মিজোৰাম (৮৯.৪ %)

🔘 নূন্যতম সাক্ষৰতাৰ হাৰ কোনবোৰ ৰাজ্য?

উত্তৰ ➺ বিহাৰ(৬৩.৮%), অৰুণাচল প্ৰদেশ (৬৭%), ৰাজস্থান (৬৭.১%)

🔘 সৰ্বাধিক সাক্ষৰতাৰ হাৰ কোনখন জিলা?

উত্তৰ ➺ ছিৰচিপ (মিজোৰাম)

🔘 নূন্যতম সাক্ষৰতাৰ হাৰ কোনখন জিলা?

উত্তৰ ➺ আলিৰাজপুৰ (এম.পি.)

🔘 সৰ্বাধিক জনসংখ্যা থকা কেন্দ্ৰীয় শাসিত অঞ্চল কোনখন?

উত্তৰ ➺ দিল্লী

🔘 নূন্যতম জনসংখ্যা থকা কেন্দ্ৰীয় শাসিত অঞ্চল কোনখন?

উত্তৰ ➺ লক্ষদ্বীপ

🔘 নূন্যতম লিংগ অনুপাত থকা কোনখন জিলা?

উত্তৰ ➺ দমন (৫৩৩)

🔘 সৰ্বাধিক লিংগ অনুপাত থকা কেন্দ্ৰীয় শাসিত অঞ্চল কোনখন?

উত্তৰ ➺ পুডুচেৰী

🔘 পুৰুষৰ সাক্ষৰতাৰ হাৰ নূন্যতম কোনবোৰ ৰাজ্য?

উত্তৰ ➺ বিহাৰ (৭৩.৪%), অৰুণাচল প্ৰদেশ (৭৩.৭%), অন্ধ্ৰ প্ৰদেশ (৭৫.৬%)

🔘 মহিলা সাক্ষৰতাৰ হাৰ নূন্যতম কোনবোৰ ৰাজ্য?

উত্তৰ ➺ ৰাজস্থান (৫২.৭%), বিহাৰ (৫৩.৩%), ঝাৰখণ্ড (৫৬.২%)

🔘 সৰ্বাধিক জনসংখ্যা ঘনত্ব থকা কেন্দ্ৰীয় শাসিত অঞ্চল কোনখন?

উত্তৰ ➺ দিল্লী

🔘 নূন্যতম জনসংখ্যা ঘনত্ব থকা কেন্দ্ৰীয় শাসিত অঞ্চল কোনটো?

উত্তৰ ➺ আন্দামান - ৪৬ বৰ্গ কি.মি

🔘 সাক্ষৰতাৰ হাৰ সৰ্বাধিক কোনবোৰ ৰাজ্য?

উত্তৰ ➺ কেৰালা (৯৩.৯%), মিজোৰাম (৯১.৬%)

🔘 সৰ্বাধিক সাক্ষৰতা থকা কেন্দ্ৰীয় শাসিত অঞ্চল কোনখন?

উত্তৰ ➺ লক্ষদ্বীপ

🔘 নূন্যতম সাক্ষৰতা থকা কেন্দ্ৰীয় শাসিত অঞ্চল কোন?

উত্তৰ ➺ দাদৰা আৰু নগৰ হাভেলী

🔘 ভাৰতত লিংগ অনুপাত কিমান?

উত্তৰ ➺ ৯৪৩ মহিলা /১০০০ পুৰুষ

🔘 কোনখন ৰাজ্যত লিংগ অনুপাত সৰ্বাধিক?

উত্তৰ ➺ কেৰালা - ১০৮৪, তামিলনাডু - ৯৯৬, অন্ধ্ৰ প্ৰদেশ -৯৯৩

🔘 নূন্যতম লিংগ অনুপাত থকা কোনখন ৰাজ্য?

উত্তৰ ➺ হাৰিয়ানা (৮৭৯)

🔘 কোনখন জিলাত লিংগ অনুপাত সৰ্বাধিক?

উত্তৰ ➺ মাহে (পুডুচেৰী) ১১৭৬

🔘 পুৰুষৰ সাক্ষৰতাৰ হাৰ সৰ্বাধিক কোন ৰাজ্য?

উত্তৰ ➺ কেৰালা (৯৬.০ %), মিজোৰাম (৯৩.৭ %)

🔘 সৰ্বাধিক ঘনত্ব থকা ৰাজ্য কোনখন?

উত্তৰ ➺ বিহাৰ (১১০৬ বৰ্গ কিলোমিটাৰ), প. বংগ (১০২৮ বৰ্গ কিলোমিটাৰ)

🔘 নূন্যতম ঘনত্ব থকা ৰাজ্য কোনখন?

উত্তৰ ➺ অৰুণাচল প্ৰদেশ - ১৭ জন বৰ্গ কি.মি

🔘 সৰ্বাধিক ঘনত্ব থকা জিলাখন কোনখন?

উত্তৰ ➺ উত্তৰ পূৱ দিল্লী।


Popular Hot Posts:


Post a Comment

0 Comments

Ads Horizantal

Article Ads