Type Here to Get Search Results !

In Article Ads

পোষ্ট অফিচৰ একাউন্টত প্রতিমাহে সোমাব ২৫,০০০ টকা ! কিন্তু কেনেকৈ


 

Today we will discuss with you a scheme in which if you invest a few rupees, then after a few years, you will get a huge amount of money.


পোষ্ট অফিস আঁচনিৰ বিষয়ে সকলোৱে জানে বা বিশ্বাস কৰে। আজি আমি এই প্রতিবেদনত এখন পোষ্ট অফিস আঁচনিৰ বিষয়ে ক’বলৈ গৈ আছো য’ত, কেইটামান টকা বিনিয়োগ কৰি আপুনি প্রতি মাহে ২৫,০০০ হাজাৰকৈ টকা পাব।

Also Read

মোডী চৰকাৰে নিবনুৱা যুৱকসকলক টকা দিব। একাউণ্ট থাকিলেহে আপুনি এই বেংকত একাউণ্ট এটা পাব



পোষ্ট অফিস আঁচনি !

পোষ্ট অফিসৰ আঁচনি বহুত আছে, ডাকঘৰৰ ফিক্সড ডিপ’জিট আঁচনি, ডাকঘৰৰ PLI আঁচনি, এনেকুৱা বহুত আঁচনি আছে কিন্তু আজি আমি যি আঁচনিৰ বিষয়ে ক’বলৈ গৈ আছো সেই আঁচনিটো এই কেইটা আঁচনিতকৈ বেলেগ কাৰণ, এইটো আঁচনিত যদি আপুনি মাত্র কেইটামান টকা বিনিয়োগ কৰে তেনেহলে প্রতি মাহে ২৫,০০০ টকাকৈ লাভ কৰিব, সবিশেষ জানিবলৈ সম্পূর্ণ পঢ়ক –

Also Read


আঁচনিৰ নাম কি ?

সেই আঁচনিৰ নামটো হৈছে ( জ্যেষ্ঠ নাগৰিক সঞ্চয় আঁচনি ) ইয়াৰ অধীনত আপোনাৰ ধব সৰক্ষিত কাৰণ ধন পৰিচালনা, বিনিয়োগ আৰু ঘুৰাই দিয়াটো চৰকাৰৰ দায়িক্ত। জ্যেষ্ঠ নাগৰিকৰ প্রয়োজনীয়তাক মনত ৰাখি চৰকাৰে এই আঁচনিখন প্রস্তুত কৰিছে।


চৰকাৰে এই আঁচনিত সর্বাধিক সুত দিছে। পোষ্ট অফিসৰ ক্ষুদ্র সঞ্চয় আঁচনিয়ে আগবঢ়োৱা আঁচনিসমূহৰ ভিতৰত ই সর্বাধিক সুত লাভ কৰিছে। বর্তমান এই আঁচনিৰ অধীনত জ্যেষ্ঠ নাগৰিকে পোষ্ট অফিসৰ জৰিয়তে লাভ কৰিছে ৮.২ শতাংশ সুত।

Also Read

SBI Recruitment 2024, Apply 100 SCO Vacancies



কিমান টকা পাব ?

বিনিয়োগৰ সীমা ৩০ লাখ টকা আৰু সুতৰ হাৰ ৮.২ শতাংশ হয় তেন্তে ৫ বছৰৰ মেয়াদ উকলি যোৱাৰ সময়ত ১২.৩০ লাখ টকাৰ সুতসহ মুঠ ৪২.৩০ লাখ টকা পাব। যদি বার্ষিক ভিত্তিত হিচাপ কৰা হয়, তেন্তে সেয়া হ’ব ২ লাখ ৪৬ হাজাৰ টকা, মাহেকীয়া ভিত্তিত হিচাপ কৰিলে ২০,৫০০ টকা। জ্যেষ্ঠ নাগৰিক সঞ্চয় আঁচনিত মুঠ ৫ বছৰৰ বাবে ধন বিনিয়োগ কৰিব পাৰিব।



এই আঁচনিৰ বিনিয়োগৰ ধনৰ ওপৰত ৮.২ শতাংশ সুত প্রধান কৰা হৈছে। চৰকাৰৰ এই আঁচনিখনত আপুনি ১০০০ টকা পৰা ৩০ লাখ টকা পর্যন্ত বিনিয়োগ কৰিব পাৰিব। কৰ ৰেহাইৰ কথা ক’বলৈ গ’লে আয়কৰৰ ধাৰা ৮০চিৰ অধীনত ১.৫ লাখ টকাৰ বিনিয়োগ ৰেহাই দিয়া হৈছে।





Post a Comment

0 Comments

Ads Horizantal

Article Ads