Type Here to Get Search Results !

In Article Ads

Assam Quiz And Career || Target 22762 Jobs ASSAM || Preparation for Assam new 22,762 Jobs






কেইটামান প্ৰয়োজনীয় প্ৰশ্নোত্তৰ আগবঢ়ালো।

১) প্ৰশ্ন : শ্ৰীমন্ত শংকৰদেৱ বঁটা কিমান বছৰ বয়সৰ অধিক ব্যক্তিলৈ
আগবঢ়োৱা হয়?

উত্তৰ : ৫০ বছৰ |

২) প্ৰশ্ন : সাহিত্য অকাডেমী বঁটা বিজয়ী প্ৰথম গৰাকী সাহিত্যিক কোন?
উত্তৰ: যতিন্দ্ৰনাথ দুৱৰা।

৩) প্ৰশ্ন: কোন হয় যাৰ জন্ম হৈছিল ১৯৪২ চনৰ ১৪ নৱেম্বৰত। সন্মানীয়
‘জ্ঞানপীঠ বঁটা’ বিজয়ী এই গৰাকী দ্বিতীয় অসমীয়া সাহিত্যিক। এই
গৰাকী সাহিত্যিকে ২০০১ চনত নিজ সাহিত্য কৰ্মৰ বাবে এই বঁটা লাভ
কৰে। সাহিত্যিক গৰাকী কোন?

উত্তৰ: মামণি ৰয়চম গোষবামী।

৪) প্ৰশ্ন: তেখেত আছিল অসমৰ প্ৰথম গৰাকী মুখ্যমন্ত্ৰী তেখেতক
১৯৯৯ চনত মৰণোত্তৰ ভাৱে ‘ভাৰতৰত্ন’ বঁটাৰে বিভূষিত কৰা হৈছিল?
উত্তৰ: গোপীনাথ বৰদলৈ।

৫) প্ৰশ্ন: এজন প্ৰখ্যাত লেখকৰ এখন উপন্যাস হ’ল ‘মৃত্যুঞ্জয়’। ১৯৭৯
চনত এই উপন্যাস খনৰ বাবে তেখেতে প্ৰথম বাৰলৈ অসমীয়া সাহিত্যৰ
বাবে সন্মানীয় ‘জ্ঞানপীঠ বঁটা’ লাভ কৰে। এই সাহিত্যিক গৰাকী কোন?
উত্তৰ : ডণ বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য।

৬) প্ৰশ্ন : তেওঁ বিশ্ববিখ্যাত শিল্পী আৰু সংগীতজ্ঞ। ১৯৯২ চনত ‘দাদা
চাহেব ফাল্কে বঁটা’ আৰু ২০০৯ চনত ‘সংগীত ৰত্ন’ বঁটা লাভ কৰা এই
গৰাকী প্ৰথম অসমীয়া ব্যক্তি। ব্যক্তি গৰাকী কোন?

উত্তৰ : ড" ভূপেন হাজৰিকা।



৭) প্ৰশ্ন: ১৮৯৮ চনত জন্ম গ্ৰহণ কৰা আৰু ১৯৫৪ চনত অসম সাহিত্য
সভাৰ সভাপতি পদ অলংকৃত কৰা এই গৰাকী মহিলাই ১৯৫৮ চনত
‘পদ্মশ্ৰী’ আৰু ১৯৬৭ চনত ‘সাহিত্য অকাডেমী বঁটা’ লাভ কৰে।
মহিলাগৰাকী কোন?

উত্তৰ: নলিনীবালা দেৱী।

৮) প্ৰশ্ন: শেখৰ কাপুৰ নিৰ্মিত চলচ্চিত্ৰ ‘বেণ্ডিত কুইন’ত অভিনয় কৰা
আৰু ১৯৯৭ চনৰ ‘ফিল্মফেয়াৰ’ চলচ্চিত্ৰ মহোৎসৱত ‘শ্ৰেষ্ঠ
আত্মপ্ৰকাশ’ অভিনেত্ৰীৰ বঁটা লাভ কৰা অসমীয়া অভিনেত্ৰী গৰাকী
কোন?

উত্তৰ: সীমা বিশ্বাস।

৯) প্ৰশ্ন : ৰাজ্য খনৰ সবাতোকৈ প্ৰসিদ্ধ আৰু এতিহ্যময় থিয়েটাৰ গৃহ
‘বেন-ষ্টেজ’ ক’ত অৱস্থিত?

উত্তৰ : তেজপুৰ।





১০) প্ৰশ্ন : জ্যোতি চিত্ৰবন কোন চনত স্থাপিত হৈছিল?

উত্তৰ :১৯৬৮ চনত।

১১) প্ৰশ্ন: কোন খন অসমীয়া চলচ্চিত্ৰই প্ৰথম শ্ৰেষ্ঠ সংগীত পৰিচালনাৰ
বঁটা লাভ কৰিছিল?

উত্তৰ : চামেলি মেমচাব|

১২) প্ৰশ্ন: ১৯৪৮ চনত কোন খন ছবিত বিষ্ণুপ্ৰসাদ ৰাভাই সংগীত
পৰিচালনা ?

উত্তৰ :চিৰাজ।

১৩) প্ৰশ্ন : ফিল্ম ফেয়াৰ বঁটা লাভ কৰা প্ৰথম অসমীয়া ব্যক্তিজন কোন?
উত্তৰ : বিজয় চৌধুৰী।

১৪) প্ৰশ্ন: ১৯৫৫ চনত প্ৰথম ৰাষ্ট্ৰীয় আঞ্চলিক বঁটা লাভ কৰা চলচ্চিত্ৰ
খন কি?

উত্তৰ : পিয়লি ফুকন।

১৫) প্ৰশ্ন: অসমীয়া চলচ্চিত্ৰৰ প্ৰথম কেমেৰামেন গৰাকী কোন?
উত্তৰ : প্ৰতাপ বৰুৱা।

১৬) প্ৰশ্ন : নটসূৰ্য ফণী শৰ্মাই ‘জয়মতী’ চলচ্চিত্ৰত কি চৰিত্ৰত অভিনয়?

উত্তৰ: চাউদাং বৰুৱা।

১৭) প্ৰশ্ন: ড ভূপেন হাজৰিকাৰ প্ৰথম বঙালী ছবিখনৰ নাম কি আছিল?
উত্তৰ: মাহুত বন্ধুৰে।

১৮) প্ৰশ্ন: জ্যোতিপ্ৰসাদ আগৰৱালাই প্ৰতিষ্ঠা কৰা প্ৰথম চলচ্চিত্ৰ
ষ্টুডিঅ’টোৰ নাম কি?

উত্তৰ : জয়মতী।

১৯) প্ৰশ্ন: প্ৰথম অসমীয়া চলচ্চিত্ৰ অভিনেত্ৰী কোন আছিল?
উত্তৰ : আইদেউ সন্দিকৈ।

২০) প্ৰশ্ন : প্ৰথম অসমীয়া হাস্যৰসাত্মক চলচ্চিত্ৰ কোন খন?

উত্তৰ : ইটো সিটো বহ্লতো।

২১) প্ৰশ্ন: অসমীয়া চলচ্চিত্ৰৰ প্ৰথম পৰিচালক কোন?

উত্তৰ : প্ৰমথেশ বৰুৱা।

২২) প্ৰশ্ন : জাহ্তু বৰুৱাৰ দ্বাৰা পৰিচালক কোন খন চলচ্চিত্ৰই ২০০২
চনৰ শ্ৰেষ্ঠ আঞ্চলিক ভাষাৰ ৰাষ্ট্ৰায় চলচ্চিত্ৰ বঁটা লাভ কৰে?
উত্তৰ: মণিকাৰ ৰামধেনু।

২৩) প্ৰশ্ন: প্ৰথম অসমীয়া শিশু চলচ্চিত্ৰ কি?

উত্তৰ: অবুজ বেদনা।

২৪) প্ৰশ্ন: অসমীয়া ভাষাৰ প্ৰথম চলচ্চিত্ৰ খনৰ নাম কি?
উত্তৰ : জয়মতী।

২৫) প্ৰশ্ন: প্ৰথম অসমীয়া সংগীত পৰিচালিকা কোন আছিল?
উত্তৰ: মনীষা বৰুৱা।

২৬) প্ৰশ্ন : প্ৰথম অসমীয়া গ্ৰামোফোন ৰেকৰ্ডৰ শিল্পী জনৰ নাম কি?
উত্তৰ : প্ৰফুল্ল চন্দ্ৰ বৰুৱা।

২৭) প্ৰশ্ন: একেৰাহে সংগীত পৰিচালনা, অভিনয় আৰু চিনেমা
পৰিচালনা কৰা অসমৰ শিল্পী গৰাকী কোন?

উত্তৰ: জুবিন গাৰ্গ।

২৮) প্ৰশ্ন : অসমৰ থিয়েটাৰৰ পুৰনি কালত প্ৰচলিত মুল ভেটি দুটা কিকি?

উত্তৰ : ওজাপালি আৰু পুতলা নাচ।
২৯) প্ৰশ্ন: শংকৰদেৱে ৰচনা কৰা ভাওনা আৰু অংকীয়া নাটৰ প্ৰথম
মঞ্চস্থ হোৱা নাট খন কি?
উত্তৰ :চিহৃ যাত্ৰা।
৩০) প্ৰশ্ন: অংকীয়া নাটৰ মুখ্য চৰিত্ৰ কি?
উত্তৰ: সূত্ৰধাৰ।
৩১) প্ৰশ্ন: প্ৰথম অসমীয়া সামাজিক নাটক কি?
উত্তৰ : ৰাম নৱমী।
৩২) প্ৰশ্ন: গুৱাহাটী অনাতাঁৰ কেন্দ্ৰৰ পৰা প্ৰচলন হোৱা প্ৰথম নাট খন

উত্তৰ: ধৰালৈ যিদিনা নামিব সৰগ।
৩৩) প্ৰশ্ন: অসমীয়া নাটকৰ পিতৃ ষৰুপ বুলি কাক কোৱা হয়?
উত্তৰ : শ্ৰী মন্ত শংকৰদেৱ।
৩৪) প্ৰশ্ন: শংকৰদেৱৰ অংকীয়া নাটৰ প্ৰথম ৰচনা শৈলীৰ অংকীয়া নাট
দুখনৰ নাম কি কি?
উত্তৰ: খুলীয়া ভাওনা আৰু খুলীয়া ভাৱৰীয়া।
৩৫) প্ৰশ্ন: গুণাভিৰাম বৰুৱাই ১৮৫৭ চনত ৰচনা কৰা প্ৰথম অসমীয়া
নাটক খনৰ নাম কি?
উত্তৰ : ৰাম নৱমী।
৩৬) প্ৰশ্ন: সংফৃৃত ভাষাৰ নাট অসমীয়ালৈ অনুবাদ কৰা প্ৰথম
য় কোন আছিল?
উত্তৰ: লম্বোদৰ বৰা; নাট: শকুন্তলা।





৩৭) প্ৰশ্ন: অসম আক্ৰমণ কৰা প্ৰথম জন মোগল আক্ৰমণকাৰী কোন
আছিল?

উত্তৰ: মহম্মদ ইবন বখ্তিয়া।

৩৮) প্ৰশ্ন: কংগ্ৰেছৰ প্ৰথম সাধাৰণ সভা অসমৰ ক’ত আৰু কেতিয়া
অনুষ্ঠিত হৈছিল?

উত্তৰ: ১৯২৬ চনত গুৱাহাটীৰ পাণ্ডুত।

৩৯) প্ৰশ্ন: ‘অসম ছাত্ৰ সন্মিলনী’ কেতিয়া গঠন কৰা হৈছিল আৰু ইয়াৰ
প্ৰথম সভাপতি কোন আছিল?

উত্তৰ: ১৯১৬ চনত। সভাপতি আছিল লক্ষ্মীনাথ বেজবৰুৱা।
পৰিবহণ আৰু যোগাযোগ ব্যৱস্থা

৪০) প্ৰশ্ন: উত্তৰ - পুৱ সীমান্ত ৰেলৱেৰ মুখ্য কায্যালয় ক’ত অৱস্থিত?
উত্তৰ: মালিগাঁও।

৪১) প্ৰশ্ন : ব্ৰহ্মপুত্ৰ নদীৰ ওপৰত শৰাইঘাট দলঙৰ নক্সা আৰু পৰিকল্পনা
কোনে কৰিছিল?

উত্তৰ :শ্ৰী বি.চি. গাংগুলী।

৪২) প্ৰশ্ন: ডিব্‌রুগড় ৰেলৱে কৰ্মশালা কোন চনত নিৰ্মান কৰা হৈছিল?
উত্তৰ: ১৮৮১ চনত।

৪৩) প্ৰশ্ন: শিলচৰৰ বিমান ঘাটি ক’ত অৱস্থিত?

উত্তৰ: কুন্তীৰগ্ৰাম।

৪৪) প্ৰশ্ন: অসমৰ প্ৰথম আকাশী জানৰ চালক জন কোন?

উত্তৰ: মহানন্দ দাস।

৪৫) প্ৰশ্ন:১৯৬২ চনত ব্ৰহ্মপুত্ৰ নৈৰ ওপৰত শৰাইঘাটৰ দলং উদ্ধোধন
কোনে কৰিছিল?

উত্তৰ : জৱাহৰলাল নেহৰু।

৪৬) প্ৰশ্ন: অসমত কোন চনত নৌ-সেৱা আৰম্ভ হৈছিল?

উত্তৰ: ১৮৪৭ চনত।




Post a Comment

0 Comments

Ads Horizantal

Article Ads