Type Here to Get Search Results !

In Article Ads

ASSAM DIRECT RECRUITMENT EXAM (ADRE) SOCIAL SCIENCE QUASTION & ANSWER IN ASSAMESE (সমাজ বিজ্ঞানৰ প্ৰশ্ন)



The Assam Direct Recruitment Exam (ADRE) is a significant opportunity for many aspiring candidates in Assam. Comprehensive preparation in multiple disciplines, especially Social Science, is necessary for this challenging exam. To assist applicants in properly preparing for the ADRE, this page offers a thorough compilation of Social Science questions and answers in Assamese (সমাজ বিজ্ঞানৰ প্ৰশ্ন). This guide will be very helpful to you in your preparation process, regardless of whether you are a first-time applicant or trying to raise your prior scores.


 Understanding the ADRE Social Science Syllabus

It is essential to comprehend the syllabus thoroughly in order to perform well on the ADRE. Political science, economics, geography, history, and geography are just a few of the subjects covered in the Social Science area. The main areas are broken out as follows:

  • History: Ancient, Medieval, and Modern Indian History, with a special focus on Assam’s history.
  • Geography: Physical geography, environmental geography, and the geography of Assam.
  • Political Science: Indian Constitution, political systems, and current affairs.
  • Economics: Basic economic principles, Indian economy, and economic issues specific to Assam.

ADRE Social Science (সমাজ বিজ্ঞান) Question & Answer

১) প্ৰশ্ন : ‘ৰিখতাৰ স্কেল (Richter scale)ৰ সহায়ত কি জোখা হয়?

উত্তৰ : ভূমিকম্পৰ প্ৰাবল্য।


২) প্ৰশ্ন : শুকান বৰফ (Dry ice)ৰ ৰাসায়নিক নাম কি?

উত্তৰ : কাৰ্বন-ডাই-অক্সাইড (Co2) গোটা।

৩) প্ৰশ্ন : মেনিনজাইটিছ ৰোগে মানুহৰ শৰীৰৰ কোন অংশৰ অনিষ্ট সাধন কৰে?

উত্তৰ : মগজু আৰু স্নায়ুৰজ্জু।

৪) প্ৰশ্ন : প্ৰথম অসমীয়া বিজ্ঞান আলোচনী ‘পশুপালন’ৰ সম্পাদক কোন?

উত্তৰ : ডাঃ কনক চন্দ্ৰ শৰ্মা।

৫) প্ৰশ্ন : ‘পাছ’ শব্দটো কি প্ৰতিযোগিতাত ব্যৱহাৰ হয়?

উত্তৰ : কুইজত ।

৬) প্ৰশ্ন : ট্ৰেক’মা কি?

উত্তৰ : ক্লেমাইডিয়া ট্ৰেক’মাটিছ নামৰ এবিধ অনুজীৱই সৃষ্টি কৰা চকুৰ ৰোগ।

৭) প্ৰশ্ন : ‘গণিতসাৰ’ নামৰ গ্ৰন্থৰ লেখক কোন?

উত্তৰ : গণিতজ্ঞ শ্ৰীধৰাচাৰ্য্য।

৮) প্ৰশ্ন : ভিটামিন ‘চি’ৰ আন এটা নাম কি?

উত্তৰ : এছৰ্বিক এছিদ।


৯) প্ৰশ্ন : মুম্বাইৰ ষ্টক একচেঞ্জৰ বজাৰখনৰ নাম কি?

উত্তৰ : দালাল ষ্ট্ৰীট।

১০) প্ৰশ্ন : ৰোমান লিপিত যিদৰে V আখৰটোৱে ৫, X আখৰটোৱে ১০ বুজায়, তেনেদৰে ‘D’ আখৰটোৱে কি বুজায়?

উত্তৰ : ৫০০।

১১) প্ৰশ্ন : টেলিফোন ব্যৱস্থাত ব্যৱহৃত STD আৰু ISD ৰ অৰ্থ কি?

উত্তৰ : STD – Subscriber Trunk Dialing.

ISD – International Subscriber Dailing.

১২) প্ৰশ্ন : দৃষ্টিচক্তিহীন সকলৰ বাবে পঢ়িব আৰু লিখিব পৰা পদ্ধতিটোক কি বোলে?

উত্তৰ : ব্ৰেইলী পদ্ধতি (Braille)।

১৩) প্ৰশ্ন : অসম চুক্তি কেতিয়া স্বাক্ষৰিত হৈছিল?

উত্তৰ : ইংৰাজী ১৯৮৫ চনৰ ১৫ আগষ্ট তাৰিখে।

১৪) প্ৰশ্ন : কাঠ পেঞ্চিলৰ ওপৰত লিখা আখৰ দুটাৰ অৰ্থ কি?

উত্তৰ : হাৰ্ড এণ্ড ব্লেক (Hard and Black)।

১৫) প্ৰশ্ন : অশোক চক্ৰটোত মুঠতে কেইডাল কাটা (Spoke) থাকে?

উত্তৰ : ২৪ ডাল।

১৬) প্ৰশ্ন : ষ্টীলৱেল পথ ক’ত অৱস্থিত ?

উত্তৰ : অসমৰ লিডুৰ পৰা ম্যানমাৰৰ বেংগুনলৈ (বৰ্ত্তমানে এই পথৰ কাম চলি আছে)।

১৭) প্ৰশ্ন : পৰীক্ষা বুলিলেই আমাৰ বহুতকে জ্বৰে-কাঁহে আগুৰি ধৰে। এতিয়া প্ৰশ্ন হ’ল – কোন চনত, কোন ঠাইত পোন প্ৰথমবাৰৰ বাবে লিখিত পৰীক্ষাৰ প্ৰচলন হয়?

উত্তৰ : ১৭০২ চনত ; ইংলেণ্ডৰ কেম্ব্ৰিজ ট্ৰিনিটি কলেজত।

১৮) প্ৰশ্ন : এজন প্ৰসিদ্ধ লেখকৰ চদ্মনাম “কুইজ”। লখক জনৰ নাম কি?

উত্তৰ : “চাৰ্লছ ডিকেন্স”।

১৯) প্ৰশ্ন : ১৯৯৭ চনৰ অক্টোবৰত “হাৱলস্পেচ টেলিস্কপোএ” আৱিস্কাৰ কৰা তাৰকা ৰাজ্যৰ আটাইতকৈ উজ্জ্বল তৰাটোৰ নাম কি?

উত্তৰ : পিষ্টল (Pistol)।

২০) প্ৰশ্ন : আয়াৰলেণ্ডৰ কোন গৰাকী মহিলা ভাৰতীয় স্বাধীনতা সংগ্ৰামৰ সৈতে জড়িত আছিল?

উত্তৰ: ড° এনী বেচান্ত।

২১) প্ৰশ্ন : ‘এমিল য়েলিনেক’ নামৰ ছোৱালীজনীৰ উপনামেৰে এটা পৃথিৱীৰ বিখ্যাত কোম্পানী স্থাপন কৰা হৈছিল। কোম্পানীটো কি?

উত্তৰ : মাৰ্চিডিজ।

২২) প্ৰশ্ন : ‘হেৰল্‌ড ফ’ষ্টাৰে’ (Harold Fostear) সৃষ্টি কৰা বিখ্যাত কমিক ছিৰিজটো কি?


উত্তৰ : টাৰ্জান কমিক চিৰিজ।

২৩) প্ৰশ্ন : কোন গৰাকী মহান ব্যক্তিৰ ছবি পৃথিৱীৰ বিভিন্ন দেশৰ ডাক টিকটত সৰ্বাধিক ব্যৱহৃত হৈছে?

উত্তৰ : মহাত্মা গান্ধী। ৪২ খন দেশৰ অতি কমেও ৮০ টা ডাক টিকটত।

২৪) প্ৰশ্ন : কোন ৰজাৰ দিনত গোঁহাই কমল আলি সজোৱা হৈছিল?

উত্তৰ : মহাৰাজ নৰনাৰায়নৰ দিনত (কোচবিহাৰৰ পৰা নাৰায়ণপুৰলৈকে)।

২৫) প্ৰশ্ন : টেনিছ তাৰকা মাৰ্টিনা নাভ্ৰাটিলোভাৰ আত্মজীৱনী খনৰ নাম কি?

উত্তৰ : বিং মাইচেলফ্‌ (Being Meself)।

২৬) প্ৰশ্ন : ভাৰতত পাৰমাণৱিক গৱেষণাৰ পিতৃস্বৰুপে কাক অভিহিত কৰা হয়?

উত্তৰ : হোমি জাহাঙ্গীৰ ভাবাক ।

২৭) প্ৰশ্ন : ‘কিক্‌ অফ’ কৰি ফুটবল মেচ এখনৰ আৰম্ভণি কৰা হয়। বাস্কেটবলৰ মেচৰ আৰম্ভণিক কি বুলি কোৱা হয়?

উত্তৰ: টিপ অফ।

২৮) প্ৰশ্ন : ঘানাৰ পুৰণি নাম কি?

উত্তৰ : গোল্‌ড কোষ্ট।

২৯) প্ৰশ্ন : কোন চহৰক ‘City of Golden gate’বুলি কোৱা হয়?

উত্তৰ : আমেৰিকাৰ ছানফ্ৰান্সিছকো।

৩০) প্ৰশ্ন : ভূগোলত আইচ’থাৰ্ম মানে কি?

উত্তৰ : এখন মেপত সমান তাপমান বিশিষ্ট ঠাইবোৰৰ ওপৰেৰে টনা ৰেখা।

৩১) প্ৰশ্ন : বাইচাইকেল কোনে আৱিষ্কাৰ কৰিছিল?

উত্তৰ : মেক্‌মিলান (১৮৩৯-৪০ ইংলেণ্ড)।

৩২) প্ৰশ্ন : কি বেক্‌টেৰিয়াই গাখীৰক দৈ লৈ ৰুপান্তৰ কৰে?

উত্তৰ : লেক্ট’বেচিলাচ।

৩৩) প্ৰশ্ন : তৰল এচিটিক এচিদৰ আন এটা নাম কি?

উত্তৰ : ভিনেগাৰ।

৩৪) প্ৰশ্ন : পানীক বীজানুমুক্ত কৰিবলৈ কি গেছ ব্যৱহাৰ কৰা হৈছে?

উত্তৰ : ক্ল’ৰিণ।

৩৫) প্ৰশ্ন : AK – 47 এই ৰাইফলটোৰ ছবি এখন দেশৰ জাতীয় পতাকাত ব্যৱহৃত হৈছে। কোন বাৰু সেইখন?

উত্তৰ: মোজাম্বিক।

৩৬) প্ৰশ্ন : ২০০৩, ২০০৪ আৰু ২০০৫ চনৰ বাবে ‘অসম উপত্যকা বঁটা’ লাভ কৰা কেইজনমানৰ নাম কি কি?

উত্তৰ : নিৰুপমা বৰগোহাঞি (২০০৩), লক্ষ্মীনন্দন বৰা (২০০৪) আৰু অৰুণ শৰ্মা (২০০৫)।

৩৭) প্ৰশ্ন : শঙ্কৰ মাধৱৰ মহামিলন হোৱা ঠাইখন কি আছিল? সেই মিলনক কি আখ্যা দিয়া হয়?

উত্তৰ : ধুৱাহাটাৰ বেলগুৰি নামঘৰ। ‘মনিকাঞ্চন সংযোগ’।

৩৮) প্ৰশ্ন : পিন মানে কি?

উত্তৰ : পোষ্টেল ইনডেক্স নাম্বাৰ।

৩৯) প্ৰশ্ন : কোনে কৈছিল – “মৃত্যুৰ আগতেই কাপুৰুষ সকলৰ বহুবাৰ মৃত্যু হয়?

উত্তৰ : উইলিয়াম শ্বেক্সপীয়েৰ।

৪০) প্ৰশ্ন : বায়োগেছৰ প্ৰধান উপাদান কি?

উত্তৰ : মিথেন (CH4) ।

৪১) প্ৰশ্ন : ‘ভাৰত ইলেক্ট্ৰ’নিক্স লিমিটেড’ (BEL) ক’ত অৱস্থিত?

উত্তৰ : বাংগালোৰ।

৪২) প্ৰশ্ন : ‘প্ৰাভদা’ নামৰ বহুল প্ৰচাৰিত বাতৰি কাকত খন ক’ৰ পৰা প্ৰকাশিত হয়?

উত্তৰ : মস্কো।

৪৩) প্ৰশ্ন : খাজুৰাহো মন্দিৰ কোন প্ৰদেশত অৱস্থিত?

উত্তৰ : মধ্য প্ৰদেশত।

৪৪) প্ৰশ্ন : ভূদান আন্দোলনৰ গুৰি ধঁৰোতা কোন আছিল?

উত্তৰ : আচাৰ্য বিনোৱা ভাবে।

৪৫) প্ৰশ্ন : ভাৰতৰ আটাইতকৈ দীঘল দলং কোনখন?

উত্তৰ : মহাত্মা গান্ধী সেতুঁ (গঙ্গা নৈৰ ওপৰত ৫.৬ কিঃমিঃ দীঘল)।

৪৬) প্ৰশ্ন : ভাৰতত প্ৰথম এলিভেটৰ (Lift) ক’ত কেতিয়া স্থাপন হয়?

উত্তৰ : কলকাতাৰ ৰাজভৱনত লৰ্ড কাৰ্জনৰ দিনত ১৮৬৩ চনত প্ৰথম লিফট্‌ স্থাপন কৰা হয়।

৪৭) প্ৰশ্ন : আটাইতকৈ পুৰণি ভাৰতীয় ছপা কিতাপ কি?

উত্তৰ : সংস্কৃত গ্ৰন্থ “হৰক সূত্ৰ”। (কাঠৰ ব্লক তৈয়াৰী কৰি চীনা সকলে ছপা কৰে)।


৪৮) প্ৰশ্ন : ভৰতত কেতিয়া ক’ত প্ৰথম টেষ্টটিউব বেবী জন্ম দিয়া হয়?

উত্তৰ : ১৯৮৬ চনৰ ৬ আগষ্টত এডৱাৰ্ড মেম’ৰিয়েল হস্পিতালত ডা ইন্দিৰা হিন্দুজাৰ দ্বাৰা প্ৰথম টেষ্টটিউব বেবী ‘হৰ্ষ’ৰ জন্ম দিয়া হয়।

৪৯) প্ৰশ্ন : চীনৰ য়ুনাম, ম্যানমাৰ, থাইলেণ্ড, কম্বোডিয়া, লাওচ আৰু ভিয়েটনাম – এই দেশ কেইখনমানৰ মাজেৰে বৈ যোৱা ডাঙৰ নৈখনৰ নাম কি?

উত্তৰ : মেকং।

৫০) প্ৰশ্ন : ১৯২১ চনৰ অসহযোগ আন্দোলন মহাত্মা গান্ধীয়ে হঠাতে স্থগিত কৰি দিছিল। ইয়াৰ কাৰণ কি আছিল?

উত্তৰ : চৌৰাচৌৰিত ঘটা ঘটনাৰ বাবে।

৫১) প্ৰশ্ন : পৃথ্বি, অগ্নি, আকাশ আৰু ত্ৰিশূল সম্বন্ধ কি?

উত্তৰ : ভাৰতত নিৰ্মিত মিছাইল।

৫২) প্ৰশ্ন : ভাৰতত সাহসিকতাৰ বাবে প্ৰদান কৰা সৰ্বোচ্ছ পুৰস্কাৰ কি?

উত্তৰ : পৰমবীৰ চক্ৰ।

৫৩) প্ৰশ্ন : ‘কিলা-ই-মুৱেল’ (Qila-e-Mualla) সৰ্বপৰিচিত নামটো কি?


উত্তৰ : লালকিল্লা।

৫৪) প্ৰশ্ন : ভাৰতৰ প্ৰাচীন সভ্যতাক কি কয়?

উত্তৰ : সিন্ধু সভ্যতাক।

৫৫) প্ৰশ্ন : মাজৰাতি সূৰ্য উঠা দেশ কোনখন?

উত্তৰ : নৰওৱে।

৫৬) প্ৰশ্ন : মাৰ্কিন যুক্তৰাষ্ট্ৰৰ চিনেমা নিৰ্মাণৰ কেন্দ্ৰ হলিউড, ভাৰতবৰ্ষৰ বলিউড (মুম্বাই) পাকিস্থানৰ কি?

উত্তৰ : ল’লিউড্‌ (লাহোৰ)।

৫৭) প্ৰশ্ন : ন’বেল পুৰস্কাৰ, মেগাছেছে পুৰস্কাৰ, টেম্পলটন্‌ পুৰস্কাৰ আৰু ভাৰতৰত্ন উপাধি কোনে পাইছিল?

উত্তৰ : মাদাৰ টেৰেছা।

৫৮) প্ৰশ্ন : জৱাহৰলাল নেহৰু কিমান বছৰ ভাৰতৰ প্ৰধানমন্ত্ৰী আছিল?

উত্তৰ : ১৭ বছৰ। ১৯৪৭ চনৰ পৰা ১৯৬৪ চনলৈ।

৫৯) প্ৰশ্ন : বিশ্বৰ আটাইতকৈ ডাঙৰ গ্ৰন্থমেলা ক’ত হয়?

উত্তৰ : জাৰ্মানীৰ ফ্ৰেংকফুৰ্টত।

৬০) প্ৰশ্ন : চিমেণ্টৰ প্ৰধান সংযুক্তি কি কি?

উত্তৰ : কেলচিয়াম অক্সাইড, এলুমিনা আৰু চিলিকা।

৬১) প্ৰশ্ন : আমি হাঁচিয়াও কিয়?

উত্তৰ : উশাহ লওঁতে নাকৰ ভিতৰত কোনো উত্তেজনা হ’লে আমি হাঁচিয়াও।

৬২) প্ৰশ্ন : কিছুমান মানুহে টোপনিত নাকেৰে শব্দ কৰে কিয়?

উত্তৰ : শোৱাৰ সময়ত কোনো কাৰণত শ্বাস-প্ৰশ্বাসত বাধা জন্মিলে সেই মানুহবোৰে নাকেৰে শব্দ কৰে।

৬৩) প্ৰশ্ন : হামি আহে কিয়?

উত্তৰ : শৰীৰত ক্লান্তি বোধ হ’লে নাইবা টোপনি ধৰিলে তেজত অক্সিজেনৰ অভাৱ ঘটিবলৈ ধৰে। তেতিয়াই হামি আহে।

৬৪) প্ৰশ্ন : জৱাহৰলাল নেহৰু, যুগোশ্লোভিয়াৰ মাৰ্শ্বেল টিটো আৰু ইজিপ্তৰ আব্দুল গোমেল নাছাৰে লগ হৈ এটা বিখ্যাত বিশ্ব সংস্থাৰ জন্ম দিছিল। সংস্থাটো কি?

উত্তৰ : NAM (Non-Aligned Movement) বা গোষ্ঠী নিৰপেক্ষ আন্দোলন।

৬৫) প্ৰশ্ন : ইণ্টাৰপোল বা International Police Organisation) কোৱাৰ্টাৰ ক’ত?

উত্তৰ : পেৰিছৰ ওচৰৰ লিয়ন নামৰ চহৰখনত।

৬৬) প্ৰশ্ন : আকবৰৰ ৰাজসভাত নৱৰত্নৰ এটা ৰত্ন আছিল সংগীত শিল্পী তানসেন। তেওঁৰ প্ৰকৃত নাম কি আছিল?

উত্তৰ : প্ৰকৃত নাম তান্না মিশ্ৰ।

৬৭) প্ৰশ্ন : “মোৰ এই আৱিষ্কাৰে মানৱ জাতিক ধ্বংসহে কৰিলে” – কোনে কেতিয়া কৈছিল?

উত্তৰ : বৈজ্ঞানিক এলবাৰ্ট আইনষ্টাইনে কৈছিল ; ১৯৪৫ চনৰ ৬ আগষ্টত হিৰোচিমাৰ বিধ্বংসী আণৱিক বোমা বিস্ফোৰণৰ পিছত।

৬৮) প্ৰশ্ন : কোন জাতিয়ে মৃতদেহক গছৰ ওপৰত বান্ধি ৰাখি শগুণক খাবলৈ দি সৎকাৰ কৰে?

উত্তৰ : পাৰ্চী সকলে।

৬৯) প্ৰশ্ন : ভাৰতৰ প্ৰাক্তন ৰাষ্ট্ৰপতি এ পি জে আব্দুল কালামৰ সম্পূৰ্ণ নামটো কি?

উত্তৰ : ড° আবুল পকীৰ জয়নুলাবুদিন আব্দুল কালাম।

৭০) প্ৰশ্ন : কি গছত ফুল নোহোৱাকৈ ফল লাগে?

উত্তৰ : ডিমৰু গছত।

৭১) প্ৰশ্ন : হায়দৰাবাদৰ সৈতে আন এখন চহৰক একেলগে ‘টুইনচিটি’ (Twin City) বুলি কোৱা হয়। হায়দৰাবাদৰ গাতে লাগি থকা সেই চহৰখনৰ নাম কি?

উত্তৰ : ছেকেন্দ্ৰাবাদ।

৭২) প্ৰশ্ন : কাক ভাৰতৰ “মিছাইল মেন” বুলি জনা যায়?

উত্তৰ : ভাৰতৰ প্ৰাক্তন ৰাষ্ট্ৰপতি ে পি জে আব্দুল কালামক।

৭৩) প্ৰশ্ন : অসমৰ এজন মানুহে ৰেলৰ এবিধ ব্ৰেক আৱিস্কাৰ কৰিছিল, কি নাম আছিল তেওঁৰ?

উত্তৰ : গুৰু প্ৰসাদ দাস (বৰপেটা)।

৭৪) প্ৰশ্ন : কোন দেশৰ জাতীয় পতাকাখন ‘ইউনিয়ন জেক’ বুলি কোৱা হয়?

উত্তৰ : ইউনাইটেড কিংডম (ইংলেণ্ড)।

৭৫) প্ৰশ্ন : ভাৰতীয় চিনেমাৰ জনক কোন?

উত্তৰ : ধুন্‌দি ৰাজ গোবিন্দ ফালকে ওৰফে দাদা চাহেব ফালকে।

৭৬) প্ৰশ্ন : ভাৰতৰ এতিয়ালৈকে কোনে কোনে ন’বেল বঁটা লাভ কৰিছে?

উত্তৰ : ক) ৰবীন্দ্ৰনাথ ঠাকুৰ (১৯১৩), (খ) চন্দ্ৰশেখৰ ভেংকট ৰমন (১৯৩০), (গ) হৰগোবিন্দ খোৰানা (১৯৬৮) ; আমেৰিকাৰ নাগৰিক, (ঘ) মাদাৰ টেৰেচা (১৯৭৯) (ঙ) অমৰ্ত সে (১৯৯৮)।

৭৭) প্ৰশ্ন : ‘টাইম’ আলোচনীয়ে ২০০৬ বৰ্ষৰ সৰ্বশ্ৰেষ্ঠ ব্যক্তি হিচাপে কাক নিৰ্বাচন কৰিছে?

উত্তৰ : আপোনাক (আপুনি নিজে)।

কিয়নো বৰ্ত্তমানৰ তথ্য প্ৰযুক্তিৰ যুগত আপুনি এজন গুৰুত্বপূৰ্ণ ব্যক্তি।

৭৮) প্ৰশ্ন : Assam ৰ পৰিৱৰ্ত্তে Asom শব্দটো চৰকাৰী ভাৱে ব্যৱহাৰ কৰা বাবে কোন তাৰিখে বিধান সভাত অনুমোদন গ্ৰহণ কৰিছিল?

উত্তৰ : ১৫ ডিচেম্বৰ (২০০৬ চন)।

৭৯) প্ৰশ্ন : ২০০৭ চনৰ পহিলা জানুৱাৰীত ৰাষ্ট্ৰসংঘৰ অষ্টম গৰাকী সচিব প্ৰধান ৰুপে দায়িত্ব ভাৱে গ্ৰহণ কৰা ব্যক্তি গৰাকী কোন?

উত্তৰ : দক্ষিণ কেৰিয়াৰ বৈদেশিক মন্ত্ৰী বেন কি মুন।

৮০) প্ৰশ্ন : ২০০৬ চনৰ পঞ্চদশ এছিয়ান গেমছ অনুষ্ঠিত হৈছিল কাটাৰৰ ৰাজধানী চহৰ ডোহাত। এই গেমছ্‌ৰ শুভাৰম্ভ হোৱা ষ্টেডিয়ামখনৰ নাম কি?


উত্তৰ : খালিফা ইণ্টাৰনেশ্যনেল ষ্টেডিয়াম।

৮১) প্ৰশ্ন : ষষ্ঠদশ এছিয়ান গেমছ ২০১০ চনত কোনখন দেশে আয়োজন কৰিছিল?

উত্তৰ : চীনে (গুৱান্‌জো চহৰে)।

৮২) প্ৰশ্ন : বৰ্ত্তমান বিশ্বৰ আটাইতকৈ ওখ ব্যক্তিজন কোন?

উত্তৰ : ঝি শ্বুন (চীনৰ) ৭ ফুট ৮.৯৫ ইঞ্চি।

৮৩) প্ৰশ্ন : ২০০৬ বৰ্ষৰ ‘মিছ ইউনিভাৰ্ছ’ৰ খিতাপ কোনে লাভ কৰিছে?

উত্তৰ : জুলেকা ৰিভেৰা (পুৱেটোৰিকো)।

৮৪) প্ৰশ্ন : ২০০৬ বৰ্ষৰ ‘মিছ ৱৰ্ল্‌ড’ৰ খিতাপ কোনে লাভ কৰিছে?

উত্তৰ : টাটানা কুচাৰোভাৰ।

৮৫) প্ৰশ্ন : ২০০৬ বৰ্ষৰ মিছআৰ্থ’ বঁটা লাভ কোনে কৰিছে?

উত্তৰ : হিলয়াছেনিয়া হানান্দেজ এছক’বা (চিলি)।

৮৬) প্ৰশ্ন : ২০০৬ চনৰ সাহিত্য অকাডেমী বঁটা প্ৰাপ্ত সাহিত্যিক দুগৰাকী কোন কোন?

উত্তৰ : ১) অতুলানন্দ গোস্বামী, গ্ৰন্থ – চেনেহগৰীৰ গাঁঠি (অসমীয়া ভাষাৰে)।

২) কাতীন্দ্ৰ স্বৰ্গীয়াৰী, গ্ৰন্থ – সানমৌখাঙৰি লামাজৌং (সূৰ্যমুখী পথেৰে ; বড়ো ভাষাৰ)।

৮৭) প্ৰশ্ন : ২০০৬ চনৰ অসম প্ৰেছ ক’ৰেছ পণ্ডেটছ ইউনিয়ন (আপকু) বঁটা লাভ কৰা ব্যক্তি কোন?

উত্তৰ : জয়কান্ত শৰ্মা।

৮৮) প্ৰশ্ন : ২০০৬ চনৰ লতা মংগেশকাৰ বঁটা কোনে লাভ কৰিছে?

উত্তৰ : কবিতা কৃষ্ণমুৰ্ত্তি।

৮৯) প্ৰশ্ন : ভাৰতত জন্ম গ্ৰহণ কৰা এজন চলচ্চিত্ৰ নিঅৰ্মাতাক মৰণোত্তৰ ভাৱে ২০০৬ চনৰ ২০ জানুৱাৰীত আমেৰিকা যুক্তৰাষ্ট্ৰত ‘এচিয়ান এক্সেলেন্স বঁটা’ – ৰে সন্মানিত কৰা হয়। তেওঁৰ নাম কি?

উত্তৰ : ইছমাইল মাৰ্চেণ্ট।

৯০) প্ৰশ্ন : কোনজন ব্যক্তিয়ে ২০০৭ চনৰ আৰম্ভণিতে ভাৰতৰ সৰ্বোচ্ছ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ হিচাপে শপত গ্ৰহণ কৰিছে?

উত্তৰ : ন্যায়াধীশ কে জি বালকৃষ্ণণ।

৯১) প্ৰশ্ন : কোন গৰাকী ভাৰতীয় বংশোদ্ভৱ মহিলাই বৰ্ত্তমানে মহাকাশ ষ্টেচনত বাস কৰিছে?

উত্তৰ : সুনীতা উইলিয়ামছ (বৰ্ত্তমান আমেৰিকাৰ নগৰিক)।

৯২) প্ৰশ্ন : ২০০৬ চনৰ বিষ্ণুৰাভা বঁটা লাভ কৰা ব্যক্তি দুগৰাকী কোন কোন?

উত্তৰ : হেমাংগিনী বৰদলৈ আৰু বেণু মিশ্ৰ।

৯৩) প্ৰশ্ন : ২০০৬ চনৰ নটসূৰ্য বঁটা কোনে লাভ কৰিছে?

উত্তৰ : ধৰণীধৰ চৌধুৰী।

৯৪) প্ৰশ্ন : অসমৰ দেৱজিত সাহাই “Zee TV” ৰ সংগীত প্ৰতিভা সন্ধানী ধাৰাবাহিক ‘সা-ৰে-গা-মা-পা’ৰ জৰিয়তে ২০০৬ চনৰ ২৪ ফেব্ৰুৱাৰীত “ভাৰতকণ্ঠ” হিচাপে নিৰ্বাচিত হ’ল। প্ৰশ্ন হ’ল- তেওঁৰ সংগীত প্ৰশিক্ষক গৰাকীৰ নাম কি?

উত্তৰ : ইছমাইল দৰবাৰ।

৯৫) প্ৰশ্ন : ২০০৬ চনৰ সংগীত-নাটক একাডেমী বঁটা লাভ কৰা শিল্পী দুগৰাকী কোন কোন?

উত্তৰ : মঞ্চসূৰ্য – ধৰনী বৰ্মন। নৃত্য পটিয়সী – গৰিমা হাজৰিকা।

৯৬) প্ৰশ্ন : ২০০৬ চনৰ নৱেম্বৰত দিল্লী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ হিচাপে শপত গ্ৰহণ কৰা একমাত্ৰ অসমীয়া ব্যক্তিজন কোন?

উত্তৰ : মুকুন্দৰাম শৰ্মা।

৯৭) প্ৰশ্ন : অলপতে কোন গৰাকী অসমীয়া শিল্পীয়ে “ইয়া আলী” গীতৰ বাবে মালয়েছিয়াত পুৰস্কাৰ লাভ কৰিবলৈ সক্ষম হৈছে?

উত্তৰ : জুবিন গাৰ্গ।

৯৮) প্ৰশ্ন : ১৯৮২ চনত ডুজাইলত চলোৱা গণহত্যাৰ অপৰাধত এসময়ৰ ইৰাকৰ ৰাষ্ট্ৰপতি ছাদ্দাম হুছেইনক ২০০৬ চনৰ ৩০ ডিচেম্বৰত ফাঁচি কাঠত ওলমায়। তেওঁৰ শেষ যাত্ৰাৰ সংগী কোন আছিল?

উত্তৰ : নিজৰ তেজেৰে লিখা কোৰাণখন।

৯৯) প্ৰশ্ন : বংকিম চন্দ্ৰ চট্টোপধ্যায় লিখা জাতীয় সংগীত ‘বন্দে মাতৰম’ৰ শতবৰ্ষ দেশগুৰি পালন কৰা হয়। শতবৰ্ষ পালন কৰা তাৰিখটো কি?

উত্তৰ : ২০০৬ চনৰ ৭ চেপ্তেম্বৰ।

১০০) প্ৰশ্ন : সদৌ অসম লেখিকা সমাৰোহ সমিতিয়ে প্ৰৱৰ্তন কৰা ২০০৬ চনৰ “আইদেউ সন্দিকৈ” স্মৃতি শিল্পী বঁটা লাভ কৰা অভিনেত্ৰী গৰাকী কোন?

উত্তৰ : অভিনেত্ৰী বিদ্যাৰাও নায়াৰ।


১০১) প্ৰশ্ন : ২০০৬ চনৰ ৰাজীৱ গান্ধী ৰাষ্ট্ৰীয় সদ্ভাৱনা বঁটা লাভ কৰা মহিলা গৰাকী কোন?

উত্তৰ : নিৰ্মলা দেশ পাণ্ডে।

১০২) প্ৰশ্ন : কোন গৰাকী ভাৰতীয় চলচ্চিত্ৰ অভিনেত্ৰীয়ে ২০০৬ চনৰ গান্ধী আন্তজাৰ্তিক শান্তি পুৰস্কাত লাভ কৰিছে?

উত্তৰ : শ্বাৱানা আজমী।

১০৩) প্ৰশ্ন : ২০০৭ চনৰ ৯ ফেব্ৰুৱাৰী দিনটো অসমৰ ইতিহাসত ঐতিহাসিক দিন হিচাপে কিয় পৰিগণিত হ’ব?

উত্তৰ : অসমত অনুষ্ঠিত ৩৩ তম্‌ ৰাষ্ট্ৰীয় ক্ৰীড়াৰ বাবে।

১০৪) প্ৰশ্ন : সৰ্বভাৰতীয় অলিম্পিক সন্থাৰ সভাপতি কোন?

উত্তৰ : সুৰেশ কালমাদী।

১০৫) প্ৰশ্ন : ২০১০ চনৰ কমনৱেল্‌থ গেমছ ক’ত অনুষ্ঠিত হৈছিল?


উত্তৰ : দিল্লী।

১০৬) প্ৰশ্ন : ৩৪ তম্‌ ৰাষ্ট্ৰীয় ক্ৰীড়া কোন ৰাজ্যত অনুষ্ঠিত হৈছিল?

উত্তৰ : ঝাৰখণ্ডত।

১০৭) প্ৰশ্ন : গুৱাহাটীৰ ৰাষ্ট্ৰীয় ক্ৰীড়াত পুৰুষৰ শাখাত শ্ৰেষ্ঠ খেলুৱৈ গৰাকীয়ে কিমান সোণৰ পদক পাইছিল আৰু তেওঁৰ নাম কি?

উত্তৰ : মুঠ ৯ টা স্বৰ্ণপদক ; কৰ্ণাটকৰ ৰেহান পোঞ্চা।

১০৮) প্ৰশ্ন : ৩৩ তম্ ৰাষ্ট্ৰীয় খেলৰ মহিলাৰ শাখাত শ্ৰেষ্ঠা খেলুৱৈ গৰাকী কোন?

উত্তৰ : ৮ টা স্বৰ্ণ পদক বিজয় দিল্লীৰ ৰিছা মিশ্ৰ।

১০৯) প্ৰশ্ন : এইচ. আই. ভি. ভাইৰাচ প্ৰথমে কোন প্ৰাণীৰ দেহত আৱিষ্কাৰ হৈছিল?

উত্তৰ : সেউজীয়া বান্দৰৰ দেহত।

১১০) প্ৰশ্ন : কলম্বিয়া পৰ্বতৰ এটা শৃংগৰ নাম মহাকাশচাৰী কল্পনা চাওলাৰ নামত নামকৰণ কৰা হৈছে। এই শৃংগটো ক’ত অৱস্থিত?

উত্তৰ : মংগল গ্ৰহত।

১১১) প্ৰশ্ন : মেৰিডিয়ানি প্লেনাম আৰু গুছেভ জ্বালামুখী ক’ত আছে?

উত্তৰ : মংগল গ্ৰহত।

১১২) প্ৰশ্ন : ‘অপৰচুনিটি’ আৰু ‘স্পিৰিট’ ৰবট যান দুখন বৰ্তমান ক’ত অৱস্থিত?

উত্তৰ : মংগল গ্ৰহত।

১১৩) প্ৰশ্ন : কিমান চনৰ কিমান তাৰিখে ক’ত প্ৰথমে ৰেলগাড়ী চলিছিল?

উত্তৰ : ১৮৩৪ চনৰ ২১ ফেব্ৰুৱাৰীত ইংলেণ্ডত।

১১৪) প্ৰশ্ন : ভাৰতলৈ অহা প্ৰথম ইংৰাজ জন কোন?

উত্তৰ : টমাছ ষ্টিফেনচন।

১১৫) প্ৰশ্ন : স্বাধীন ভাৰতৰ সংবিধানৰ মুখ্য ৰচকজন কোন?

উত্তৰ : ড° বি. আৰ. আম্বেদকাৰ।

১১৬) প্ৰশ্ন : পৃথিৱীৰ শ্ৰেষ্ঠ ফুটবল খেলুৱৈ পেলেৰ আচল নামটো কি?

উত্তৰ : অৰেণ্টচ ড নাচিমেণ্টো।

১১৭) প্ৰশ্ন : শ্বে’পীয়েৰৰ ছদ্ম নামটো কি?

উত্তৰ : ৱাৰ্ড্‌ অৱ এভন্‌।

১১৮) প্ৰশ্ন : আটাইতকৈ ডাঙৰ ফুল কি?

উত্তৰ : ৰেফ্‌লেছিয়া আৰগলভি।

১১৯) প্ৰশ্ন : কোন গছে আটাইতকৈ বেছি ফল দিয়ে?

উত্তৰ : আখৰোট গছ।

১২০) প্ৰশ্ন : কোনখন দেশৰ নামত পাঁচোটা Vowel আছে?

উত্তৰ : মোজাম্বিক।

১২১) প্ৰশ্ন : বছৰৰ আটাইতকৈ দীঘল দিন কোনটো?

উত্তৰ : ২১ জুন।

১২২) প্ৰশ্ন : বছৰৰ আটাইঅতকৈ চুটি দিন কোনটো?

উত্তৰ : ২২ ডিচেম্বৰ।

১২৩) প্ৰশ্ন : আগ্ৰা চহৰ ক’ত অৱস্থিত?

উত্তৰ : যমুনা নদীৰ পাৰত।

১২৪) প্ৰশ্ন : ভলীবল খেল পথাৰৰ দৈৰ্ঘ কিমান?

উত্তৰ : ১৮ মিটাৰ।

১২৫) প্ৰশ্ন : মটৰ চাইকেলৰ আৱিষ্কাৰক কোন?

উত্তৰ : ডেলমাৰ।

১২৬) প্ৰশ্ন : কোনখন ৰাষ্ট্ৰৰ আয়তন সৰ্বাধিক?

উত্তৰ : ৰাছিয়া।

১২৭) প্ৰশ্ন : সৌৰজগত প্ৰথমে কোনে আৱিষকাৰ কৰিছিল?

উত্তৰ : কপাৰ নিকাছে।


১২৮) প্ৰশ্ন : অসমত কেতিয়াৰ পৰা ৰেল গাড়ী চলাচল কৰে?

উত্তৰ : ১৮৮২ চনৰ পৰা।

১২৯) প্ৰশ্ন : কোনখন দেশক মাজৰাতি ‘সূৰ্য উঠা দেশ বুলি কোৱা হয়?

উত্তৰ : নৰৱে।

১৩০) প্ৰশ্ন : বৰ্তমান সমগ্ৰ বিশ্বতে আতংকৰ সৃষ্টি কৰা মাৰাত্মক ব্যাধিটোৰ নাম হ’ল এইডছ। এইডছ আক্ৰান্ত বিশ্বৰ প্ৰথম ৰোগী গৰাকীৰ নাম কি?

উত্তৰ : ডেভিঅ’কাৰ।

১৩১) প্ৰশ্ন : ঘাঁহ খাই কোনে ১০৫ বছৰ জীয়াই আছিল?

উত্তৰ : জেকোশ্লোভেকিয়াৰ কেব্‌লিচে।

১৩২) প্ৰশ্ন : ভাৰতত নিৰ্মিত প্ৰথম জাহাজ খনৰ নাম কি?

উত্তৰ : আই এন এচ নীলগিৰি।

১৩৩) প্ৰশ্ন : কোন নাৰীয়ে পুৰুষত্ব লাভ কৰিছিল?

উত্তৰ : মেৰি বেষ্ট’ন।

১৩৪) প্ৰশ্ন : “যিমানেই পঢ়িবা সিমানেই মূৰ্খ হ’বা” – এই বিশ্ববিখ্যাত উক্তিটো এজন বিশ্ববিখ্যাত ব্যক্তিৰ, তেওঁ কোন?

উত্তৰ : মাও চে টুং।

১৩৫) প্ৰশ্ন : কোন গছে মানুহ দেখিলে নাচিব ধৰে?

উত্তৰ : নৃত্যচ ডাল বৃক্ষ।

১৩৬) প্ৰশ্ন : কোন মাছে গছত বাহ সাজে?

উত্তৰ : স্পিতল মাছে।

১৩৭) প্ৰশ্ন : বিশ্বৰ প্ৰথম শিশু আলোচনী কোন খন?

উত্তৰ : দি লিলি পুটিয়ান।

১৩৮) প্ৰশ্ন : কোনজন ভাৰতীয় বলাৰে দ্ৰুততম শত টেষ্ট উইকেট দখল কৰি অভিলেখ দখল কৰি থৈছে?

উত্তৰ : এৰাপাল্পি প্ৰসন্ন।

১৩৯) প্ৰশ্ন : মানুহ কম্পিউটাৰ কোন?

উত্তৰ : ভাৰতৰ শকুন্তলা দেৱী।

১৪০) প্ৰশ্ন : পৃথিৱীৰ আটাইতকৈ গভীৰতম হ্ৰদ কি?

উত্তৰ : অজেৰ’ বৈকাল (ছাইবেৰিয়া)।


১৪১) প্ৰশ্ন : পৃথিৱীৰ দ্ৰুততম স্থলচৰ প্ৰাণী কি?

উত্তৰ : চিতা বাঘ।

১৪২) প্ৰশ্ন : ম’ৰা চৰাইৰ নেজত কিমান পাখি আছে?

উত্তৰ : ১৮ টা।

১৪৩) প্ৰশ্ন : ভাৰতৰ বৃহত্তম চিনেমা হ’লটোৰ নাম কি?

উত্তৰ : ‘থাংগাম’ (মাদুৰাই)।

১৪৪) প্ৰশ্ন : ভাৰতৰ প্ৰথম গৰাকী ৰাষ্ট্ৰপতিৰ নাম কি?


উত্তৰ : ড° ৰাজেন্দ্ৰ প্ৰসাদ।

১৪৫) প্ৰশ্ন : ভাৰতবৰ্ষৰ ৰাষ্ট্ৰভাষা কি?

উত্তৰ : হিন্দী।

১৪৬) প্ৰশ্ন : ভাৰতৰ জাতীয় ফুল কি?

উত্তৰ : পদুম ফুল।

১৪৭) প্ৰশ্ন : আটাইতকৈ বুদ্ধিমান জন্ত কি?

উত্তৰ : ডলফিন্‌।

১৪৮) প্ৰশ্ন : কি শিল পানীত ওপঙে?

উত্তৰ : পামিচ পাথৰ।

১৪৯) প্ৰশ্ন : কথাছবিত ৰুপ পোৱা প্ৰথম অসমীয়া উপন্যাস কোনখন?

উত্তৰ : ঔপন্যাসিক ৰজনীকান্ত বৰদলৈ ‘মনোমতী’।

১৫০) প্ৰশ্ন : কি জন্তৱে পানী নাখায়?

উত্তৰ : আফ্ৰিকাৰ কৃষ্ণকায় মৃগই।

১৫১) প্ৰশ্ন : কি চৰাই আটাইতকৈ সৰু?

উত্তৰ : আমেৰিকা ‘হামিং বাৰ্ড’।

১৫২) প্ৰশ্ন : কোন প্ৰাণী উভয় লিঙ্গ?

উত্তৰ : কেঁচু।

১৫৩) প্ৰশ্ন : কি মাছৰ তেল আমি ঔষধ হিচাপে ব্যৱহাৰ কৰো?




Assam Direct Recruitment ADRE Exam Social Science (সমাজ বিজ্ঞানৰ প্ৰশ্ন- উত্তৰ)


1. Historical Insights for ADRE

a. Ancient Assam History (প্ৰাচীন অসমৰ ইতিহাস)
প্ৰশ্ন: অসমত প্ৰথম ৰাজ্যৰ প্ৰতিষ্ঠা কোনে কৰিছিল?

উত্তৰ: অসমত প্ৰথম ৰাজ্যৰ প্ৰতিষ্ঠা মহিৰংগ ডানৱই কৰিছিল।

b. Medieval Assam History (মধ্যযুগীয় অসমৰ ইতিহাস)
প্ৰশ্ন: আহোম ৰজাৰ শাসনকালত গুৰুত্বপূৰ্ণ যুদ্ধসমূহ কি কি?

উত্তৰ: আহোম ৰজাৰ শাসনকালত গুৰুত্বপূৰ্ণ যুদ্ধসমূহৰ ভিতৰত শাৰাইঘাটৰ যুদ্ধ আৰু ইটাখুলীৰ যুদ্ধ অন্যতম।

c. Modern Assam History (আধুনিক অসমৰ ইতিহাস)
প্ৰশ্ন: অসমত চাহৰ গছপুলি প্ৰথমে ক’ত ৰোপন কৰা হৈছিল?

উত্তৰ: অসমত চাহৰ গছপুলি প্ৰথমে চাবুৱাত ৰোপন কৰা হৈছিল।



2. Geographical Concepts for ADRE

a. Physical Geography (ভৌতিক ভূগোল)
প্ৰশ্ন: ভাৰতৰ সৰ্বাধিক দীঘল নদী কোনটো?

উত্তৰ: ভাৰতৰ সৰ্বাধিক দীঘল নদী ব্ৰহ্মপুত্ৰ।

b. Environmental Geography (পৰিবেশ বিজ্ঞান)
প্ৰশ্ন: জলবায়ু পৰিৱৰ্তনৰ প্ৰভাৱ কি কি?

উত্তৰ: জলবায়ু পৰিৱৰ্তনৰ প্ৰভাৱৰ ভিতৰত বৰষুণৰ তীব্ৰতা, গড় তাপমাত্ৰাৰ বৃদ্ধি, আৰু সমুদ্রৰ পৃষ্ঠৰ সৰ্বত্ৰ মেলিছে।

c. Geography of Assam (অসমৰ ভূগোল)
প্ৰশ্ন: অসমৰ সৰ্বাধিক জনবহুল জিলাৰ নাম কি?

উত্তৰ: অসমৰ সৰ্বাধিক জনবহুল জিলাৰ নাম কাজিৰঙা।


3. Political Science Insights for ADRE

a. Indian Constitution (ভাৰতীয় সংবিধান)
প্ৰশ্ন: ভাৰতীয় সংবিধানৰ মুলসাৰ কি?

উত্তৰ: ভাৰতীয় সংবিধানৰ মুলসাৰ হৈছে পঞ্চভূততত্ত্ব।

b. Political Systems (ৰাজনৈতিক ব্যৱস্থা)
প্ৰশ্ন: ভাৰতৰ ৰাজনৈতিক ব্যৱস্থা কেনেকুৱা?

উত্তৰ: ভাৰতৰ ৰাজনৈতিক ব্যৱস্থা গণতান্ত্রিক আৰু সংসদীয়।

c. Current Affairs (বৰ্তমান সময়ৰ বিষয়)
প্ৰশ্ন: বৰ্তমান ভাৰতৰ ৰাষ্ট্ৰপতি কোন?

উত্তৰ: বৰ্তমান ভাৰতৰ ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মু।



4. Economic Principles for ADRE

a. Basic Economic Principles (মৌলিক অৰ্থনৈতিক সুত্ৰ)
প্ৰশ্ন: অৰ্থনৈতিক প্ৰক্ৰিয়াৰ মূল তত্ত্ব কি?

উত্তৰ: অৰ্থনৈতিক প্ৰক্ৰিয়াৰ মূল তত্ত্ব হৈছে যোগান আৰু চাহিদা।

b. Indian Economy (ভাৰতীয় অৰ্থনীতি)
প্ৰশ্ন: ভাৰতৰ অৰ্থনৈতিক বৃদ্ধি কিহৰ ওপৰত নিৰ্ভৰ কৰে?

উত্তৰ: ভাৰতৰ অৰ্থনৈতিক বৃদ্ধি প্রধানকৈ কৃষি, উদ্যোগ, আৰু সেৱা খণ্ডৰ ওপৰত নিৰ্ভৰ কৰে।

c. Economic Issues Specific to Assam (অসমৰ বিশেষ অৰ্থনৈতিক সমস্যাসমূহ)
প্ৰশ্ন: অসমত বেকাৰত্বৰ সমস্যা কেনেকুৱা?

উত্তৰ: অসমত বেকাৰত্বৰ সমস্যা হৈছে উচ্চ শিক্ষিত লোকৰ মাচুলৰ কিছুমান, কৰ্মসংস্থানের অভাৱ।


5. Social Science Questions and Answers in Assamese

a. History Questions (ইতিহাসৰ প্ৰশ্ন)
প্ৰশ্ন: ১৯৪৭ চনত ভাৰত স্বাধীন হোৱাৰ পিছত অসমৰ প্রথম মুখ্যমন্ত্রী কোন আছিল?

উত্তৰ: ১৯৪৭ চনত ভাৰত স্বাধীন হোৱাৰ পিছত অসমৰ প্রথম মুখ্যমন্ত্রী গোপীনাথ বৰদলৈ আছিল।

b. Geography Questions (ভূগোলৰ প্ৰশ্ন)
প্ৰশ্ন: অসমৰ শিৱসাগৰ জিলাৰ নামাকৰণ কেনেকৈ হৈছিল?

উত্তৰ: শিৱসাগৰ জিলাৰ নামাকৰণ শিৱদৌলৰ পৰা হৈছিল।

c. Political Science Questions (ৰাজনৈতিক বিজ্ঞানৰ প্ৰশ্ন)
প্ৰশ্ন: ভাৰতৰ সংবিধান কেতিয়া কাৰ্যকৰী হয়?

উত্তৰ: ভাৰতৰ সংবিধান ১৯৫০ চনৰ ২৬ জানুৱাৰীত কাৰ্যকৰী হয়।

d. Economics Questions (অৰ্থনীতিৰ প্ৰশ্ন)
প্ৰশ্ন: ভাৰতত নতুন অৰ্থনৈতিক নীতি কেতিয়া গ্ৰহণ কৰা হৈছিল?

উত্তৰ: ভাৰতত নতুন অৰ্থনৈতিক নীতি ১৯৯১ চনত গ্ৰহণ কৰা হৈছিল।


6. Exam Preparation Tips


Preparing for the ADRE requires strategic planning and dedicated study. Here are some tips to help you succeed:

  • Create a Study Plan: Divide your time effectively across different subjects. Focus more on weaker areas.
  • Regular Practice: Solve previous years’ question papers and take mock tests regularly.
  • Stay Updated: Keep yourself updated with current affairs, especially those related to Assam.
  • Use Quality Resources: Refer to standard textbooks and reliable online resources for accurate information.
  • Group Study: Sometimes studying in a group can help you understand concepts better and keep you motivated.


7. Importance of Understanding Assamese Culture and Heritage

Understanding the rich culture and heritage of Assam can give you an edge in the ADRE. This knowledge not only helps in answering questions related to history and geography but also in understanding the socio-economic issues of the state.

a. Festivals and Traditions (উৎসৱ আৰু পৰম্পৰা)
প্ৰশ্ন: অসমৰ প্রধান উৎসৱ কোনটো?

উত্তৰ: অসমৰ প্রধান উৎসৱ হৈছে বিহু।

b. Important Historical Sites (গুরুত্বপূৰ্ণ ঐতিহাসিক স্থানসমূহ)
প্ৰশ্ন: কামাখ্যা মন্দিৰ ক’ত অৱস্থিত?

উত্তৰ: কামাখ্যা মন্দিৰ গুৱাহাটীস্থিত নীলাচল পৰ্বতৰ ওপৰত অৱস্থিত।


8. Resources for ADRE Preparation

Here are some recommended resources for your preparation:

  • Books: “Assam: A History” by S.L. Baruah, “Geography of India” by Majid Husain.
  • Websites: Assam government’s official portal, educational websites like BYJU’S and Khan Academy.
  • Mobile Apps: Exam preparation apps like Gradeup, Unacademy, and Testbook.


9. Mock Test and Practice Questions

Engage in regular mock tests and practice questions to enhance your preparation. This will help you manage time effectively during the actual exam and increase your confidence.

a. History Mock Questions (ইতিহাসৰ অনুশীলনী প্ৰশ্ন)
প্ৰশ্ন: গুপ্ত সাম্ৰাজ্যৰ শাসনকাল কিমান আছিল?

উত্তৰ: গুপ্ত সাম্ৰাজ্যৰ শাসনকাল প্ৰায় ৩২০-৫৫০ খ্ৰীষ্টাব্দ।

b. Geography Mock Questions (ভূগোলৰ অনুশীলনী প্ৰশ্ন)
প্ৰশ্ন: ভাৰতৰ কোন ৰাজ্যত সৰ্বাধিক বৃষ্টিপাত হয়?

উত্তৰ: ভাৰতৰ মেঘালয় ৰাজ্যৰ চেৰাপুঞ্জীত সৰ্বাধিক বৃষ্টিপাত হয়।

c. Political Science Mock Questions (ৰাজনৈতিক বিজ্ঞানৰ অনুশীলনী প্ৰশ্ন)
প্ৰশ্ন: ভাৰতৰ সংবিধানৰ মুলসাৰ কি?

উত্তৰ: ভাৰতৰ সংবিধানৰ মুলসাৰ হৈছে পঞ্চভূততত্ত্ব।

d. Economics Mock Questions (অৰ্থনীতিৰ অনুশীলনী প্ৰশ্ন)
প্ৰশ্ন: পঞ্চবাৰ্ষিক পৰিকল্পনা কেতিয়া আৰম্ভ হৈছিল?

উত্তৰ: পঞ্চবাৰ্ষিক পৰিকল্পনা ১৯৫১ চনত আৰম্ভ হৈছিল।













Post a Comment

0 Comments

Ads Horizantal

Article Ads