Type Here to Get Search Results !

In Article Ads

Target Assam 32,689 posts 100+ Indian history gk in Assamese language | ভাৰতৰ ইতিহাস Gk | ভাৰতৰ বুৰঞ্জী Mcq



100+ Indian history gk in Assamese language | ভাৰতৰ ইতিহাস Gk | ভাৰতৰ বুৰঞ্জী Mcq

 

Do you wish to research and learn about Indian history but are unsure how to get ready? Would you be interested in learning Assamese-language Indian history? The best option for you is me. Here are 100+ Assamese-language general knowledge questions about Indian history. Read the 100 most well-known and helpful Assamese-language texts from Assam's long history if you wish to succeed in this subject and get good grades. (Questions and answers from Assam GK)


(সাধাৰণ জ্ঞান অসমীয়াত 2023)


১। ঋকবেদৰ আনুমানিক ৰচনা কাল কিমান ?

উত্তৰঃ ১৪০০-২০০০ খৃঃ পূঃ। 


২। মহেঞ্জোদাৰো কোন দেশত অৱস্থিত?

 উত্তৰঃ পাকিস্থান।। 


৩। সিন্ধু উপত্যকাত আৱিষ্কাৰ হােৱা এবিধ গুৰুত্বপূৰ্ণ সমল উল্লেখ কৰা। 

উত্তৰঃ তাম।। 


৪। আৰ্যসকলৰ প্ৰথম আৰু প্ৰধান বেদখনৰ নাম কি? 

উত্তৰঃ ঋকবেদ


 ৫। বৈদিক আর্যসকলে কি মাদ্ৰকদ্রব্য ব্যৱহাৰ কৰিছিল? 

উত্তৰঃ সােমস। 

৬। ঋকবৈদিক যুগৰ এগৰাকী বিদূষী মহিলাৰ নাম লিখা।

 উত্তৰঃ অপলা। 


৭। বৈদিক যুগত গাঁৱৰ মুৰব্ৰীজনক কি বােলা হৈছিল ? 

উত্তৰঃ গ্রামনী।।


 ৮। স্বস্তিকা কিহৰ প্রতীক? 

উত্তৰঃ সূর্য। 


৯। সিন্ধ উপত্যকাৰ এটা উল্লেখযােগ্য বন্দৰ আছিল - 

(ক) লােথাল

(খ) হৰপ্পা 

(গ) চানহুদাৰৰ

(ঘ) ৰূপাৰ 

উত্তৰঃ (ক) লােথাল।।


১০। সিন্ধু উপত্যকাৰ সভ্যতাৰ পতনৰ অন্যতম কাৰণ হল –

(ক) ভূমিকম্প (খ) বৈদেশীক আক্রমণ

 উত্তৰঃ (ক) ভূমিকম্প।


১১l আৰ্যসকলৰ প্রধান ধর্মগ্রন্থ কি -

 (ক) বেদ

(খ) গীতা

(গ) ৰামায়ণ

 উত্তৰঃ (ক) বেদ।


১২। সমগ্র বৈদিক যুগটো কেইটা ভাগত ভাগ কৰা হৈছে

(ক) দুটা

(খ) তিনিটা

 (গ) চাৰিটা

(ঘ) এটাও নহয়

 উত্তৰঃ (ক) দুটা। 


১৩। ঋক বৈদিক যুগৰ সময় সীমা –

(ক) খ্রীঃপূঃ ১৫০০-১০০০ 

(খ) খ্রীঃ পূঃ ২০০০-১৫০০

(গ) খ্রীঃ পূঃ ১৭০০-১০০০ 

(ঘ) এটাও নহয়। 

উত্তৰঃ (ক) খ্রীঃ পূঃ ১৫০০-১০০০। 


১৪। বৈদিক যুগৰ সমাজৰ ভেটি আছিল – 

(ক) গ্রামনী

(খ) পৰিয়াল। 

(গ) পূজাৰী

(ঘ) এটাও নহয় 

উত্তৰঃ (খ) পৰিয়াল। 


১৫৷ ৰজা হােৱাৰ বাবে আটাইতকৈ প্রয়ােজনীয় গুণ আছিল।

(ক) সমৰ নিপুণতা। (খ) সম্পত্তিৰ নিৰাপত্তা (গ) ৰাজপৰিয়াল

(ঘ) এটাও নহয়।

 উত্তৰঃ (ক) সমৰ নিপুণতা। 


১৬। বৈদিক সমাজখন কেইটা জাতিত বিভক্ত আছিল— (ক) তিনিটা

(খ) চাৰিটা (গ) পাঁচটা (ঘ) দুটা।

উত্তৰঃ (খ) চাৰিটা।

১৭। বৈদিক যুগৰ আটাইতকৈ আকর্ষণীয় বহিঃবিভাগীয় খেল আছিল (ক) মল্ল

(খ) পাশাখেল (গ) চিকাৰ

(ঘ) এটাও নহয়। 

উত্তৰঃ (গ) চিকাৰ। 


১৮। ঋক বৈদিক যুগত পৰিয়ালৰ মুৰব্বীক বােলা হৈছিল - (ক) পূজাৰী

(খ) গ্রামনী। (গ) গৃহপতি

(ঘ) এটাও নহয় 

উত্তৰঃ (গ) গৃহপতি। 


১৯। হৰপ্তাৰ লােকসকলৰ প্ৰধান খেল আছিল। (ক) মল্লযুদ্ধ

(খ) পাশাখেল (গ) চিকাৰ 

উত্তৰ : (খ) পাশাখেল। 


২০। সিন্ধু উপত্যকাৰ ধর্মীয় জীৱনত তলৰ কোন জনে এক উল্লেখনীয় ভূমিকা গ্রহণ

কৰিছিল। (ক) মাতৃপূজা

(খ)কৃষ্ণ (গ) অগ্নি

(ঘ)ব্রহ্মা। 

উত্তৰঃ (ক) মাতৃপূজা। 


২১। সিন্ধু সভ্যতাক আন কি নামেৰে জনা যায়— (ক)হপ্পা সভ্যতা

(খ) বৈদিক সভ্যতা। (গ)ইজিপ্তৰসভ্যতা

(ঘ) বেবিলনীয় সভ্যতা। 

উত্তৰঃ হপ্পা সভ্যতা।


২২। সিন্ধু সভ্যতাৰঘৰবােৰ কিহেৰে সজা হৈছিল? (ক) কাঠ

(চ) (খ) লােহা। (গ) বাঁহ

(ঘ) পােৰাইটা 

উত্তৰঃ (ঘ) পােৰা ইটা। 


২৩। সিন্ধু উপত্যকাৰ মানুহে কি ধৰণৰ পূজাৰাৰ প্ৰমাণ পােৱা গৈছে - (ক) মূর্তি পূজা

(খ) সূৰ্য্য পূজা। (গ) বায়ু পূজা (ঘ) অগ্নি পূজা। 

উত্তৰঃ (ক) মূর্তি পূজা।


২৪। সিন্ধু উপত্যকাৰ নিবাসীসকলে মৃতকৰ শৰীৰ

(ক) দাহ কৰিছিল

(খ) কবৰ দিছিল (গ) নৈত পেলাই দিছিল ,

উত্তৰঃ (ক) দাহ কৰিছিল।


২৫। সিন্ধু সভ্যতাৰ লােকসকলে আহাৰ গ্ৰহণ কৰিছিল - (ক) আমিষ

(খ) নিৰামিষ। (গ) আমিষ আৰু নিৰামিষ

(ঘ) এটাও নহয়

উত্তৰঃ (গ) আমিষ আৰু নিৰামিষ।


২৬। সিন্ধু সভ্যতাৰ সমাজত তলৰ কোনটো শ্রেণী শিক্ষিত শ্ৰেণীৰ ভিতৰত পৰে

(খ) তাতী। (ঘ) পুৰােহিত

(ক) যােদ্ধা।

(গ) সােণাৰী

উত্তৰঃ (ঘ) পুৰােহিত।


২৭। অতি প্রাচীন বেদখন আছিল -

(ক) যজুর্বেদ

(গ) ঋকবেদ

উত্তৰঃ (গ) ঋকবেদ।।


২৮। সিন্ধু সভ্যতাৰ মূল বিশেষত্ব কি?

উত্তৰঃ ?


২৯। সপ্তসিন্ধু বুলিলে কাক বুজায় ?

উত্তৰঃ সপ্তসিন্ধু বুলিলে সাতখন নদীক বুজায়।


৩০। ঋকবেদত কিমান শ্লোক আছে। (ক) ১০২৮

(খ) ১০৩০টা (গ),১১২৮

(ঘ)১১৩০

উত্তৰঃ (ক) ১০২৮।


৩১। বেদ কেইখন আৰু কি কি ?

উত্তৰ বেদ চাৰিখন। সেইকেইখন হ'ল— (ক) ঋকবেদ

(খ) সামবেদ। (গ) যর্জুবেদ

(ঘ) অথর্ববেদ


৩২। ঋকবেদৰ সময়ছােৱাত জনজাতিবােৰৰ গােটক কি বােলা হৈছিল। (ক) কুল

(খ) গােট (গ) গােষ্ঠী

(ঘ) এটাও নহয়

। উত্তৰঃ (ক) কুল।


৩৩। ঋকবেদত উল্লেখ থকা মুদ্রা বিধৰ নাম কি?

উত্তৰঃ “নিস্ক।।


৩৪। কোনখন বেদত যজ্ঞৰ প্ৰণালী আৰু নিয়মনীতিবােৰ আছিল?

উত্তৰঃ যর্জুবেদ।


৩৫। সিন্ধু উপত্যকাত আৱিস্কাৰ হােৱা এবিধ গুৰুত্বপূৰ্ণ সমল উল্লেক কৰা। (ক) তাম।

(খ) সীহ (গ) লােহা

(ঘ) জুই।

উত্তৰঃ (ক) তাম।


৩৬। কাক ইতিহাসৰ পিতৃ বুলি গণ্য কৰা হয়। (ক) থুকিডাইডিছ

(খ) হিৰ'ডটাছ। (গ) এৰিষ্টটল

(ঘ) আগষ্টকট

উত্তৰ হিৰডৈটাছ।।


৩৭) সিন্ধু উপত্যকাৰ খনন কাৰ্য প্রথমেক'ত আৰম্ভ হৈছিল| (ক)হৰাপ্পা

(খ)মহেঞ্জোদাৰৰ (গ) চানহুদাৰৰ

(ঘ) ৰূপাৰ

উত্তৰঃ (ক) হৰাপ্পা।।


৩৮। সিন্ধু উপত্যকাৰ সভ্যতা কেন্দ্রিক আছিল (ক) গাওঁকেন্দ্রিক

(খ)নগৰকেন্দ্রিক (গ) অর্ধগাওঁ কেন্দ্রিক (ঘ) অর্ধনগৰকেন্দ্রিক

উত্তৰঃ (খ)নগৰকেন্দ্রিক।


৪৫। পৰৱৰ্তী বৈদিক যুগৰ কৰ্মচাৰীসকলক বােলা হৈছিল | (ক) গ্রামীন

(খ) সেনানী। | (গ) ৰত্ন

| (ঘ) এটাও নহয় |

উত্তৰ : (গ) ৰত্ন। |


৪৬ হৰাপ্পা পঞ্জাৱৰ কোন জিলাত অৱস্থিত? (ক) মন্টগােমাৰী

(খ)লাৰকাণা (গ) ৰূপাৰ

(ঘ) এটাও নহয়

উত্তৰঃ (ক) মন্টগােমাৰী।


৪৭। মহেঞ্জোদাৰৰ সিন্ধু উপত্যকাৰ কোন জিলাত অৱস্থিত ?

(ক) লাৰকাণা

(খ) মন্টগােমাৰী (গ) ৰূপাৰ

(ঘ) এটাও নহয়

উত্তৰঃ লাৰকাণা।


৪৮। কোন উপত্যকাত উত্তৰ ভাৰতৰ বহুতাে নগৰ গঢ় লৈ উঠিল।

(ক) ব্ৰহ্মপুত্ৰ উপত্যকা (খ) সিন্ধু উপত্যকা (গ) গংগা উপত্যকা

(ঘ) গােডাবৰী উপত্যকা

উত্তৰঃ (গ) গংগা উপত্যকা।


৪৯। তলৰ কোনটো খ্রীঃপূঃ ষষ্ঠশতিকাত ব্যৱহাৰ কৰা হােৱা নাছিল— (ক) চিলিঙৰ বিম

(খ) ৰথৰ বিভিন্ন অংশ | (গ) নাঙল

(ঘ) নদীৰ শিল্প।

উত্তৰঃ (ক) চিলিঙৰ বিম।


৫০। সিন্ধু উপত্যকাৰ বিভিন্ন ৰপ্তানী সামগ্ৰীৰ ভিতৰত প্রধান আছিল— (ক)সােণ।

(খ) ৰূপ। (গ) কাপােৰ।

(ঘ) তাম

উত্তৰঃ (গ) কাপোেৰ।।


৫১। ভাৰতৰ অতি প্রাচীন সভ্যতাতত আছিল –

(ক) সিন্ধু উপত্যকাৰ সভ্যতা (খ) ভাৰতীয় সভ্যতা। ; (গ) বৈদিক সভ্যতা

(ঘ) বেবিলনীয় সভ্যতা

উত্তৰঃ (ক) সিন্ধু উপত্যকাৰ সভ্যতা,


৫২। নিস্ক’আছিল—এবিধ (ক) সােণৰ মুদ্রা

(খ) ৰূপৰ মুদ্রা (গ) তামৰ মুদ্রা

(ঘ) শিল

উত্তৰ: (ক) সােণৰ মুদ্রা


৫৩। খ্রীঃপূঃ ষষ্ঠশতিকাত গংগা উপত্যকাত অতিৰিক্ত উৎপাদন কৰিবলৈ তলৰ কোনটো

উপাদানে সহায়কৰিছিল— (ক) লােৰ ব্যৱহাৰ

(খ) জলসিঞ্চনৰ ব্যৱহাৰ (গ) কীটনাশকৰ ব্যৱহাৰ

(ঘ) সাৰৰ ব্যৱহাৰ।

উত্তৰঃ (ক) লােৰ ব্যৱহাৰ।।


৫৪। আৰ্যসকলৰ প্ৰধান জীৱিকা কি আছিল - (ক)কৃষি

(খ) পশুপালন (গ) বেপাৰ-বাণিজ্য . (ঘ) এটাও নহয়।

উত্তৰঃ (ক) কৃষি। |


৫৫। আধুনিক বুৰঞ্জীত উল্লেখ থকা যােল্লখনমহাজনপদ কি কি?

উত্তৰঃ কাশী, কোশল, অংগ, মগধ, বৃজ্জি, মল্লছেদী,বৎস, কুৰু, পাঞ্চাল, মৎস্য, শূৰসেন।

অস্মক, অৱন্তি, গান্ধাৰ আৰু কম্বােজ।


৫৬। ‘পাতলিপুত্র’ক’ৰৰাজধানী আছিল? (ক) মগধৰ

(খ) পাঞ্চাল (গ) কাশী

(ঘ) কোশল উত্তৰঃ (ক) মগধৰ।।


৫৭। প্রথম বৌদ্ধ মহাসম্মিলন অনুষ্ঠিত হৈছিল - (ক) ৰাজগৃহ

(খ) পাতলিপুত্র (গ) ইন্দ্রপ্রস্থ।

(ঘ) বাৰাণসী।

উত্তৰ (ক) ৰাজগৃহ।


৫৮। মহাজন পদত উল্লেখ থকা গান্ধাৰ বর্তমান কোন দেশত অৱস্থিত

(ক) ভাৰতবৰ্ষত

(খ) পাকিস্থানত (গ) নেপালত

(ঘ) আফগানিস্থানত

উত্তৰঃ (খ) পাকিস্থানত। )


৫৯। তলৰ কোনটো শুদ্ধ

(ক) গণসংঘত কোনাে সামাজিক শ্রেণী বিভাজন নাছিল।

(খ) গণসংঘৰ তিনিটা সামাজিক শ্রেণী বিভাজন আছিল।

(গ) গণসংঘৰ দুটা সামাজিক শ্রেণী বিভাজন আছিল।

(ঘ) ওপৰৰ এটাও নহয়।

উত্তৰঃ (গ) গণসংঘত দুটা সামাজিক শ্রেণী বিভাজন আছিল।


৬০। দুয়ােটা অংশমিলােৱা—

(ক) ৰাজগৃহ (১) অর্থনৈতিক কামকাজৰ কেন্দ্র বাদাম) (খ) উজ্জয়িনী (২) প্রশাসনিক ধর্মীয় আৰুঅর্থনীতিক কেন্দ্ৰ আছিল। (গ) বৈশালী (৩) ৰাজনৈতিক আৰু প্ৰশাসনীয় কামকাজৰ কেন্দ্ৰ আছিল।

(ঘ) কৌশষী (৪) ধর্মীয় কেন্দ্ৰ আছিল।

উত্তৰঃ (ক) ৰাজগৃহ (৩) ৰাজনৈতিক আৰু প্ৰশাসনীয় কাম কাজৰ কেন্দ্ৰ আছিল।

(খ) উজ্জয়িনী (১) অর্থনৈতিক কামকাজৰ কেন্দ্র (গ) বৈশালী (৪) ধর্মীয় কেন্দ্ৰ আছিল।

(ঘ) কৌশম্বী (২) প্রশাসনিক ধর্মীয় আৰু অর্থনীতিক কেন্দ্ৰ আছিল।


৬১। গুপ্তসকলৰ ধৰ্ম আছিল— (ক) বৌদ্ধ ধর্ম

(খ) জৈন ধর্ম। (গ) বৈষ্ণব ধর্ম।

(ঘ) এটাও নহয়

উত্তৰঃ (ক) বৌদ্ধ ধর্ম।


৫৭। প্রথম বৌদ্ধ মহাসম্মিলন অনুষ্ঠিত হৈছিল - (ক) ৰাজগৃহ

(খ) পাতলিপুত্র (গ) ইন্দ্রপ্রস্থ।

| (ঘ) বাৰাণসী।

উত্তৰ (ক) ৰাজগৃহ।

৫৮। মহাজন পদত উল্লেখ থকা গান্ধাৰ বর্তমান কোন দেশত অৱস্থিত (ক) ভাৰতবৰ্ষত

(খ) পাকিস্থানত (গ) নেপালত

(ঘ) আফগানিস্থানত উত্তৰঃ (খ) পাকিস্থানত।


৫৯। তলৰ কোনটো শুদ্ধ

(ক) গণসংঘত কোনাে সামাজিক শ্রেণী বিভাজন নাছিল। (খ) গণসংঘৰ তিনিটা সামাজিক শ্রেণী বিভাজন আছিল। (গ) গণসংঘৰ দুটা সামাজিক শ্রেণী বিভাজন আছিল।

(ঘ) ওপৰৰ এটাও নহয়।

উত্তৰঃ (গ) গণসংঘত দুটা সামাজিক শ্রেণী বিভাজন আছিল।


৬০। দুয়ােটা অংশমিলােৱা—

(ক) ৰাজগৃহ (১) অর্থনৈতিক কামকাজৰ কেন্দ্র বাদাম) (খ) উজ্জয়িনী (২) প্রশাসনিক ধর্মীয় আৰুঅর্থনীতিক কেন্দ্ৰ আছিল। (গ) বৈশালী (৩) ৰাজনৈতিক আৰু প্ৰশাসনীয় কামকাজৰ কেন্দ্ৰ আছিল।

(ঘ) কৌশষী (৪) ধর্মীয় কেন্দ্ৰ আছিল।

উত্তৰঃ (ক) ৰাজগৃহ (৩) ৰাজনৈতিক আৰু প্ৰশাসনীয় কাম কাজৰ কেন্দ্ৰ আছিল।

(খ) উজ্জয়িনী (১) অর্থনৈতিক কামকাজৰ কেন্দ্র (গ) বৈশালী (৪) ধর্মীয় কেন্দ্ৰ আছিল।

(ঘ) কৌশম্বী (২) প্রশাসনিক ধর্মীয় আৰু অর্থনীতিক কেন্দ্ৰ আছিল।


৬১। গুপ্তসকলৰ ধৰ্ম আছিল— (ক) বৌদ্ধ ধর্ম

(খ) জৈন ধর্ম। (গ) বৈষ্ণব ধর্ম।

(ঘ) এটাও নহয়

উত্তৰঃ (ক) বৌদ্ধ ধর্ম।


৬২)তৃতীয় বৌদ্ধ মহামেল কাৰ সময়ত আয়ােজন কৰিছিল— (ক) অশােক

| (খ) কনিষ্ক (গ) অজাত শত্রু

(ঘ) এটাও নহয়

উত্তৰঃ (ক) অশােক।


৬৩। তলৰ ৰাজ্যসমূহক ৰাজধানীৰ সৈতে মিলােৱা (ক) অংগ

(১) চম্পা (খ) কাশী

(২)ইন্দ্রপ্রস্থ (গ) কুৰু

(৩) কৌশম্বী (ঘ) বৎস।

(৪) বাৰানসী

উত্তৰঃ (ক) অংগ(১) চম্পা। (খ) কাশী

(৪) বাৰানসী (গ) কুৰু

(২) ইন্দ্রপ্রস্থ (ঘ) বৎস চত (৩) কৌশম্বী


৬৪। দুয়াে অংশমিলােৱা

(ক) মহাকাশচার (১) মহাজন পদক

(খ) অৱন্তিচিতে (২) তক্ষশীলা । (গ) অম্ভিক তা (৩) স্তম্ভ

(ঘ) অশােক জিজ (৪) বৌদ্ধ সাহিত্যকটি |

উত্তৰঃ (ক) মহাকাশ গবে (৪) বৌদ্ধ সাহিত্য

(খ) অৱন্তিক (১) মহাজনপদ (গ) অম্ভি

জ, ও (২) তক্ষশীলা (ঘ) অশােক ভাত দে (৩) স্তম্ভ নিম


৬৫। বিম্বিসাৰকৰৰজা আছিল -

(ক) মগধৰ ক ) (খ) গান্ধাৰ (গ) কোশলজি (স)

(ঘ) ছেদী উত্তৰঃ (ক) মগধৰ।


৬৬। বিম্বিসাৰক কোনে হত্যা কৰিছিল— (ক) অজাতশত্রু

(খ) চন্দ্রগুপ্ত। (গ) মহাপদ্ম

| (ঘ) এটাও নহয়

উত্তৰ ঃ (ক) অজাতশত্রু। |


৬৭৷ কাৰ ৰাজত্বকালত দ্বিতীয় বৌদ্ধ মহাসন্মিলন অনুস্থিত হৈছিল— (ক) কালাশােক।

(খ) শিতনাগ। (গ) বিম্বিসাৰ

(ঘ) অজাতশত্রু

উত্তৰ ঃ (ক) কালাশােক।


৬৮। নন্দ বংশৰ প্রতিষ্ঠাতা কোন আছিল— (ক) মহাপদ্মনন্দ

(খ) কাশাশােক (গ) বিম্বিসাৰ

(ঘ) শিশুনাগ

উত্তৰঃ (ক) মহাপদ্মনন্দ।

৬৯। আলেকজেণ্ডাৰৰ ভাৰত আক্ৰমণৰ সময়ত মগধৰৰজা আছিল কি— (ক) ধননন্দ

(খ) মহাপদ্ম।

(ঘ) উদয়ী

উত্তৰঃ (ক) ধননন্দ।


৭০। কৌটিল্য বা চাণক্য কৰে প্ৰধানমন্ত্রী ওঁ পৰামৰ্শদাতা আছিল । (ক) চন্দ্রগুপ্ত মৌর্য্য

(খ) বিন্দুসাৰত ) (গ) ধননন্দ

(ঘ) অজাত শত্রু

উত্তৰঃ (ক) চন্দ্রগুপ্ত মৌৰ্য্য।জানি


৭১। অর্থশাস্ত্র’ কোনে ৰচনা কৰিছিল?

(ক) কৌটিল্য (গ) অশােক (ঘ) ধননন্দমত

জল চেক (গ) শিশুনাগত (খ) বিন্দুসাৰ

উত্তৰঃ (ক) কৌটিল্য। তিনি


৭২। বিন্দুসাৰৰ আন এটা নাম কি আছিল

উত্তৰঃ অমৃতঘাট।


৭৩। অশােকৰ জীৱনৰ একমাত্ৰ আৰু গুৰুত্বপূৰ্ণ যুদ্ধ কোনখন আছিল?

উত্তৰঃ কলিংগ যুদ্ধ।


৭৪। অশােকে ভাৰতৰ বাহিৰত কি কি ঠাইত ধর্ম প্রচাৰ কৰিবলৈ গৈছিল ?

উত্তৰঃ (ক) সিংহল, (খ) চিৰিয়া (গ) ইজিপ্ত (ঘ) মেচিদনিয়া


৭৫। কাৰ ৰাজত্ব কালত তৃতীয় বৌদ্ধ মহাসম্মিলন অনুষ্ঠিত হৈছিল— (ক) বিম্বসাৰ

(খ) কালাশােক (গ) অশােক

(ঘ) শিশুনাগই |

উত্তৰঃ (গ) অশােক।


৭৬। শুংগ বংশৰ প্রতিষ্ঠাতা কোন ? (ক) পুষ্যমিত্র শুংগ

(খ) দেৱভূতি (গ) বসুদেৱ

(ঘ) উদয়ী

উত্তৰঃ (ক) পূষ্যমিত্রশুংগ।


। হাথী গুম্ফালিপি কোনে খােদিত কৰিছিল। (ক) খাৰভেল

(খ) অশােক (গ) দেৱভূতি।

(ঘ) এটাও নহয়।

উত্তৰঃ (ক) খাৰভেল।।


৭৮। সাতবাহন বংশ ভাৰতৰ কোন অঞ্চলত গাকৰি উঠিছিল (ক)দক্ষিণভাৰত।

(খ) পশ্চিম ভাৰত (গ) পূব ভাৰত

(ঘ) উত্তৰভাৰতৰ

উত্তৰঃ (ক) দক্ষিণ ভাৰত।


৯)গৌতমী পুত্র শতর্কণীক’ৰৰজা আছিল (ক) সাতবাহন বংশ

(খ) মৌর্যবংশউর (S (গ) পূব ভাৰত

(ঘ) উত্তৰ ভাৰত

উত্তৰঃ (ক) দক্ষিণ ভাৰত।


৮০। গৌতমী পুত্র শতকণীকৰৰজা আছিল (ক) সাতবাহন বংশ

(খ) মৌর্যবংশ (গ) গুপ্তবংশ

(ঘ) ছেদীবংশ

উত্তৰঃ (ক) সাতবাহন বংশ।


৮১। ৰজা খাৰকেল কোন বংশৰ ৰজা আছিল— (ক) গুপ্ত বংশ

(খ) ছেদী বংশ। (গ) মৌৰ্য্যবংশ

(ঘ) এটাও নহয়

উত্তৰঃ (ক) ছেদী বংশ


৮২। কনিষ্ক’কৰৰজা আছিল— (ক) কুষান বংশ

(খ) ছেদী বংশ (গ) গুপ্ত বংশ

(ঘ) এটাও নহয়

উত্তৰঃ (ক) কুষান বংশ


৮৩। কোন জন ৰজাৰ ৰাজত্বকালৰ পৰা শকাব্দ গণনা কৰা হয়— (ক) অশােক

(খ) কনিষ্ক (গ) চন্দ্রগুপ্ত

(ঘ) খাৰকেল

উত্তৰঃ (খ) কনিষ্ক


৮৪। শকাব্দৰ গণনা আনুমানিক কিমান খ্রীষ্টাব্দৰ পৰা আৰম্ভ হৈছিল – (ক) ৭৮

(খ) ৭৯ (গ) ৮৮

(ঘ) ৮৯

উত্তৰঃ (ক) ৭৮


৮৫। গান্ধাৰ শিল্পকলা কাৰদিনৰ (ক) অশােক

(খ)চন্দ্রগুপ্ত (গ)কনিষ্ক।

(ঘ) খালকেল

উত্তৰঃ (গ) কনিষ্ক


৮৬।গুপ্তাকাৰ সময়ৰ পৰা গণনা কৰা হৈছিল— (ক) প্রথম চন্দ্রগুপ্ত

(খ) চন্দ্রগুপ্ত মৌর্য । (গ) খাৰভেল

(ঘ) এটাও নহয়।

উত্তৰঃ (ক) প্রথম চন্দ্রগুপ্ত।


৮৭। কুমাৰী দেৱী আছিল - (ক) লিচ্ছবী ৰাজকুঁৱৰী

(খ) প্রথম চন্দ্রগুপ্তৰ পত্নী (গ) প্রথম চন্দ্রগুপ্তৰ পত্নী ও লিচ্ছবী কুঁৱৰী

(ঘ) কুষান কুঁৱৰী।

উত্তৰ : (গ) প্রথম চন্দ্রগুপ্তৰ পত্নী ও লিচ্ছবী কুঁৱৰী।


৮৮। চীনা পব্রিাজক ইৎচিউকাৰ ৰাজত্ব কালত ভাৰতবৰ্ষলৈ আহিছিল— (ক) সমুদ্রগুপ্ত

(খ) প্রথম চন্দ্রগুপ্ত (গ) খাৰভেল

(ঘ) কনিষ্ক

উত্তৰঃ (ক) সমুদ্রগুপ্ত


৮৯। এলাহাবাদ প্রশস্তিৰ লেখক কোন আছিল – (ক) হৰিসেন

(খ) সূৰসেন (গ) তানসেন

(ঘ) এটাও নহয়

উত্তৰঃ (ক) হৰিসেন


৯০। বসুবন্ধু আছিল –

(ক) এজন বৌদ্ধ পণ্ডিত (খ) এজন ৰাজনীতিবিদ (গ) এজন লেখক

(ঘ) এজন গায়ক

উত্তৰঃ (ক) এজন বৌদ্ধ পণ্ডিত ।

৯১। সমুদ্রগুপ্তই বিজয়ৰ চিন স্বৰূপে উলিওৱা মুদ্ৰাবিধৰ নাম আছিল— (ক) সমুদ্রগুপ্ত

(খ) বিক্রমসিংহ’ (গ) সমুদ্ৰসিংহ’রকা (ঘ) এটাও নহয়নিক

উত্তৰঃ (খ) বিক্রমসিংহ।


৯২। মেহৰুলিৰ লৌহস্তম্ভত কাৰ বিষয়ে লিখা আছে— (ক) সমুদ্রগুপ্ত

| (খ) চন্দ্রগুপ্ত (গ) কনিষ্ক

(ঘ) অশােক

উত্তৰঃ (খ) চন্দ্রগুপ্ত


৯৩। হৰিসেন আছিল – (ক) এজন বৌদ্ধ পণ্ডিত

(খ) এজন সংগীতজ্ঞ (গ) এজন ৰাজনীতিবিদ (ঘ) এজন কবি।

উত্তৰ : (ঘ) এজন কবি।


৯৪। গুপ্তৰজাসকলৰ দিনত ৰজাই মাটিৰ উৎপাদনৰ পৰা কিমান কৰ আদায় কৰিছিল

(ক) অংশ

(খ) অংশ

(গ) অংশ (ঘ) = অংশ

(ক) অংশ


৯৫। গুপ্তসকলে বেছিকৈ বিশ্বাস কৰিছিল—

বস্থাসকালাহল (ক) বৌদ্ধ ধর্ম

(খ) ব্রাহ্মণ্যবাদত (গ) জৈন ধর্ম

(ঘ) এটাও নহয়।

উত্তৰঃ (খ) ব্রাহ্মণ্যবাদক


৯৬। কোনজন গুপ্তৰজাই পূর্ববংগৰ একাংশ ডবকা (বর্তমান নগাঁও) কামৰূপ, নেপাল

আদি জয় কৰাৰ উল্লেখ পােৱা যায়। (ক) সমুদ্রগুপ্ত

(খ) চন্দ্রগুপ্ত। (গ) স্কন্ধগুপ্ত

(ঘ) কুমাৰ গুপ্ত

তিনি।

উত্তৰঃ চন্দ্রগুপ্ত


৯৭। গুপ্তৰজা চন্দ্রগুপ্তৰ সমসাময়িক কামৰূপৰ বংশ আছিল

(ক) শালস্তম্ভ বংশ।

(খ) বর্মণ বংশ (গ) সাতবাহন বংশ

(ঘ) পাল বংশ

উত্তৰঃ (খ) বর্মণ বংশ



৯৮। দুয়াে অংশ মিলােৱা (ক) মহাকাশ

(১) মহাজন পদ (খ) অৱস্তি

(২) তক্ষশীলা (গ) অম্ভি

(৩) স্তম্ভ। (ঘ) অশােক

(৪) বৌদ্ধ সাহিত্য

উত্তৰঃ (ক) মহাকাশ

(৪) বৌদ্ধ সাহিত্য (খ) অৱন্তি

(১) মহাজনপদ (গ) অন্তি

(২) তক্ষশীলা (ঘ) অশােক

(৩) স্তম্ভ


৯৯। প্রথম চন্দ্রগুপ্তই বিয়া কৰােৱা লিচ্ছবী কন্যা গৰাকী কোন আছিল। (ক)কুমাৰদেৱী

(খ) প্রভাদেৱী (গ) সুকণ্যা

(ঘ) ধৰিত্ৰী

উত্তৰঃ (ক) কুমাৰদেৱী


১০০। গৌড়বাহাে’কাব্যৰ লেখক কোন আছিল – (ক) গণপতি

(খ) বাকপতি (গ) ভৱভূতি

(ঘ) এটাও নহয়

উত্তৰঃ বাপতি


১০১। গ্রীকৰাষ্ট্রদূত মেগাস্থেনিচ ভাৰতলৈ কাৰৰাজত্বকালত আহিছিল— (ক) ধননন্দ

| (খ) সমুদ্রগুপ্ত (গ) চন্দ্র গুপ্ত মৌর্য্য

(ঘ) যশােবর্মন

উত্তৰঃ (গ) চন্দ্রগুপ্ত মৌর্য্য।


১০২। ইন্দিকা’নামৰ পুথিখনৰ লেখক আছিল (ক) মেগাস্থেনিচ

(খ) চাণক্য (গ) বাকপতি

(ঘ) ভবভূতি

উত্তৰঃ (ক) মেগাস্থেনিচ


১০৩। গুপ্তবংশৰ সকলােতকৈ সুন্দৰ মন্দিৰ কোনটো –

উত্তৰঃ দেওগড়ৰ বিষ্ণুমন্দিৰ।।




Post a Comment

0 Comments

Ads Horizantal

Article Ads