Type Here to Get Search Results !

In Article Ads

Important General Knowledge For Assam 32,689 Posts || Assam 32,689 Posts Preparation



অতি গুৰুত্বপূৰ্ণ সাধাৰন জ্ঞানৰ কেইটামান প্ৰশ্ন উত্তৰ


1) উত্তৰ-পূৰ্বাঞ্চলৰ দুৱাৰমূখ স্বৰূপ বুলি কোনখন চহৰক জনা যায়?

উ÷গুৱাহাটী ।

2) অসমৰ প্ৰথম বিমান চালক জনৰ নাম কি?

উ÷মহানন্দ দাস ।

3) দিছপুৰৰ আগতে অসমৰ ৰাজধানী ক'ত আছিল?

উ÷শ্বিলং ।

4) পৃথিৱীৰ ক্ষুদ্ৰতম নদী-দ্বীপটোৰ নাম কি?

উ÷উমানন্দ ।

5)'অসমীয়া মহিলাই কাপোৰত সপোন ৰচে' বুলি কোনে কৈছিল?

উ÷মহাত্মা গান্ধী ।

6) অসমৰ ক'ত আৰক্ষী প্ৰশিক্ষণ কেন্দ্ৰ আছে?

উ÷দেৰগাওঁ ।

7) কোনটো জনগোষ্ঠীয়ে অসমত প্ৰথম ধানৰ খেতি কৰিছিল?

উ÷বড়ো ।

😎 অসমৰ ক'ত দিয়াচলাইৰ কাৰখানা আছে?

উ÷ধুবুৰী ।

9) কটন কলেজ কিমান চনত স্থাপন কৰা হৈছিল?

উ÷১৯০১ চনত ।

10) অসমৰ কোন ঠাইত সাৰ কাৰখানা আছে?

উ÷নামৰূপ ।

11) অসমৰ একমাত্ৰ মানসিক চিকিৎসালয় খন ক'ত অৱস্থিত?

উ÷তেজপুৰ ।

12) অসমৰ কোনখন ঠাইত মৰাপাটৰ কাৰখানা আছে?

উ÷শিলঘাট ।

13)'নটসূৰ্য' বুলি কাক জনা যায়?

উ÷ফণী শৰ্মা ।

14) প্ৰথম অসমীয়া উপন্যাস খনৰ নাম কি?

উ÷ভানুমতী

15) গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰথম উপাচাৰ্য কোন আছিল ?

উ- কৃষ্ণকান্ত সন্দিকৈ।

16) নটসূৰ্য বুলি কাক কোৱা হয়?

উ - ফণী শৰ্মা

17) কদমকলি কবিতা পুথিখন কাৰ ৰচনা ?

উ - লক্ষ্মীনাথ বেজবৰুৱা

18) 'মোৰ জীৱন সোৱৰণ ' কাৰ আত্মজীৱনী ?

উ - লক্ষ্মীনাথ বেজবৰুৱা

19) ৰাজ্য সভাৰ প্ৰথম সভাপতি কোন আছিল ?

উ - ড° সৰ্বপল্লী ৰাধাকৃষ্ণণ

20) ভূপেন হাজৰিকাক কোনে " সুধা কণ্ঠ" উপাধি প্ৰদান কৰিছিল ?

উ - আনন্দ চন্দ্ৰ বৰুৱা

21) ২০২০চনত শ্ৰীমন্ত শঙ্কৰদেৱ বঁটা কোনে লাভ কৰিছিল ?

উ - ভৱপ্ৰসাদ চলিহা

22) "এন আইডিয়ে লিষ্ট ভিউ অব লাইফ" গ্ৰন্থ খন কাৰ ?

উ - ড° সৰ্বপল্লী ৰাধাকৃষ্ণণ

23) ভূপেন হাজৰিকাদেৱে কেতিয়া দাদা চাহেব ফাল্কে বঁটা লাভ কৰিছিল ?

উ - ১৯৯২

24) জাতীয় পতাকা খন কেতিয়া গ্ৰহণ কৰা হৈছিল ?

উ - ১৯৪৭ চনৰ ২০জুলাই

25) অসমৰ ভিতৰত দীৰ্ঘতম ৰেলপথৰ সুৰঙ্গ ক'ত আছে ?

উ - মাহৰ

26) অসমৰ দক্ষিণ সীমাৰে পাৰ হৈ যোৱা অক্ষৰেখাডালৰ নাম কি ?

উ - কৰ্কট ক্ৰান্তী়

27) মহাত্মা গান্ধীয়ে কাক " দেশ প্ৰেমিকৰ দেশ প্ৰেমিক" বুলি আখ্যা দিছিল ?

উ - সুভাষ চন্দ্ৰ বসু

28) অসমৰ কোনখন জিলাক কাৰ্বন মুক্ত বুলি ঘোষণা কৰা হৈছে ?

উ - মাজুলী

29) স্বাধীনতাৰ পিছত বিধান সভাৰ প্ৰথম অধ্যক্ষ কোন আছিল ?

উ - দেৱেশ্বৰ শৰ্মা

30) কেতিয়া অম্বিকাগিৰী ৰায়চৌধুৰীয়ে স্বদেশী আন্দোলনত যোগদান কৰিছিল?

উ - ১৯০৪

31) প্ৰথম অসমীয়া সামাজিক চলচ্চিত্ৰ খন কি ?

উ - ইন্দ্ৰমালতী

32) অসমৰ প্ৰথমটো ফিল্ম ষ্টডিঅ "জ্যোতি চিত্ৰবন" কেতিয়া মুকলি কৰা হৈছিল?

উ - ১৯৬৮ চনৰ ১৭ জানুৱাৰী

33) গুৱাহাটী চাহ নিলাম কেন্দ্ৰটো কেতিয়া স্থাপন হৈছিল ?

উ - ১৯৭০

34) ভোগেশ্বৰ বৰুৱাই কিমান চনত এছিয়ান গেমছত সোণৰ পদক লাভ কৰিছিল ?

উ - ১৯৬৬ চনত ।

35) বিখ্যাত লেখক আৰ্ণেষ্ট হেমিংৱে কোনখন কিতাপৰ বাবে নবেল বঁটা লাভ কৰিছিল?

উত্তৰ : The Old Man and the Sea.

36) শ্বেক্সপীয়েৰে মুঠতে কিমানখন নাট লিখিছিল?

উত্তৰ : ৩৭ খন।

37) ‘ইংৰাজী কবিতাৰ জনক’ বুলি কাক কোৱা হয়?

উত্তৰ : জিওফ্ৰি চচাৰক।

38) “মোৰ মায়েই মোৰ সমস্ত অনুপ্ৰেৰণাৰ উৎস”- ভাৰতত জন্ম গ্ৰহণ কৰা কিৰণ দেশায়ে ২০০৬ চনৰ “বুকাৰ বঁটা” লাভ কৰি উৎফুল্লিত হৈ এইদৰে মন্তব্য কৰিছিল। কোনখন উপন্যাসৰ বাবে তেওঁ ‘বুকাৰ বঁটা’ লাভ কৰিছে?

উত্তৰ : দাঁ ইনহেৰিটেন্স অৱ লছ’ (The Inheritance of Loss)

39) কোনজন লেখকক এছিয়াৰ ‘হোমাৰ’ বোলা হয়?

উত্তৰ : ফিৰদৌছি।

40) “Dr. Jekyll and Mr. Hyde” কোনে লিখিছে?

উত্তৰ : ৰৰ্বাট লুইছ ষ্টিভেনছনে।

41) ‘Glimpses of world History’ কোনে লিখিছে?

উত্তৰ : জৱাহৰলাল নেহৰু।

42) বিখ্যাত ফৰাচী লেখক ভল্টেয়াৰৰ প্ৰকৃতত নাম কি?

উত্তৰ : ফ্ৰাচোঁৱা মেৰী অৰুৱে।

43) ইংলেণ্ডৰ কোনগৰাকী প্ৰধানন্মন্ত্ৰীয়ে কি গ্ৰন্থ ৰচনাৰ বাবে কিমান চনত সাহিত্য নোবেল বঁটা পাইছিল?

উত্তৰ : চাৰ উইনষ্টন লিওনাৰ্ড চাৰ্চিলে ; তেওঁৰ ছটা খণ্ডত লিখা ‘দ্য চেকেণ্ড ৱৰ্লড ৱাৰ’ নামৰ গ্ৰন্থখনৰ বাবে, ১৯৫৩ চনত।

44) Croward’s die many a time before death – এই বিখ্যাত উক্তিটোৰ লিখক কোন?

উত্তৰ : শ্বেক্সপীয়েৰ।

45) গৰমপানী অভয়াৰণ্য ক'ত অৱস্থিত?.

উত্তৰ:- কাৰ্বি আংলং, গোলাঘাট ।

46) ৰাষ্ট্ৰীয় বঁটা বিজয়ী প্ৰথম অসমীয়া মহিলা কন্ঠশিল্পী কোন?.

উত্তৰ:- তৰালী শৰ্মা

47) শ্ৰীমন্ত শঙ্কৰদেৱে ৰচনা কৰা কীৰ্তন কোন পুথিৰ সাৰাংশ?.

উত্তৰ:- ভাগৱত

48) ৰামধেনুৰ প্ৰথম সম্পাদক কোন?.

উত্তৰ:- ইন্দ্ৰকমল বেজবৰুৱা

49) মোগলে কোন আহোম ৰজাৰ দিনত শেষবাৰৰ বাবে অসম আক্ৰমণ কৰিছিল?

উত্তৰ:- গদাধৰ সিংহৰ দিনত

50) অসমীয়া মাহেকীয়া আলোচনী জোনাকীৰ প্ৰথম সম্পাদক কোন?

উত্তৰ:- চন্দ্ৰকুমাৰ আগৰৱালা

51)অসমীয়া গদ্যজনক বুলি কাক জনা যায়?.

উত্তৰ:- ভট্টদেৱ



ভাৰত চৰকাৰৰ গুৰুত্বপূৰ্ণ আঁচনিৰ নাম আৰু কাৰ্যকৰী কৰাৰ তাৰিখ সমুহ।


১/ নিটি আয়োগ - ১ জানুৱাৰী ২০১৫

২) হৃদয় যোজনা - ২১ জানুৱাৰী ২০১৫

৩/ বেটি বচাও বেটি পঢ়াও - ২২ জানুৱাৰী ২০১৫

৪/ সুকন্যা সমৃদ্ধি যোজনা - ২২ জানুৱাৰী ২০১৫

৫/ মুদ্ৰা বেংক যোজনা - ৮ এপ্ৰিল ২০১৫

৬) প্ৰধানমন্ত্ৰী সুৰক্ষা বীমা যোজনা - ৯ মে ২০১৫

৭) অটল পেঞ্চন যোজনা - ৯ মে ২০১৫

৮) প্ৰধানমন্ত্ৰী জীৱন জ্যোতি যোজনা - ৯ মে ২০১৫

৯) উস্তাদ যোজনা (USTAD) - ১৪ মে’ ২০১৫

১০) প্ৰধানমন্ত্ৰী আৱাস যোজনা - ২৫ জুন ২০১৫

১১) অমৰুট আঁচনি (আমৰুট) - ২৫ জুন ২০১৫

১২) স্মাৰ্ট চিটি প্লেন - ২৫ জুন ২০১৫

১৩) ডিজিটেল ইণ্ডিয়া মিছন - ১ জুলাই ২০১৫

১৪) স্কিল ইণ্ডিয়া মিছন - ১৫ জুলাই ২০১৫

১৫) দীনদয়াল উপাধ্যায় গ্ৰাম জ্যোতি যোজনা - ২৫ জুলাই ২০১৫

১৬) নতুন মহলা - ৮ আগষ্ট ২০১৫

১৭) সহজ যোজনা - ৩০ আগষ্ট ২০১৫

১৮) স্বাৱলম্বন স্বাস্থ্য আঁচনি - ২১ ছেপ্টেম্বৰ ২০১৫

১৯) মেক ইন ইণ্ডিয়া - ২৫ ছেপ্টেম্বৰ ২০১৫

২০) ইম্প্ৰিণ্ট ইণ্ডিয়া আঁচনি - ৫ নৱেম্বৰ ২০১৫

২১) সোণৰ মুদ্ৰাকৰণ আঁচনি - ৫ নৱেম্বৰ ২০১৫

২২) উদয় আঁচনি (উদয়) - ৫ নৱেম্বৰ ২০১৫

২৩) এক ৰেংক এক পেঞ্চন আঁচনি - ৭ নৱেম্বৰ ২০১৫

২৪) জ্ঞান যোজনা - ৩০ নৱেম্বৰ ২০১৫

২৫) কিলকাৰী আঁচনি - ২৫ ডিচেম্বৰ ২০১৫

২৬) নাগামি গংগে, প্ৰথম পৰ্যায়ৰ অভিযান আৰম্ভ - ৫ জানুৱাৰী ২০১৬

২৭) ষ্টাৰ্টআপ ইণ্ডিয়া - ১৬ জানুৱাৰী ২০১৬

২৮) প্ৰধানমন্ত্ৰী ফছল বীমা যোজনা - ১৮ ফেব্ৰুৱাৰী ২০১৬

২৯) সেতু ভাৰতম প্ৰকল্প - ৪ মাৰ্চ ২০১৬

৩০) ষ্টেণ্ড আপ ইণ্ডিয়া আঁচনি - ৫ এপ্ৰিল ২০১৬

৩১) গ্ৰামোদয় সে ভাৰত উদয় অভিযান - ১৪ এপ্ৰিল ২০১৬

৩২) প্ৰধানমন্ত্ৰী আজৱালা যোজনা - ১ মে ২০১৬

৩৩) প্ৰধানমন্ত্ৰী কৃষি সিনচাই যোজনা - ৩১ মে' ২০১৬

৩৪) ৰাষ্ট্ৰীয় দুৰ্যোগ ব্যৱস্থাপনা পৰিকল্পনা-১ জুন ২০১৬

৩৫) নাগামি গংগা কাৰ্যসূচী - ৭ জুলাই ২০১৬

৩৬) ভাৰতৰ বাবে গেছ - ৬ ছেপ্টেম্বৰ ২০১৬

৩৭) উদান যোজনা - ২১ অক্টোবৰ ২০১৬

৩৮) সৌৰ সুজালা যোজনা - ১ নৱেম্বৰ ২০১৬

৩৯) প্ৰধানমন্ত্ৰী যুৱ যোজনা - ৯ নৱেম্বৰ ২০১৬

৪০) ভীম এপ - ৩০ ডিচেম্বৰ ২০১৬

৪১) ভাৰতনেট প্ৰকল্পৰ পৰ্যায় - ২ - ১৯ জুলাই ২০১৭

৪২) প্ৰধানমন্ত্ৰী বায়া বন্দনা যোজনা - ২১ জুলাই ২০১৭

৪৩) আজীবিকা গ্ৰামিন এক্সপ্ৰেছ যোজনা - ২১ আগষ্ট ২০১৭

৪৪) প্ৰধানমন্ত্ৰী সহজ বিজলী হৰ ঘৰ যোজনা – সৌভাগ্য – ২৫ ছেপ্টেম্বৰ ২০১৭

৪৫) সাথী অভিযান - ২৪ অক্টোবৰ ২০১৭

৪৬) দীনদয়াল স্পাৰ্ছ যোজনা - ৩ নৱেম্বৰ ২০১৭

══════◄••❀••►══════

 

Also Read


🔻 ২৪ জুলাই ২০২৩ সাম্প্ৰতিক পৰিস্থিতি


প্ৰশ্ন ১:- কোনখন ৰাজ্য চৰকাৰে টেণ্ডুপাতৰ শ্ৰমিকৰ বাবে ৫৬ কোটি টকাৰ আৰ্থিক সাহায্য ঘোষণা কৰিছে?

উত্তৰ :- ওড়িশা ৰাজ্য চৰকাৰ।

প্ৰশ্ন ২:- আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত ৫০০ তম মেচ খেলা দশম ক্ৰিকেটাৰ কোন?

উত্তৰ :- বিৰাট কোহলী।

প্ৰশ্ন ৩:- গ’ ফাৰ্ষ্ট এয়াৰলাইনৰ বিমান সেৱা পুনৰ আৰম্ভ কৰাৰ পৰিকল্পনা কোনে অনুমোদন জনাইছে?

উত্তৰ :- DGCA দ্বাৰা।

প্ৰশ্ন ৪:- জিম পৰ্টেলৰ জৰিয়তে ক্ৰয়ৰ বাবে কোনটো মন্ত্ৰালয়ে শ্ৰেষ্ঠ অংশগ্ৰহণ বঁটা লাভ কৰিছে?

উত্তৰ :- কয়লা মন্ত্ৰালয়।

প্ৰশ্ন ৫:- ২০২৩ চনৰ ২৩ জুলাইত সমগ্ৰ ভাৰতবৰ্ষত কোনটো দিন পালন কৰা হয়?

উত্তৰ :- ৰাষ্ট্ৰীয় সম্প্ৰচাৰ দিৱস।

প্ৰশ্ন ৬:- আফগানিস্তানৰ বাবে ৭৬ লাখ ইউৰোৰ মানৱীয় সাহায্য কোনে ঘোষণা কৰিছে?

উত্তৰ :- ইউৰোপীয় সংঘ।

প্ৰশ্ন ৭:- ভাৰতীয় বিশ্ব পৰিক্ৰমা পৰিষদৰ সৈতে কোনটো আই আই টিয়ে বুজাবুজি চুক্তি স্বাক্ষৰ কৰিছে?

উত্তৰ :- আই আই টি গুৱাহাটী।

প্ৰশ্ন ৮:- সন্মানীয় আন্তঃৰাষ্ট্ৰীয় এনি বঁটা কোনে লাভ কৰিছে?

উত্তৰ :- থলাপ্পিল প্ৰদীপ।

প্ৰশ্ন ৯:- প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে নিয়োগ মেলাত ভাৰ্চুৱেল মাধ্যমৰ জৰিয়তে কিমান হাজাৰৰো অধিক নিযুক্তি পত্ৰ বিতৰণ কৰিছে?

উত্তৰ :- ৭০ হাজাৰতকৈ অধিক।

প্ৰশ্ন ১০:- কোনখন ৰাজ্যই ৬৯ সংখ্যক সংস্কৰণৰ ফিল্মফেয়াৰ বঁটা প্ৰদান কৰিব?

উত্তৰ :- গুজৰাট ৰাজ্য।

প্ৰশ্ন ১১:- DPIIT আৰু কোনখন ৰাজ্য চৰকাৰে যৌথভাৱে মুকলি কৰিছে 'এক জিলা এক প্ৰডাক্ট' দেৱাল?

উত্তৰ :- গুজৰাট ৰাজ্য চৰকাৰ।

প্ৰশ্ন ১২:- ভাৰতীয় উপকূলৰক্ষী বাহিনীৰ ২৫ সঞ্চালক প্ৰধান হিচাপে কাক নিযুক্তি দিয়া হৈছে?

উত্তৰ :- ৰাকেশ পাললৈ।

প্ৰশ্ন ১৩:- জীৱন বীমা নিগমৰ নতুন পৰিচালন সঞ্চালক হিচাপে কাক নিযুক্তি দিয়া হৈছে?

উত্তৰ :- সৎপল ভানুলৈ।

প্ৰশ্ন ১৪:- হাংগেৰীৰ "Super GM Chess Tournament" ত কোনে জয়ী হৈছে?

উত্তৰ :- আৰ. প্ৰজ্ঞানন্দ।

প্ৰশ্ন ১৫:- অভিজ্ঞ শিল্পীক আৰ্থিক সাহায্য প্ৰদানৰ সুবিধা প্ৰদান কৰিবলৈ সাংস্কৃতিক মন্ত্ৰালয় আৰু কোনটো বেংকৰ মাজত বুজাবুজি চুক্তি স্বাক্ষৰিত হৈছে?

উত্তৰ :- কেনাৰা বেংকৰ মাজত।


Also Read


📖 সাম্প্ৰতিক পৰিস্থিতি ➜ ২১-০৭-২০২৩


প্ৰশ্ন ১:- দ্বিপাক্ষিক সামুদ্ৰিক অনুশীলনৰ বাবে কোনখন দেশত উপস্থিত হৈছে আই এন এছ সহ্যাদ্ৰী আৰু কলকাতা?

উত্তৰ :- ইণ্ডোনেছিয়াৰ জাকাৰ্টাত।

প্ৰশ্ন ২:- ২৪ তাৰিখ কাৰ্গিল বিজয় দিৱস উপলক্ষে কোন চহৰৰ পৰা আৰম্ভ হৈছে মহিলাৰ ট্ৰাই চাৰ্ভিচ মটৰ চাইকেল ৰেলী?

উত্তৰ :- নতুন দিল্লীৰ পৰা।

প্ৰশ্ন ৩:- কাৰ প্ৰতিবেদন অনুসৰি ভাৰতে ২০২২ চনত ৯৩% DPT3 টিকাকৰণৰ কভাৰেজ ৰেকৰ্ড কৰিছে?

উত্তৰ :- বিশ্ব স্বাস্থ্য সংস্থাৰ মতে।

প্ৰশ্ন ৪: - কোনখন দেশত ‘আন্তঃৰাষ্ট্ৰীয় প্ৰতিৰক্ষা প্ৰদৰ্শনী ২০২৩’ আয়োজন কৰা হ’ব?

উত্তৰ :- দক্ষিণ কোৰিয়াত।

প্ৰশ্ন ৫:- দেশত উদ্ভাৱন আৰু উদ্যোগীকৰণক প্ৰসাৰিত কৰিবলৈ টিচিআৰএম মেট্ৰিক্স (টেকন’-কমাৰ্চিয়েল ৰেডিনেছ এণ্ড মাৰ্কেট মেচিউৰিটি মেট্ৰিক্স) কাঠামো কোনে মুকলি কৰিছে?

উত্তৰ :- নিটি আয়োগ।

প্ৰশ্ন ৬: - সদ্য প্ৰকাশিত হেনলি পাছপ’ৰ্ট সূচকাংক ২০২৩ত ভাৰতৰ স্থান কিমান?

উত্তৰ :- ৮০তম স্থানত।

প্ৰশ্ন ৭:- ‘এবছল্যুট’ আৰু পিএমএফবিৱাই (প্ৰধানমন্ত্ৰী ফছল বীমা যোজনা) শক্তিশালী কৰাৰ বাবে কোনে বুজাবুজি চুক্তি স্বাক্ষৰ কৰিছে?

উত্তৰ :- ইউএনডিপি।

প্ৰশ্ন ৮:- হেনলি পাছপ’ৰ্ট সূচকাংক ২০২৩ অনুসৰি কোনখন দেশত বিশ্বৰ আটাইতকৈ শক্তিশালী পাছপ’ৰ্ট আছে?

উত্তৰ :- ছিংগাপুৰ।

প্ৰশ্ন ৯:- কোনখন ৰাজ্যৰ গোপালপুৰ বন্দৰে কাৰ্গো হেণ্ডলিঙৰ ক্ষেত্ৰত ৰাষ্ট্ৰীয় অভিলেখ গঢ়ি তুলিছে?

উত্তৰ :- ওড়িশা ৰাজ্যৰ।

প্ৰশ্ন ১০:- জুলাই মাহৰ মাজভাগত কোনখন দেশত অভিলেখ তাপমাত্ৰা ৫২.২ চেলছিয়াছ হৈছে?

উত্তৰ :- চীন।

প্ৰশ্ন ১১:- অৰ্ধপৰিবাহী যোগান শৃংখল বিকাশৰ ক্ষেত্ৰত সহযোগিতাৰ বাবে কোনখন দেশৰ সৈতে ভাৰতে বুজাবুজি চুক্তি স্বাক্ষৰ কৰিছে?

উত্তৰ :- জাপান দেশৰ সৈতে।

প্ৰশ্ন ১২:- কোন ভাৰতীয় আমেৰিকানক জো বাইডেনে ৰাষ্ট্ৰপতিৰ ৰপ্তানি পৰিষদত নিযুক্তি দিছে?

উত্তৰ :- শমিনা সিংলৈ।

প্ৰশ্ন ১৩:- কোনবোৰ দেশত মহিলা ফিফা বিশ্বকাপ ২০২৩ আয়োজন কৰা হৈছে?

উত্তৰ :- অষ্ট্ৰেলিয়া আৰু নিউজিলেণ্ডত।

প্ৰশ্ন ১৪:- হেনলি পাছপ’ৰ্ট সূচকাংক ২০২৩ অনুসৰি কোনখন দেশত বিশ্বৰ আটাইতকৈ দুৰ্বল পাছপ’ৰ্ট আছে?

উত্তৰ :- আফগানিস্তান।

প্ৰশ্ন ১৫:- ২০২৩ চনৰ ৫ আগষ্টত দুদিনীয়া "পুথিভঁৰাল মহোৎসৱ ২০২৩" ক'ত আয়োজন কৰা হ'ব?

উত্তৰ :- প্ৰগতি ময়দানত।

══════◄••❀••►══════



Popular Hot Posts:


Post a Comment

0 Comments

Ads Horizantal

Article Ads