Type Here to Get Search Results !

In Article Ads

কেন্দ্ৰৰ নতুন আঁচনি, ঘৰৰ প্ৰতিগৰাকী মহিলাই লাভ কৰিব চিলাই মেচিন ! কেনেকৈ আবেদন কৰিব ?


 

কোনো ধৰণৰ শিক্ষাগত অৰ্হতা নথকা সকলো শ্ৰেণীৰ ৫০ হাজাৰ বিবাহিত আৰু অবিবাহিত মহিলাক কেন্দ্ৰীয় চৰকাৰৰ নতুন আঁচনিৰ জৰিয়তে একেবাৰে বিনামূলীয়াকৈ চিলাই মেচিন দিয়া হ’ব। কেন্দ্ৰীয় চৰকাৰৰ নৰেন্দ্ৰ মোডীৰ এই বৃহৎ পদক্ষেপে ঘৰে ঘৰে চিলাই মেচিন দিব। কেন্দ্ৰীয় চৰকাৰৰ নতুন আঁচনিখনৰ নাম প্ৰধানমন্ত্ৰী চিলাই মেচিন যোজনা।


আন প্ৰকল্পৰ তুলনাত এই প্ৰকল্পত কোনো হেঁচা নোহোৱাকৈ ঘৰতে পোনপটীয়াকৈ আবেদন কৰি নিজৰ গাঁৱৰ পঞ্চায়তত জমা দিলে চিলাই মেচিন দিয়া হ’ব। এই আঁচনিৰ সুবিধাসমূহ বিনামূলীয়াকৈ আৰু কোনো শিক্ষাগত অৰ্হতা নোহোৱাকৈ সকলো মহিলাই ভোগ কৰিব পাৰিব। এই আঁচনিৰ জৰিয়তে চিলাই মেচিন যোগান ধৰাৰ একমাত্ৰ কাৰণটো হ’ল যাতে কোনো লোক নিবনুৱা হৈ নাথাকে আৰু নিজৰ পৰিয়ালটোৰ লগতে নিজৰ খৰছকো পোহপাল দিব পাৰে।

মহিলাসকলে সদায় ঘৰৰ পৰাই কিছু কাম কৰিব বিচাৰে আৰু এই ইচ্ছা পূৰণৰ বাবে কেন্দ্ৰীয় চৰকাৰে সকলোকে চিলাই মেচিন যোগান ধৰি তেওঁলোকৰ সপোন পূৰণৰ চেষ্টা কৰিছে। এই কাম কৰি যদি সকলোৱে স্বাৱলম্বী হয় তেন্তে দেশত নিবনুৱাৰ সংখ্যাও হ্ৰাস পোৱাৰ লগতে দেশে অৰ্থনৈতিক উন্নয়নৰ শিখৰত উপনীত হ’বলৈ সক্ষম হ’ব। কেনেকৈ চিলাই মেচিন পাব পাৰি আৰু কেনেদৰে আবেদন কৰিব লাগে সেই বিষয়ে বিতংভাৱে আলোচনা কৰোঁ আহক – আবেদন কৰিবলৈ তলত ক্লিক কৰক 👇👇

এই প্ৰকল্পৰ দ্বাৰা কোনে লাভৱান হ’ব ?

সকলো ভাৰতীয় মহিলাই চিলাই মেচিনৰ বাবে আবেদন কৰিব পাৰিব। মুঠ ৫০ হাজাৰ নিবনুৱা মহিলাক এই চিলাই মেচিন সম্পূৰ্ণ বিনামূলীয়াকৈ দিয়া হ’ব। কিন্তু ইয়াত চিলাই মেচিনৰ এপ্লিকেচন দিবলৈ হ’লে চিলাইৰ কাম কম বেছি পৰিমাণে জানিব লাগিব। এই আঁচনিৰ বাবে প্ৰায় সকলোৱে আবেদন কৰিব পাৰিব। আবেদন কৰিবলৈ তলত ক্লিক কৰক 👇👇



এই আঁচনিৰ সুবিধা ল’বলৈ কি কি যোগ্যতাৰ প্ৰয়োজনীয়তা আছে ?

এই প্ৰধানমন্ত্ৰী বিনামূলীয়া চিলাই মেচিন যোজনাৰ বাবে আৱেদন কৰিবলৈ শিক্ষাগত অৰ্হতাৰ প্ৰয়োজন নাই যদিও কেইবাটাও অত্যাৱশ্যকীয় অৰ্হতা আছে –


১) আবেদনকাৰী মহিলা হ’ব লাগিব, পুৰুষ প্ৰাৰ্থী এই আঁচনিৰ বাবে আবেদন কৰিবলৈ যোগ্য নহয়।


২) আবেদনকাৰী ভাৰতীয় নাগৰিক হ’ব লাগিব।


৩) মহিলা আবেদনকাৰীৰ বয়স ২০-৪০ বছৰৰ ভিতৰত হ’ব লাগিব।


৪) মহিলা আবেদনকাৰীৰ পৰিয়ালৰ মাহিলী আয় ১২,০০০ টকাৰ তলত হ’ব লাগিব।



এই প্ৰআঁচনিৰ বাবে কেনেকৈ আবেদন কৰিব ?

ইয়াত সম্পূৰ্ণ অফলাইন আবেদন কৰিব লাগিব। তাৰ বাবে কৰিবলগীয়া কামটো হ’ল –


১) প্ৰথমে ইয়াত আবেদন পত্ৰ ডাউনলোড কৰিব লাগিব, আবেদন পত্ৰৰ লিংক তলত দিয়া হৈছে।


২) আৰু সেই আবেদন পত্ৰখনৰ প্ৰিন্ট আউট এখন বগা A4 আকাৰৰ কাগজত লওক।


৩) তাৰ পিছত নিজৰ নাম, পিতৃৰ নাম, মাতৃৰ নাম, অভিভাৱকৰ নাম, শিক্ষাগত অৰ্হতা, লিংগ, বয়স, ঠিকনা, আধাৰ নম্বৰ, এটা বৈধ ফোন নম্বৰ ইত্যাদি সকলো ব্যক্তিগত তথ্য লিখি সঠিকভাৱে ফৰ্মখন পূৰণ কৰক। আবেদন কৰিবলৈ তলত ক্লিক কৰক 👇👇

৪) লংঘৰৰ ওপৰত পাছপ’ৰ্ট আকাৰৰ ফটো এখন সংলগ্ন কৰিব কৰক আৰু তলত চহী কৰিব লাগিব।


৫) ইয়াৰ পিছত সকলো নথি-পত্ৰ আবেদন পত্ৰৰ সৈতে একেলগে সংলগ্ন কৰি ডাকঘৰৰ জৰিয়তে নিজ নিজ ঠিকনালৈ প্ৰেৰণ কৰিব লাগিব।


আবেদন প্ৰ-পত্ৰৰ সৈতে জমা দিব লাগিব কি কি নথি-পত্ৰ ?

আবেদন প্ৰ-পত্ৰ জমা দিওঁতে আৱেদন প্ৰ-পত্ৰৰ লগতে জমা দিবলগীয়া সকলো প্ৰয়োজনীয় নথি-পত্ৰ হ’ল –


১) বয়সৰ প্ৰমাণ বা জন্মৰ প্ৰমাণ পত্ৰ।


২) স্থায়ী বাসিন্দাৰ প্ৰমাণ।


৩) মাহিলী আয়ৰ প্ৰমাণ হিচাপে পঞ্চায়ত প্ৰধানৰ স্বাক্ষৰিত আয়ৰ প্ৰমাণ পত্ৰ।


৪) কাষ্ট চাৰ্টিফিকেট যদি আছে ।


৫) আবেদনকাৰীৰ পাছপ’ৰ্ট আকাৰৰ ফটোগ্ৰাফৰ দুটা কপি তলত স্ব-চহী কৰক।


প্ৰাৰ্থী বাছনি প্ৰক্ৰিয়া:-

এই আঁচনিৰ সুবিধা লাভ কৰিবলৈ যোগ্য বুলি বিবেচিত সকলৰ আবেদন পত্ৰৰ সঠিক পৰীক্ষণৰ পিছত বিনামূলীয়া চিলাই মেচিন প্ৰতিজন আবেদনকাৰীৰ ঘৰত তেওঁলোক থকা ব্লক বা পঞ্চায়ত বা পৌৰসভাৰ জৰিয়তে প্ৰেৰণ কৰা হ’ব।


Apply FormDownload
Official WebsiteClick Here


Also Read




Also Read




Join Us on WhatsApp

অধিক চাকৰিৰ আপডেট, পৰীক্ষাৰ প্ৰস্তুতি, এডমিট কাৰ্ড ডাউনলোড,পৰীক্ষাৰ ফলাফল ইত্যাদিৰ বাবে আমাৰ WhatsApp Channel Follow কৰক


Post a Comment

0 Comments

Ads Horizantal

Article Ads