Type Here to Get Search Results !

In Article Ads

HS পৰীক্ষাত অৱতীৰ্ণ হোৱা ছাত্ৰ ছাত্ৰী সকলৰ বাবে বিশেষ জাননী


 

✔️ HS পৰীক্ষাত অৱতীৰ্ণ হোৱা ছাত্ৰ ছাত্ৰী সকলৰ বাবে বিশেষ জাননী

✍️ যিসকল ছাত্ৰ-ছাত্ৰীয়ে এই বছৰ HS Final পৰীক্ষা দিছে তেওঁলোকৰ মোবাইললৈ ৩ নাইবা ৪ এপ্ৰিল তাৰিখে অসম চৰকাৰৰ #Higher_Education_Department-ৰ তৰফৰ পৰা এটি মেচেজ আহিব। উক্ত মেচেজত এটি লিংক দিয়া থাকিব আৰু সেই লিংকটো (ৱেব চাইট) ব্যৱহাৰ কৰি ছাত্ৰ-ছাত্ৰীসকলে পৰৱৰ্তী উচ্চ শিক্ষা (BA, BSC আদি) গ্ৰহণ কৰিবৰ বাবে নিজৰ নামটো Registration কৰিব লাগিব। HS পৰীক্ষাৰ Result দিয়ালৈ ৰৈ নাথাকি ছাত্ৰ-ছাত্ৰীসকলে  অতি শীঘ্ৰে নিজকে উক্ত লিংকত গৈ Registration কৰিব লাগিব আৰু প্ৰয়োজনীয় document-বোৰ upload কৰিব লাগিব। প্ৰয়োজনীয় document-বোৰৰ ভিতৰত আধাৰ কাৰ্ড, জাতিৰ প্ৰমাণ পত্ৰ,  বেংকৰ পাছ বুক, Income Certificate উল্লেখযোগ্য। #Higher_Education-ৰ Samarth portal-টোৱে ছাত্ৰ-ছাত্ৰীসকলৰ HS Final Year-ৰ Marksheet-খন digi locker-ৰ পৰা নিজে নিজে সংগ্ৰহ কৰি ল'ব। গতিকে HS marksheet-খন upload কৰাৰ চিন্তা ছাত্ৰ-ছাত্ৰীসকলে কৰিব নালাগে। ছাত্ৰ-ছাত্ৰীসকলৰ লগতে অভিভাৱকসকলৰ যাতে Admission-ৰ নামত বহু সময় আৰু টকাৰ খৰচ নহয় তাৰ বাবে অসম চৰকাৰে উক্ত ব্যৱস্থা পোন প্ৰথমবাৰৰ বাবে গ্ৰহণ কৰিছে। আপুনিয়ো আপোনাৰ চিনাকি HS Final পৰীক্ষা দিয়া ছাত্ৰজনক নাইবা ছাত্ৰী গৰাকীক এই বিষয়ে জনাই সচেতন কৰি দিব পাৰে।


Read In English 


✍️ Students who have appeared for the HS Final exam this year will receive a message from #Higher_Education_Department of the Government of Assam on April 3 or 4 on their mobile phones. A link will be provided in the said message and using that link (web site), students will have to register their name to receive further higher education (BA, BSC etc.). Students will have to go to the said link and register themselves at the earliest without waiting for the HS exam results and upload the required documents. Among the documents required are Aadhaar card, caste certificate, bank pass book, Income Certificate. The Samarth portal of #Higher_Education will collect the marksheet of the students' HS Final Year on its own from the digi locker. So HS marksheet is upload Students don't have to think about doing it. This is the first time that the Assam government has taken this step so that students as well as parents do not spend a lot of time and money in the name of Admission. You can also make your familiar HS Final exam aware by informing the student or the student about it.



For More Details Watch Video 







Also Read

SECR Recruitment 2024, Apply online for 733 Trade Apprentices Vacancies

Also Read





Also Read



Join Us on WhatsApp

অধিক চাকৰিৰ আপডেট, পৰীক্ষাৰ প্ৰস্তুতি, এডমিট কাৰ্ড ডাউনলোড,পৰীক্ষাৰ ফলাফল ইত্যাদিৰ বাবে আমাৰ WhatsApp Channel Follow কৰক




Post a Comment

0 Comments

Ads Horizantal

Article Ads