Type Here to Get Search Results !

In Article Ads

Railway recruitment for 1113 vacant posts, apply today! ১১১৩ টা খালী পদৰ বাবে ৰেলৱে নিযুক্তি, আজিয়ে আবেদন কৰক !



Railway Group-C Recruitment 2024 – আমি ইয়াত চাকৰি প্ৰত্যাশীসকলৰ বাবে আন এক নতুন চাকৰিৰ খবৰ লৈ আহিছো। যিসকলে দীৰ্ঘদিন ধৰি ৰেলৱেত চাকৰি পোৱাৰ আশা কৰা প্ৰাৰ্থী সকলৰ বাবে। গতিকে আৰু পলম নকৰাকৈ আহক আবেদন প্ৰক্ৰিয়াৰ বিষয়ে বিতং তথ্য জানি লওঁ। মধ্যমিক উত্তীৰ্ণ প্ৰাৰ্থীয়ে প্ৰতিবেদন সম্পূৰ্ণকৈ পঢ়িব লাগিব। আৰু কোনো লিখিত পৰীক্ষা নোহোৱাকৈ এই পদৰ বাবে কৰ্মচাৰী নিযুক্তি দিয়া হ’ব।


দৰ নাম :- এপ্ৰেণ্টিছ পদ।


শিক্ষাগত অৰ্হতা :- আবেদন কৰিব বিচৰা প্ৰাৰ্থীসকলে মধ্যমিক উত্তীৰ্ণ হ’ব লাগিব আৰু আই টি আই পাঠ্যক্ৰম সম্পূৰ্ণ হ’ব লাগিব তেতিয়াহে আবেদন কৰিব পাৰিব। (Railway Group-C Recruitment 2024)


বয়স :- এই পদত আৱেদন কৰিব বিচৰা প্ৰাৰ্থীৰ বয়স ১৫ বছৰৰ পৰা সৰ্বাধিক ২৪ বছৰৰ ভিতৰত হ’ব লাগিব। ইয়াৰ উপৰিও চৰকাৰী নিয়ম অনুসৰি সংৰক্ষিত শ্ৰেণীৰ বাবে বয়সৰ শিথিলতা থাকিব। 


আবেদন প্ৰক্ৰিয়া :- আবেদন কৰিব বিচৰা প্ৰাৰ্থীসকলে অনলাইন আবেদন কৰিব লাগিব। আবেদন কৰিবলৈ প্ৰথমে অফিচিয়েল ৱেবছাইটত গৈ তাৰ পিছত পঞ্জীয়ন কৰিব লাগিব। পঞ্জীয়ন কৰাৰ সময়ত এটা বৈধ ইমেইল ঠিকনা আৰু মোবাইল নম্বৰ দিব লাগিব।(Railway Group-C Recruitment 2024) তাৰ পিছত লগইন কৰি আবেদন পত্ৰখন সঠিকভাৱে পূৰণ কৰক। প্ৰয়োজনীয় সকলো নথি স্কেন কৰি আপলোড কৰি আবেদন মাচুল দি আবেদন পত্ৰ জমা দিব।


বাছনি প্ৰক্ৰিয়া :- এই পদত আৱেদন কৰিবলগীয়া প্ৰাৰ্থীসকলক মধ্যমিক আৰু আই টি আই নম্বৰৰ ভিত্তিত মেধা তালিকাত চৰ্টলিষ্ট কৰা হ’ব। যিসকলৰ নাম তাত থাকিব তেওঁলোকক চাকৰিটোত নিযুক্তি দিয়া হ’ব।


আবেদনৰ অন্তিম তাৰিখ :- এই পদৰ বাবে অনলাইন আবেদন ০১/০৫/২০২৪ লৈকে কৰিব পাৰিব।



APPLY ONLINE REGISTRATION LINK

REGISTRATIONLOGIN 

OFFICIAL NOTIFICATION

CLICK HERE 

JOB ALERT ON WHATSAPP GROUP

 FOLLOW NOW >>

JOB ALERT ON WHATSAPP CHANNEL

JOIN NOW>>




Also Read

SECR Recruitment 2024, Apply online for 733 Trade Apprentices Vacancies

Also Read





Also Read



Join Us on WhatsApp

অধিক চাকৰিৰ আপডেট, পৰীক্ষাৰ প্ৰস্তুতি, এডমিট কাৰ্ড ডাউনলোড,পৰীক্ষাৰ ফলাফল ইত্যাদিৰ বাবে আমাৰ WhatsApp Channel Follow কৰক


Post a Comment

0 Comments

Ads Horizantal

Article Ads