Type Here to Get Search Results !

In Article Ads

BOB Recruitment 2024 – বেংক অৱ বৰোদা নিযুক্তি, দৰমহা প্ৰতিমাহে ১৫,০০০/-



BOB Recruitment 2024 – চাকৰিৰ আকাংক্ষীসকলৰ বাবে নতুন ভাল খবৰ। বেংক অৱ বৰোদাৰ কাৰ্যালয়ত নিযুক্তিৰ অধিসূচনা প্ৰকাশ কৰা হৈছে। চাকৰি বিচৰা প্ৰাৰ্থীৰ বাবে ডাঙৰ খবৰৰ তথ্য। ইয়াত ইচ্ছুক প্ৰাৰ্থীসকলে অফলাইনৰ জৰিয়তে আবেদন পত্ৰ পূৰণ কৰিব পাৰিব। বেংকৰ পৰা অৱসৰপ্ৰাপ্ত প্ৰাৰ্থীয়েও এই পদৰ বাবে আবেদন কৰিব পাৰিব।


আবেদন পদ্ধতি কি হ’ব? বয়সৰ সীমা কিমান? মাহিলী দৰমহা কিমান হ’ব? ইত্যাদি আজিৰ এই প্ৰতিবেদনত আৰম্ভণিৰ পৰা শেষলৈকে সকলো জাননী পঢ়িব লাগিব বুজিবলৈ তেতিয়াহে নিজৰ দায়িত্বত আবেদনখন সম্পূৰ্ণ কৰিব লাগিব


BOB Recruitment 2024 - Overview

পোষ্টৰ নাম

ইয়াত নিযুক্তি হ’বলগীয়া পদটোৰ নাম হ’ল – ব্যৱসায়িক সংবাদদাতা তত্বাৱধায়ক।



বয়সৰ সীমা আৰু দৰমহা ( BOB Recruitment 2024 )

  • উক্ত পদত আবেদন কৰিবলৈ প্ৰাৰ্থীৰ বয়স নূন্যতম ২১ বছৰৰ পৰা সৰ্বাধিক ৬৫ বছৰ হ’ব লাগিব। আবেদনৰ তাৰিখ অনুসৰি আবেদনকাৰীৰ বয়স ইয়াত প্ৰযোজ্য হ’ব। অধিক বিৱৰণৰ বাবে আপুনি নিশ্চিতভাৱে সংস্থাটোৰ চৰকাৰী অধিসূচনা ডাউনলোড কৰিব পাৰিব।
  • এই পদৰ বাবে পৰীক্ষণৰ পিছত নিযুক্তি পোৱা প্ৰাৰ্থীক প্ৰতিমাহে নূন্যতম ১০,০০০/- টকাৰ পৰা সৰ্বোচ্চ ১৫,০০০/- টকাৰ ভিতৰত পাৰিশ্ৰমিক হিচাপে দিয়া হ’ব


এই অধিসূচনা ক’ৰ পৰা আহিল?

www.bankofbaroda.com পৰ্টেলত উপলব্ধ তথ্য অনুসৰি আবেদন কৰাৰ আগতে সকলো তথ্য পৰীক্ষা কৰিব লাগিব আৰু তাৰ পিছত নিজৰ দায়িত্বত আবেদন কৰিব লাগিব।


Also Read

ONGC Recruitment 2024, Apply Online for for Various ONGC Vacancies



কেনেকৈ আবেদন কৰিব?

ইয়াত আবেদন কৰিবলৈ চিন্তা কৰা আকাংক্ষীয়ে ইয়াত অফলাইনৰ জৰিয়তে আবেদন কৰিব পাৰিব। আবেদন কৰিবলৈ প্ৰাৰ্থীৰ সংগঠন ( BOB Recruitment 2024 )


অফিচিয়েল ৱেবছাইটত গৈ অধিসূচনা আবেদন পত্ৰখন A4 কাগজত প্ৰিন্ট কৰি সকলোখিনি কলমৰ সহায়ত হাতত লিখি আবেদন প্ৰক্ৰিয়া সম্পূৰ্ণ কৰক। প্ৰয়োজনীয় নথি-পত্ৰ সংলগ্ন কৰি নিৰ্দিষ্ট সময় আৰু ঠিকনালৈ প্ৰেৰণ কৰি আবেদন প্ৰক্ৰিয়া সম্পূৰ্ণ কৰা হ’ব।


Also Read

Assam High School First Year Admission 2024 - HS First Year Online Admission 2024.



শিক্ষাগত অৰ্হতা ( BOB Recruitment 2024 

শিক্ষাগত অৰ্হতা ( BOB Recruitment 2024 )

উপযুক্ত অৰ্হতা থকা আবেদনকাৰীৰ কম্পিউটাৰৰ জ্ঞান থাকিব লাগিব। অৱশ্যে সকলো তথ্য বিতংভাৱে জানিব বিচাৰিলে সংস্থাটোৰ চৰকাৰী অধিসূচনা ডাউনলোড কৰি বুজিব পাৰিব, কিন্তু নিজৰ দায়িত্বত আবেদনখন সম্পূৰ্ণ কৰিব পাৰিব।


এই পদত আবেদন কৰিবলৈ চিন্তা কৰা আকাংক্ষীসকলে স্বীকৃতিপ্ৰাপ্ত বিশ্ববিদ্যালয়ৰ পৰা BE, Graduatio, MBA, MCA, M.Sc ডিগ্ৰী লোৱাৰ পৰামৰ্শ দিয়া হৈছে। অৱসৰপ্ৰাপ্ত বেংক বিষয়াই আবেদন কৰিব পাৰিব।

Also Read




নিযুক্তি প্ৰক্ৰিয়া

নিযুক্তি প্ৰক্ৰিয়া

উল্লেখিত পদৰ বাবে আবেদনকাৰীৰ উপযুক্ত অৰ্হতা থাকিলে কোনো পৰীক্ষাত হাজিৰ হ’ব নালাগিব প্ৰাৰ্থীসকলে। এই পদত উপযুক্ত অৰ্হতাসম্পন্ন প্ৰাৰ্থীক কেৱল সাক্ষাৎকাৰৰ জৰিয়তেহে নিযুক্তি দিয়া হ’ব। প্ৰথম অৱস্থাত বাৰ্ষিক পৰ্যালোচনাৰ অধীনত ৩৬ মাহৰ চুক্তিৰ ভিত্তিত প্ৰাৰ্থী নিযুক্তি দিয়া হ’ব। ভালদৰে জানিবলৈ সংস্থাটোৰ চৰকাৰী অধিসূচনা ডাউনলোড কৰি পৰীক্ষা কৰক আৰু নিজৰ দায়িত্বত এপ্লিকেচনটো সম্পূৰ্ণ কৰক। 

নিয়মিয়াকৈ চাকৰিৰ খবৰ পাবলৈ আমাৰ Whatsapp Group Join কৰক  ( Join Now )

Also Read

SAMARTH Admission Portal - Online Assam College Admission @ Samarth portal



গুৰুত্বপূৰ্ণ তাৰিখ


আবেদন শেষ তাৰিখ

১৫/০৫/২০২৪

 

প্ৰয়োজনীয় লিংক


🌐 অফিচিয়েল ৱেবছাইট

www.bankofbaroda.com

📄 PDF ডাউনলোড কৰক

Download Now

Join Whatsapp Group

Join Now

 


Also Read

SECR Recruitment 2024, Apply online for 733 Trade Apprentices Vacancies

Also Read





Also Read



Join Us on WhatsApp

অধিক চাকৰিৰ আপডেট, পৰীক্ষাৰ প্ৰস্তুতি, এডমিট কাৰ্ড ডাউনলোড,পৰীক্ষাৰ ফলাফল ইত্যাদিৰ বাবে আমাৰ WhatsApp Channel Follow কৰক




Post a Comment

0 Comments

Ads Horizantal

Article Ads