অতি গুৰুত্বপূৰ্ণ সাধাৰন জ্ঞানৰ কেইটামান প্ৰশ্ন উত্তৰ
1) উত্তৰ-পূৰ্বাঞ্চলৰ দুৱাৰমূখ স্বৰূপ বুলি কোনখন চহৰক জনা যায়?
উ÷গুৱাহাটী ।
2) অসমৰ প্ৰথম বিমান চালক জনৰ নাম কি?
উ÷মহানন্দ দাস ।
3) দিছপুৰৰ আগতে অসমৰ ৰাজধানী ক'ত আছিল?
উ÷শ্বিলং ।
4) পৃথিৱীৰ ক্ষুদ্ৰতম নদী-দ্বীপটোৰ নাম কি?
উ÷উমানন্দ ।
5)'অসমীয়া মহিলাই কাপোৰত সপোন ৰচে' বুলি কোনে কৈছিল?
উ÷মহাত্মা গান্ধী ।
6) অসমৰ ক'ত আৰক্ষী প্ৰশিক্ষণ কেন্দ্ৰ আছে?
উ÷দেৰগাওঁ ।
7) কোনটো জনগোষ্ঠীয়ে অসমত প্ৰথম ধানৰ খেতি কৰিছিল?
উ÷বড়ো ।
😎 অসমৰ ক'ত দিয়াচলাইৰ কাৰখানা আছে?
উ÷ধুবুৰী ।
9) কটন কলেজ কিমান চনত স্থাপন কৰা হৈছিল?
উ÷১৯০১ চনত ।
10) অসমৰ কোন ঠাইত সাৰ কাৰখানা আছে?
উ÷নামৰূপ ।
11) অসমৰ একমাত্ৰ মানসিক চিকিৎসালয় খন ক'ত অৱস্থিত?
উ÷তেজপুৰ ।
12) অসমৰ কোনখন ঠাইত মৰাপাটৰ কাৰখানা আছে?
উ÷শিলঘাট ।
13)'নটসূৰ্য' বুলি কাক জনা যায়?
উ÷ফণী শৰ্মা ।
14) প্ৰথম অসমীয়া উপন্যাস খনৰ নাম কি?
উ÷ভানুমতী
15) গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰথম উপাচাৰ্য কোন আছিল ?
উ- কৃষ্ণকান্ত সন্দিকৈ।
16) নটসূৰ্য বুলি কাক কোৱা হয়?
উ - ফণী শৰ্মা
17) কদমকলি কবিতা পুথিখন কাৰ ৰচনা ?
উ - লক্ষ্মীনাথ বেজবৰুৱা
18) 'মোৰ জীৱন সোৱৰণ ' কাৰ আত্মজীৱনী ?
উ - লক্ষ্মীনাথ বেজবৰুৱা
19) ৰাজ্য সভাৰ প্ৰথম সভাপতি কোন আছিল ?
উ - ড° সৰ্বপল্লী ৰাধাকৃষ্ণণ
20) ভূপেন হাজৰিকাক কোনে " সুধা কণ্ঠ" উপাধি প্ৰদান কৰিছিল ?
উ - আনন্দ চন্দ্ৰ বৰুৱা
21) ২০২০চনত শ্ৰীমন্ত শঙ্কৰদেৱ বঁটা কোনে লাভ কৰিছিল ?
উ - ভৱপ্ৰসাদ চলিহা
22) "এন আইডিয়ে লিষ্ট ভিউ অব লাইফ" গ্ৰন্থ খন কাৰ ?
উ - ড° সৰ্বপল্লী ৰাধাকৃষ্ণণ
23) ভূপেন হাজৰিকাদেৱে কেতিয়া দাদা চাহেব ফাল্কে বঁটা লাভ কৰিছিল ?
উ - ১৯৯২
24) জাতীয় পতাকা খন কেতিয়া গ্ৰহণ কৰা হৈছিল ?
উ - ১৯৪৭ চনৰ ২০জুলাই
25) অসমৰ ভিতৰত দীৰ্ঘতম ৰেলপথৰ সুৰঙ্গ ক'ত আছে ?
উ - মাহৰ
26) অসমৰ দক্ষিণ সীমাৰে পাৰ হৈ যোৱা অক্ষৰেখাডালৰ নাম কি ?
উ - কৰ্কট ক্ৰান্তী়
27) মহাত্মা গান্ধীয়ে কাক " দেশ প্ৰেমিকৰ দেশ প্ৰেমিক" বুলি আখ্যা দিছিল ?
উ - সুভাষ চন্দ্ৰ বসু
28) অসমৰ কোনখন জিলাক কাৰ্বন মুক্ত বুলি ঘোষণা কৰা হৈছে ?
উ - মাজুলী
29) স্বাধীনতাৰ পিছত বিধান সভাৰ প্ৰথম অধ্যক্ষ কোন আছিল ?
উ - দেৱেশ্বৰ শৰ্মা
30) কেতিয়া অম্বিকাগিৰী ৰায়চৌধুৰীয়ে স্বদেশী আন্দোলনত যোগদান কৰিছিল?
উ - ১৯০৪
31) প্ৰথম অসমীয়া সামাজিক চলচ্চিত্ৰ খন কি ?
উ - ইন্দ্ৰমালতী
32) অসমৰ প্ৰথমটো ফিল্ম ষ্টডিঅ "জ্যোতি চিত্ৰবন" কেতিয়া মুকলি কৰা হৈছিল?
উ - ১৯৬৮ চনৰ ১৭ জানুৱাৰী
33) গুৱাহাটী চাহ নিলাম কেন্দ্ৰটো কেতিয়া স্থাপন হৈছিল ?
উ - ১৯৭০
34) ভোগেশ্বৰ বৰুৱাই কিমান চনত এছিয়ান গেমছত সোণৰ পদক লাভ কৰিছিল ?
উ - ১৯৬৬ চনত ।
35) বিখ্যাত লেখক আৰ্ণেষ্ট হেমিংৱে কোনখন কিতাপৰ বাবে নবেল বঁটা লাভ কৰিছিল?
উত্তৰ : The Old Man and the Sea.
36) শ্বেক্সপীয়েৰে মুঠতে কিমানখন নাট লিখিছিল?
উত্তৰ : ৩৭ খন।
37) ‘ইংৰাজী কবিতাৰ জনক’ বুলি কাক কোৱা হয়?
উত্তৰ : জিওফ্ৰি চচাৰক।
38) “মোৰ মায়েই মোৰ সমস্ত অনুপ্ৰেৰণাৰ উৎস”- ভাৰতত জন্ম গ্ৰহণ কৰা কিৰণ দেশায়ে ২০০৬ চনৰ “বুকাৰ বঁটা” লাভ কৰি উৎফুল্লিত হৈ এইদৰে মন্তব্য কৰিছিল। কোনখন উপন্যাসৰ বাবে তেওঁ ‘বুকাৰ বঁটা’ লাভ কৰিছে?
উত্তৰ : দাঁ ইনহেৰিটেন্স অৱ লছ’ (The Inheritance of Loss)
39) কোনজন লেখকক এছিয়াৰ ‘হোমাৰ’ বোলা হয়?
উত্তৰ : ফিৰদৌছি।
40) “Dr. Jekyll and Mr. Hyde” কোনে লিখিছে?
উত্তৰ : ৰৰ্বাট লুইছ ষ্টিভেনছনে।
41) ‘Glimpses of world History’ কোনে লিখিছে?
উত্তৰ : জৱাহৰলাল নেহৰু।
42) বিখ্যাত ফৰাচী লেখক ভল্টেয়াৰৰ প্ৰকৃতত নাম কি?
উত্তৰ : ফ্ৰাচোঁৱা মেৰী অৰুৱে।
43) ইংলেণ্ডৰ কোনগৰাকী প্ৰধানন্মন্ত্ৰীয়ে কি গ্ৰন্থ ৰচনাৰ বাবে কিমান চনত সাহিত্য নোবেল বঁটা পাইছিল?
উত্তৰ : চাৰ উইনষ্টন লিওনাৰ্ড চাৰ্চিলে ; তেওঁৰ ছটা খণ্ডত লিখা ‘দ্য চেকেণ্ড ৱৰ্লড ৱাৰ’ নামৰ গ্ৰন্থখনৰ বাবে, ১৯৫৩ চনত।
44) Croward’s die many a time before death – এই বিখ্যাত উক্তিটোৰ লিখক কোন?
উত্তৰ : শ্বেক্সপীয়েৰ।
45) গৰমপানী অভয়াৰণ্য ক'ত অৱস্থিত?.
উত্তৰ:- কাৰ্বি আংলং, গোলাঘাট ।
46) ৰাষ্ট্ৰীয় বঁটা বিজয়ী প্ৰথম অসমীয়া মহিলা কন্ঠশিল্পী কোন?.
উত্তৰ:- তৰালী শৰ্মা
47) শ্ৰীমন্ত শঙ্কৰদেৱে ৰচনা কৰা কীৰ্তন কোন পুথিৰ সাৰাংশ?.
উত্তৰ:- ভাগৱত
48) ৰামধেনুৰ প্ৰথম সম্পাদক কোন?.
উত্তৰ:- ইন্দ্ৰকমল বেজবৰুৱা
49) মোগলে কোন আহোম ৰজাৰ দিনত শেষবাৰৰ বাবে অসম আক্ৰমণ কৰিছিল?
উত্তৰ:- গদাধৰ সিংহৰ দিনত
50) অসমীয়া মাহেকীয়া আলোচনী জোনাকীৰ প্ৰথম সম্পাদক কোন?
উত্তৰ:- চন্দ্ৰকুমাৰ আগৰৱালা
51)অসমীয়া গদ্যজনক বুলি কাক জনা যায়?.
উত্তৰ:- ভট্টদেৱ
✅ভাৰত চৰকাৰৰ গুৰুত্বপূৰ্ণ আঁচনিৰ নাম আৰু কাৰ্যকৰী কৰাৰ তাৰিখ সমুহ।
১/ নিটি আয়োগ - ১ জানুৱাৰী ২০১৫
২) হৃদয় যোজনা - ২১ জানুৱাৰী ২০১৫
৩/ বেটি বচাও বেটি পঢ়াও - ২২ জানুৱাৰী ২০১৫
৪/ সুকন্যা সমৃদ্ধি যোজনা - ২২ জানুৱাৰী ২০১৫
৫/ মুদ্ৰা বেংক যোজনা - ৮ এপ্ৰিল ২০১৫
৬) প্ৰধানমন্ত্ৰী সুৰক্ষা বীমা যোজনা - ৯ মে ২০১৫
৭) অটল পেঞ্চন যোজনা - ৯ মে ২০১৫
৮) প্ৰধানমন্ত্ৰী জীৱন জ্যোতি যোজনা - ৯ মে ২০১৫
৯) উস্তাদ যোজনা (USTAD) - ১৪ মে’ ২০১৫
১০) প্ৰধানমন্ত্ৰী আৱাস যোজনা - ২৫ জুন ২০১৫
১১) অমৰুট আঁচনি (আমৰুট) - ২৫ জুন ২০১৫
১২) স্মাৰ্ট চিটি প্লেন - ২৫ জুন ২০১৫
১৩) ডিজিটেল ইণ্ডিয়া মিছন - ১ জুলাই ২০১৫
১৪) স্কিল ইণ্ডিয়া মিছন - ১৫ জুলাই ২০১৫
১৫) দীনদয়াল উপাধ্যায় গ্ৰাম জ্যোতি যোজনা - ২৫ জুলাই ২০১৫
১৬) নতুন মহলা - ৮ আগষ্ট ২০১৫
১৭) সহজ যোজনা - ৩০ আগষ্ট ২০১৫
১৮) স্বাৱলম্বন স্বাস্থ্য আঁচনি - ২১ ছেপ্টেম্বৰ ২০১৫
১৯) মেক ইন ইণ্ডিয়া - ২৫ ছেপ্টেম্বৰ ২০১৫
২০) ইম্প্ৰিণ্ট ইণ্ডিয়া আঁচনি - ৫ নৱেম্বৰ ২০১৫
২১) সোণৰ মুদ্ৰাকৰণ আঁচনি - ৫ নৱেম্বৰ ২০১৫
২২) উদয় আঁচনি (উদয়) - ৫ নৱেম্বৰ ২০১৫
২৩) এক ৰেংক এক পেঞ্চন আঁচনি - ৭ নৱেম্বৰ ২০১৫
২৪) জ্ঞান যোজনা - ৩০ নৱেম্বৰ ২০১৫
২৫) কিলকাৰী আঁচনি - ২৫ ডিচেম্বৰ ২০১৫
২৬) নাগামি গংগে, প্ৰথম পৰ্যায়ৰ অভিযান আৰম্ভ - ৫ জানুৱাৰী ২০১৬
২৭) ষ্টাৰ্টআপ ইণ্ডিয়া - ১৬ জানুৱাৰী ২০১৬
২৮) প্ৰধানমন্ত্ৰী ফছল বীমা যোজনা - ১৮ ফেব্ৰুৱাৰী ২০১৬
২৯) সেতু ভাৰতম প্ৰকল্প - ৪ মাৰ্চ ২০১৬
৩০) ষ্টেণ্ড আপ ইণ্ডিয়া আঁচনি - ৫ এপ্ৰিল ২০১৬
৩১) গ্ৰামোদয় সে ভাৰত উদয় অভিযান - ১৪ এপ্ৰিল ২০১৬
৩২) প্ৰধানমন্ত্ৰী আজৱালা যোজনা - ১ মে ২০১৬
৩৩) প্ৰধানমন্ত্ৰী কৃষি সিনচাই যোজনা - ৩১ মে' ২০১৬
৩৪) ৰাষ্ট্ৰীয় দুৰ্যোগ ব্যৱস্থাপনা পৰিকল্পনা-১ জুন ২০১৬
৩৫) নাগামি গংগা কাৰ্যসূচী - ৭ জুলাই ২০১৬
৩৬) ভাৰতৰ বাবে গেছ - ৬ ছেপ্টেম্বৰ ২০১৬
৩৭) উদান যোজনা - ২১ অক্টোবৰ ২০১৬
৩৮) সৌৰ সুজালা যোজনা - ১ নৱেম্বৰ ২০১৬
৩৯) প্ৰধানমন্ত্ৰী যুৱ যোজনা - ৯ নৱেম্বৰ ২০১৬
৪০) ভীম এপ - ৩০ ডিচেম্বৰ ২০১৬
৪১) ভাৰতনেট প্ৰকল্পৰ পৰ্যায় - ২ - ১৯ জুলাই ২০১৭
৪২) প্ৰধানমন্ত্ৰী বায়া বন্দনা যোজনা - ২১ জুলাই ২০১৭
৪৩) আজীবিকা গ্ৰামিন এক্সপ্ৰেছ যোজনা - ২১ আগষ্ট ২০১৭
৪৪) প্ৰধানমন্ত্ৰী সহজ বিজলী হৰ ঘৰ যোজনা – সৌভাগ্য – ২৫ ছেপ্টেম্বৰ ২০১৭
৪৫) সাথী অভিযান - ২৪ অক্টোবৰ ২০১৭
৪৬) দীনদয়াল স্পাৰ্ছ যোজনা - ৩ নৱেম্বৰ ২০১৭
══════◄••❀••►══════
Also Read
🔻 ২৪ জুলাই ২০২৩ সাম্প্ৰতিক পৰিস্থিতি ✅
প্ৰশ্ন ১:- কোনখন ৰাজ্য চৰকাৰে টেণ্ডুপাতৰ শ্ৰমিকৰ বাবে ৫৬ কোটি টকাৰ আৰ্থিক সাহায্য ঘোষণা কৰিছে?
উত্তৰ :- ওড়িশা ৰাজ্য চৰকাৰ।
প্ৰশ্ন ২:- আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত ৫০০ তম মেচ খেলা দশম ক্ৰিকেটাৰ কোন?
উত্তৰ :- বিৰাট কোহলী।
প্ৰশ্ন ৩:- গ’ ফাৰ্ষ্ট এয়াৰলাইনৰ বিমান সেৱা পুনৰ আৰম্ভ কৰাৰ পৰিকল্পনা কোনে অনুমোদন জনাইছে?
উত্তৰ :- DGCA দ্বাৰা।
প্ৰশ্ন ৪:- জিম পৰ্টেলৰ জৰিয়তে ক্ৰয়ৰ বাবে কোনটো মন্ত্ৰালয়ে শ্ৰেষ্ঠ অংশগ্ৰহণ বঁটা লাভ কৰিছে?
উত্তৰ :- কয়লা মন্ত্ৰালয়।
প্ৰশ্ন ৫:- ২০২৩ চনৰ ২৩ জুলাইত সমগ্ৰ ভাৰতবৰ্ষত কোনটো দিন পালন কৰা হয়?
উত্তৰ :- ৰাষ্ট্ৰীয় সম্প্ৰচাৰ দিৱস।
প্ৰশ্ন ৬:- আফগানিস্তানৰ বাবে ৭৬ লাখ ইউৰোৰ মানৱীয় সাহায্য কোনে ঘোষণা কৰিছে?
উত্তৰ :- ইউৰোপীয় সংঘ।
প্ৰশ্ন ৭:- ভাৰতীয় বিশ্ব পৰিক্ৰমা পৰিষদৰ সৈতে কোনটো আই আই টিয়ে বুজাবুজি চুক্তি স্বাক্ষৰ কৰিছে?
উত্তৰ :- আই আই টি গুৱাহাটী।
প্ৰশ্ন ৮:- সন্মানীয় আন্তঃৰাষ্ট্ৰীয় এনি বঁটা কোনে লাভ কৰিছে?
উত্তৰ :- থলাপ্পিল প্ৰদীপ।
প্ৰশ্ন ৯:- প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে নিয়োগ মেলাত ভাৰ্চুৱেল মাধ্যমৰ জৰিয়তে কিমান হাজাৰৰো অধিক নিযুক্তি পত্ৰ বিতৰণ কৰিছে?
উত্তৰ :- ৭০ হাজাৰতকৈ অধিক।
প্ৰশ্ন ১০:- কোনখন ৰাজ্যই ৬৯ সংখ্যক সংস্কৰণৰ ফিল্মফেয়াৰ বঁটা প্ৰদান কৰিব?
উত্তৰ :- গুজৰাট ৰাজ্য।
প্ৰশ্ন ১১:- DPIIT আৰু কোনখন ৰাজ্য চৰকাৰে যৌথভাৱে মুকলি কৰিছে 'এক জিলা এক প্ৰডাক্ট' দেৱাল?
উত্তৰ :- গুজৰাট ৰাজ্য চৰকাৰ।
প্ৰশ্ন ১২:- ভাৰতীয় উপকূলৰক্ষী বাহিনীৰ ২৫ সঞ্চালক প্ৰধান হিচাপে কাক নিযুক্তি দিয়া হৈছে?
উত্তৰ :- ৰাকেশ পাললৈ।
প্ৰশ্ন ১৩:- জীৱন বীমা নিগমৰ নতুন পৰিচালন সঞ্চালক হিচাপে কাক নিযুক্তি দিয়া হৈছে?
উত্তৰ :- সৎপল ভানুলৈ।
প্ৰশ্ন ১৪:- হাংগেৰীৰ "Super GM Chess Tournament" ত কোনে জয়ী হৈছে?
উত্তৰ :- আৰ. প্ৰজ্ঞানন্দ।
প্ৰশ্ন ১৫:- অভিজ্ঞ শিল্পীক আৰ্থিক সাহায্য প্ৰদানৰ সুবিধা প্ৰদান কৰিবলৈ সাংস্কৃতিক মন্ত্ৰালয় আৰু কোনটো বেংকৰ মাজত বুজাবুজি চুক্তি স্বাক্ষৰিত হৈছে?
উত্তৰ :- কেনাৰা বেংকৰ মাজত।
Also Read
📖 সাম্প্ৰতিক পৰিস্থিতি ➜ ২১-০৭-২০২৩
প্ৰশ্ন ১:- দ্বিপাক্ষিক সামুদ্ৰিক অনুশীলনৰ বাবে কোনখন দেশত উপস্থিত হৈছে আই এন এছ সহ্যাদ্ৰী আৰু কলকাতা?
উত্তৰ :- ইণ্ডোনেছিয়াৰ জাকাৰ্টাত।
প্ৰশ্ন ২:- ২৪ তাৰিখ কাৰ্গিল বিজয় দিৱস উপলক্ষে কোন চহৰৰ পৰা আৰম্ভ হৈছে মহিলাৰ ট্ৰাই চাৰ্ভিচ মটৰ চাইকেল ৰেলী?
উত্তৰ :- নতুন দিল্লীৰ পৰা।
প্ৰশ্ন ৩:- কাৰ প্ৰতিবেদন অনুসৰি ভাৰতে ২০২২ চনত ৯৩% DPT3 টিকাকৰণৰ কভাৰেজ ৰেকৰ্ড কৰিছে?
উত্তৰ :- বিশ্ব স্বাস্থ্য সংস্থাৰ মতে।
প্ৰশ্ন ৪: - কোনখন দেশত ‘আন্তঃৰাষ্ট্ৰীয় প্ৰতিৰক্ষা প্ৰদৰ্শনী ২০২৩’ আয়োজন কৰা হ’ব?
উত্তৰ :- দক্ষিণ কোৰিয়াত।
প্ৰশ্ন ৫:- দেশত উদ্ভাৱন আৰু উদ্যোগীকৰণক প্ৰসাৰিত কৰিবলৈ টিচিআৰএম মেট্ৰিক্স (টেকন’-কমাৰ্চিয়েল ৰেডিনেছ এণ্ড মাৰ্কেট মেচিউৰিটি মেট্ৰিক্স) কাঠামো কোনে মুকলি কৰিছে?
উত্তৰ :- নিটি আয়োগ।
প্ৰশ্ন ৬: - সদ্য প্ৰকাশিত হেনলি পাছপ’ৰ্ট সূচকাংক ২০২৩ত ভাৰতৰ স্থান কিমান?
উত্তৰ :- ৮০তম স্থানত।
প্ৰশ্ন ৭:- ‘এবছল্যুট’ আৰু পিএমএফবিৱাই (প্ৰধানমন্ত্ৰী ফছল বীমা যোজনা) শক্তিশালী কৰাৰ বাবে কোনে বুজাবুজি চুক্তি স্বাক্ষৰ কৰিছে?
উত্তৰ :- ইউএনডিপি।
প্ৰশ্ন ৮:- হেনলি পাছপ’ৰ্ট সূচকাংক ২০২৩ অনুসৰি কোনখন দেশত বিশ্বৰ আটাইতকৈ শক্তিশালী পাছপ’ৰ্ট আছে?
উত্তৰ :- ছিংগাপুৰ।
প্ৰশ্ন ৯:- কোনখন ৰাজ্যৰ গোপালপুৰ বন্দৰে কাৰ্গো হেণ্ডলিঙৰ ক্ষেত্ৰত ৰাষ্ট্ৰীয় অভিলেখ গঢ়ি তুলিছে?
উত্তৰ :- ওড়িশা ৰাজ্যৰ।
প্ৰশ্ন ১০:- জুলাই মাহৰ মাজভাগত কোনখন দেশত অভিলেখ তাপমাত্ৰা ৫২.২ চেলছিয়াছ হৈছে?
উত্তৰ :- চীন।
প্ৰশ্ন ১১:- অৰ্ধপৰিবাহী যোগান শৃংখল বিকাশৰ ক্ষেত্ৰত সহযোগিতাৰ বাবে কোনখন দেশৰ সৈতে ভাৰতে বুজাবুজি চুক্তি স্বাক্ষৰ কৰিছে?
উত্তৰ :- জাপান দেশৰ সৈতে।
প্ৰশ্ন ১২:- কোন ভাৰতীয় আমেৰিকানক জো বাইডেনে ৰাষ্ট্ৰপতিৰ ৰপ্তানি পৰিষদত নিযুক্তি দিছে?
উত্তৰ :- শমিনা সিংলৈ।
প্ৰশ্ন ১৩:- কোনবোৰ দেশত মহিলা ফিফা বিশ্বকাপ ২০২৩ আয়োজন কৰা হৈছে?
উত্তৰ :- অষ্ট্ৰেলিয়া আৰু নিউজিলেণ্ডত।
প্ৰশ্ন ১৪:- হেনলি পাছপ’ৰ্ট সূচকাংক ২০২৩ অনুসৰি কোনখন দেশত বিশ্বৰ আটাইতকৈ দুৰ্বল পাছপ’ৰ্ট আছে?
উত্তৰ :- আফগানিস্তান।
প্ৰশ্ন ১৫:- ২০২৩ চনৰ ৫ আগষ্টত দুদিনীয়া "পুথিভঁৰাল মহোৎসৱ ২০২৩" ক'ত আয়োজন কৰা হ'ব?
উত্তৰ :- প্ৰগতি ময়দানত।
══════◄••❀••►══════